Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Earthquake : পেৰুৰ কম্পনত ভাঙিল ৭৫টা বাসগৃহ

publisher by publisher
November 30, 2021
in International, News
Reading Time: 1 min read
0
Earthquake : পেৰুৰ কম্পনত ভাঙিল ৭৫টা বাসগৃহ
3
SHARES
26
VIEWS
ShareShareShareShare

ভূমিকম্পৰ ফলত পেৰুত ভাঙি পৰিল প্ৰায় ৭৫টা গৃহ । কালি পুৱাৰ এই ঘটনাত আহতৰ সংখ্যা ১০ জন অতিক্ৰম কৰিছে । ৰিখটাৰ স্কেলত কম্পনৰ তীব্ৰতা আছিল ৭.৫ । অৱশ্যে, এই পর্যন্ত কোনো মৃত্যুৰ খবৰ অহা নাই প্রশাসনৰ হাতত । এই ঘটনাই সমগ্ৰ দেশতে আতংকৰ সৃষ্টি কৰিছে । যুটীয়া ভূমিকম্প‌ই পেৰুসহ চুবুৰীয়া দেশ ইকুয়েডৰকো জোকাৰি গৈছে ।

ADVERTISEMENT

পেৰুত স্থানীয় সময় অনুযায়ী পুৱা পাঁচ বাজি ৫২ মিনিটত এই কম্পন অনুভূত হয় বুলি জনাইছে আমেৰিকান ভূতাত্ত্বিক সর্বেক্ষণে । ভূমিকম্পৰ অভিকেন্দ্র আছিল উপকূলৱর্তী চহৰ বাৰানকাৰ ৪২ কিলোমিটাৰ উত্তৰ-পশ্চিমত । অৱশ্যে এই অঞ্চলটোত স্থানীয় উপজাতিৰ বাহিৰে অন্য লোকৰ বসতি কম । সেয়ে সেই ঠাইত ক্ষয়-ক্ষতি তুলনাত কম । কম্পন অনুভূত হৈছে ৰাজধানী লিমাসহ দেশৰ প্রায় অর্ধেক অঞ্চলতেই । ভাঙি পৰিছে প্রায় ৭৫টা গৃহ । ক্ষতিগ্রস্ত গৃহসমূহ অধিকাংশই কাঠৰ বুলি জনাইছে কিছুসংখ্যক প্রশাসনিক বিষয়াই ।

RelatedPosts

মণিপুৰত ৫.২ প্ৰাবল্যৰ ভূমিকম্প, অসমসহ উত্তৰ-পূৰ্বত কম্পন অনুভূত

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

জাপানত ৭.৫ প্ৰাবল্যৰ তীব্ৰ ভূমিকম্প — উত্তৰ-পূৰ্ব উপকূলত চুনামিৰ সতৰ্কতা

ভূমিকম্পৰ ফলত লা জালকা জিলাত ৪৫ ফুট উচ্চতাৰ শতাব্দী প্রাচীন গৰকা এখন গির্জা ভাঙি পৰে । ইয়াৰ উপৰি, বিদ্যুৎ বিভ্রাট দেখা দিয়াত অন্ধকাৰত বুৰ যায় দেশৰ বিস্তীর্ণ অঞ্চল । ভূমিকম্পৰ ফলত শিল খহি বহু ব্যস্ত পথো আবদ্ধ হৈ পৰে । ফলত যানবাহন চলাচল ব্যহত হয় ।

দুর্গতসকলৰ প্রতি সমবেদনা জনাই পেৰুৰ ৰাষ্ট্ৰপতি পেড্রো কাষ্টিলোৰ টুইট, ‘‘লগত আছো, ভাতৃসকল আপোনালোক কোনো অকলশৰীয়া নহয় ।’’ লগতে তেওঁ জনায়, পৰিস্থিতি নিয়ন্ত্রণ আৰু দুর্গতসকলৰ সাহায্যৰ স’তে জড়িত সকলো বিভাগকেই তৎক্ষণাৎ পদক্ষেপ গ্ৰহণ কৰাৰ নির্দেশ দিয়া হৈছে ।

অৱশ্যে যুটীয়া কম্পন অনুভূত হয় যদিও ছুনামিৰ শংকা নাই বুলি জনাইছে আমেৰিকান ভূতাত্ত্বিক সর্বেক্ষণে । উল্লেখ্য, ৭.৫ তীব্ৰতাৰ এই ভূমিকম্পৰ কিছু ঘণ্টা আগতেই কম্পন অনুভূত হয় ৰাজধানী লিমাত । ৰিখটাৰ স্কেত ইয়াৰ তীব্ৰতা আছিল ৫.২ । অৱশ্যে এই ঘটনাত কোনো আহত হোৱা নাই বুলি জনাইছে প্রশাসনে । পেৰুত বছৰত গড়ে ৪০০টাকৈ ভূমিকম্প হয় । প্রশান্ত মহাসাগৰীয় এলাকাৰ ‘ৰিং অৱ ফায়াৰ’ৰ ভিতৰত পৰাৰ বাবেই পেৰুত ভূমিকম্পৰ প্রৱণতা অধিক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: EarthquakePeru
publisher

publisher

Related Posts

Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী
News

April 29, 2026
Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ
News

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

April 29, 2026
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d