Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

    Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Bajrang Dal : অভিযোগ ধর্মান্তৰণৰ, বিদিশাৰ স্কুলত আক্ৰমণ বজৰং দলৰ, কথমপি ৰক্ষা পৰিল ছাত্রসকল

publisher by publisher
December 7, 2021
in India, News
Reading Time: 1 min read
0
Bajrang Dal : অভিযোগ ধর্মান্তৰণৰ, বিদিশাৰ স্কুলত আক্ৰমণ বজৰং দলৰ, কথমপি ৰক্ষা পৰিল ছাত্রসকল
3
SHARES
30
VIEWS
ShareShareShareShare

মধ্যপ্রদেশৰ বিদিশা জিলাৰ এখন মিছনাৰী স্কুলত তাণ্ডৱ চলায় বজৰং দলৰ কর্মকৰ্তাসকলে । খ্রীষ্টিয়ান ধর্মত ছাত্রসকলৰ ধর্মান্তৰণ হৈছে, এই অভিযোগ ।

ADVERTISEMENT

দ্বাদশ শ্রেণীৰ ছাত্রসকলৰ অংক পৰীক্ষা চলি থকা সময়তে শ শ বজৰং দলৰ কর্মকৰ্তাই প্ৰৱেশ কৰে বিদ্যালয়ত । বিদ্যালয় ভাঙি পেলোৱাৰ হুমকি দিয়ে তেওঁলোকে । তাৰ পাছত ইটা-শিল দলিওৱা আৰম্ভ কৰে দলৰ কর্মকৰ্তাসকলে ফলত বিদ্যালয়ৰ কাচৰ খিৰিকীবোৰ ভাঙি যায় । কথমপি ৰক্ষা পৰে শিক্ষক আৰু ছাত্রসকল ।

RelatedPosts

অশালীন শব্দ ক’লেই পাঁচশ টকা জৰিমনা

Wife Kills Husband MP:কেৱল ক’লা হোৱাৰ বাবেই স্বামীক নৃশংস হত্যা পত্নীৰ !

মধ্যপ্ৰদেশত নৃশংস হত্যাকাণ্ড: কিশোৰক হত্যা কৰি ৰক্ত পান

সোমবাৰে ঘটনাটো সংঘটিত হয় বিদিশা জিলাৰ গঞ্জ বছোদা চহৰৰ চেন্ট জোছেফ স্কুলত । সেই স্কুলখনত ছাত্রসকলক জোৰ কৰি খ্ৰীষ্টিয়ান ধৰ্মত ধর্মান্তৰিত কৰা হৈছে বুলি অভিযোগ তুলি কিছুদিন পূৰ্বে কিছুসংখ্যক প’ষ্ট কৰা হয় সামাজিক মাধ্যমত । তাৰ পাছতেই এই আক্ৰমণ ।

ম’বাইলত তোলা ভিডিঅ’ত দেখা গৈছে, শ্ল’গান দি দি বজৰং দলৰ কর্মকৰ্তাসকলে বিদ্যালয় ঘেৰাও কৰিছে । ইটা, শিল দলিয়াইছে । উন্মত্ত জনতাক ছত্রভংগ কৰাৰ চেষ্টা কৰা দেখা গৈছে আৰক্ষীক ।

এজন আতংকিত ছাত্র‌ই কয়, ‘‘আমি ভয়ত চিঞৰিছিলো । পৰীক্ষাত মনোযোগ দিব পৰা নাছিলো । আমাৰ অংক পৰীক্ষা পুনৰ অনুষ্ঠিত কৰক ।’’

বিদ্যালয়ৰ মেনেজাৰ ব্রাদাৰ এন্টনিয়ে জনায়, বিদ্যালয়ত এনে আক্ৰমণ হ’ব পাৰে বুলি এদিন আগতে তেওঁক ফোনত সকীয়নি দিয়া হৈছিল । তাৰ পাছতে তেওঁ নিৰাপত্তাৰ ব্যৱস্থা কৰাৰ বাবে আৰক্ষীক অনুৰোধ জনাইছিল । ‘‘কিন্তু আৰক্ষীয়ে তেনে ব্যৱস্থা নোলোৱাৰ বাবেই এই ঘটনা সংঘটিত হয়’’, অভিযোগ ব্রাদাৰ এন্টনিৰ ।

বজৰং দলৰ স্থানীয় ইউনিটৰ নেতা নীলেশ অগৰৱালে ধর্মান্তৰণৰ ঘটনাৰ পূর্ণাংগ তদন্তৰ দাবী জনাইছে । তেওঁ কয়, ‘‘এইটো প্রমাণিত হ’ল বিদ্যালয় ভাঙি দিয়া হ’ব ।’’ ঘটনাৰ পাছত অঞ্চলৰ অন্য মিছনাৰী স্কুলসমূহতো কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে ।

বিদিশাৰ ছাব ডিভিছনেল মেজিষ্ট্ৰেট ৰোছন ৰায়ে কয়, ‘‘আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰিছে । দোষীসকলে ৰক্ষা নাপায় । ধর্মান্তৰণৰ অভিযোগো পৰ্যবেক্ষণ কৰা হৈছে । এই বিষয়চ বিদ্যালয় কর্তৃপক্ষক প্ৰশ্ন কৰা হ’ব ।’’

মিছনাৰী স্কুলখনত ছাত্রসকলৰ ধর্মান্তৰণৰ অভিযোগ পৰ্যবেক্ষণ কৰাৰ বাবে ইয়াৰ আগতে বিদিশাৰ জিলা প্ৰশাসকক পত্ৰ দিছিল শিশু অধিকাৰ সুৰক্ষা সংক্রান্ত ৰাষ্ট্ৰীয় কমিছনে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bajrang DalMADHYA PRADESHSt. Joseph School
publisher

publisher

Related Posts

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
News

April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

April 28, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

April 28, 2026
ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল
News

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

April 28, 2026
Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ
News

Mathgharia Accident Update:মঠঘৰীয়াৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰে জড়িত গাড়ী চালক ছামিম আহমেদক ডিব্ৰুগড় গ্ৰেপ্তাৰ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d