Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

COVID-19 vaccine : দুর্বলসকলক আগতে বুষ্টাৰ ড’জ দিয়াৰ পৰামর্শ দিলে হু-ৱে

publisher by publisher
December 10, 2021
in International, News
Reading Time: 1 min read
0
COVID-19 vaccine : দুর্বলসকলক আগতে বুষ্টাৰ ড’জ দিয়াৰ পৰামর্শ দিলে হু-ৱে
3
SHARES
30
VIEWS
ShareShareShareShare

আজি ভেকচিনৰ বুষ্টাৰ ড’জ দিয়াৰ পৰামর্শ দিলে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৱে । বার্ধক্য বা কোনো শাৰীৰক অসুস্থতাত দুর্বল লোকসকলক আৰু যিসকলে ইন‌এক্টিভেটেড ভেকচিন লৈছে, তেওঁলোকক আগতে বুষ্টাৰ ড’জ দিয়াত জোৰ দিছে হু-ৱে । উল্লেখ্য যে, এই ইন‌এক্টিভেটেড ভেকচিনৰ তালিকাত আছে ভাৰত বায়’টেকৰ তৈয়াৰী ক’ভেক্সিনো ।

ADVERTISEMENT

কৰ’নাৰ অ’মিক্রন ষ্ট্ৰেন অহা বহু আগতেই একাধিক দেশে বুষ্টাৰ ড’জ দিয়া আৰম্ভ কৰিছিল । মূলত প্রবীণ বা অসুস্থতাত দুর্বল লোকসকলক প্ৰথমতে তৃতীয় ড’জ দিয়াত অগ্রাধিকাৰ দিয়া হৈছে এইসমূহ দেশত । বুষ্টাৰ ড’জ দিয়া প্রথম আৰম্ভ কৰে ব্রিটেইন আৰু ইজৰায়েলে । তেতিয়া দেশসমূহৰ এই সিদ্ধান্তৰ তীব্র সমালোচনা কৰিছিল হু-ৱে । টিকাৰ অসমবণ্টনক লৈও অভিযোগ কৰিছিল তেওঁলোকে । তেওঁলোকৰ মতে, বিশ্বৰ একাংশ‌ই টিকাহীন অৱস্থাত থকাৰ সময়তে ধনী দেশসমূহে কিয় তৃতীয় ড’জ দিয়া আৰম্ভ কৰিছে । এই ঘটনাৰ কিছু মাহৰ পাছতে এইবাৰ হু-ৱেও বুষ্টাৰ ড’জৰ পৰামর্শ দিলে । হু-ৰ ‘ষ্ট্ৰেটেজিক এডভাইজৰী গ্রুপ অৱ এক্সপার্টছ’ (ছেজ)ৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয় ।

RelatedPosts

WHOৰ নিৰ্দেশনা মানি চলিবলৈ বাধ্য নহয়!

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

‘হু’ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য

হু-ৱে কয় যে, যিসকল শাৰীৰকভাৱে দুর্বল আৰু যিসকলে ইন‌এক্টিভেটেড ভেকচিন লৈছে, তেওঁলোকক বুষ্টাৰ ড’জ দিয়া হ‌ওক । ইন‌এক্টিভেটেড ভেকচিন হ’ল, যিসমূহ শৰীৰত ছাৰ্ছ-ক’ভ-২-ৰ প্রৱেশ ঘটে তাক নিষ্ক্রিয় কৰে বা হত্যা কৰে । চীনৰ ‘ছিনোভেক’, ‘ছিনোফার্ম’ আৰু ভাৰতৰ ‘ভাৰত বায়’টেক’ সংস্থাই প্ৰস্তুত কৰা টিকা এই ধৰণৰ ভেকচিন ।

ছেজ-ৰ তৰফৰ পৰা জনোৱা হৈছে, প্রবীণসকলৰ শৰীৰত ভেকচিনৰ কার্যকাৰিতা উল্লেখযোগ্যভাৱে কমি গৈছে । তেওঁলোকৰ মতে, টিকাৰ দ্বিতীয় ড’জ লোৱাৰ পাছত ছমাহ পর্যন্ত ভেকচিনে ভালকৈ কাম কৰে । কিন্তু তাৰ পাছতেই ইয়ৰ কার্যক্ষমতা কমে । যিহেতু প্রবীণসকলক সৰ্বপ্ৰথমে টিকাকৰণ কৰা হৈছে, সেয়ে এতিয়া তেওঁলোকৰ শৰীৰত টিকাৰ প্রভাৱ কমি আহিছে ।

অ’মিক্রন আতংকত সম্প্ৰতি সার্বিকভাৱেই দেশবাসীক বুষ্টাৰ ড’জ দিয়া আৰম্ভ কৰিছে একাধিক দেশে । এই সন্দৰ্ভত হু-ৰ বক্তব্য, বুষ্টাৰ ড’জ দিয়াৰ লগতে দেশৰ প্রত্যেকৰে প্রথম ড’জ নিশ্চিত কৰাও প্ৰয়োজনীয় ।

প্রথম বিশ্বৰ একাধিক দেশত টিকাকৰণৰ গতি বেচ শিথিল । ইউৰোপৰ বহুকেইখন দেশত মুঠ টিকাকৰণৰ হাৰ ৫৫ শতাংশৰ তলত । ইয়াৰ বাবে অনেকাংশত দায়ী বাসিন্দাসকলৰ টিকা লোৱাত অনীহা । সম্প্রতি জার্মানী, ইটালীসহ কিছু দেশে ঘোষণা কৰিছে, টিকা নল’লে গৃহবন্দী হৈ থাকিব লাগিব । পোলেণ্ডত স্বাস্থ্যকর্মী আৰু শিক্ষকসকলৰ টিকা লোৱা বাধ্যতামূলক ঘোষণা কৰা হৈছে ।

ইপিনে, টিকা ল’বৰ বাবে বাসিন্দাসকলৰ একাংশক জোৰ কৰিবলগীয়া হৈছে, অন্য অংশত বুষ্টাৰ (তৃতীয়) ড’জ দিয়া আৰম্ভ হৈছে । ফলত একাংশ লোক মাৰাত্মক শংকাপূৰ্ণ অৱস্থাত আছে বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Booster VaccineCORONAVIRUSWHO
publisher

publisher

Related Posts

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
National

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা
News

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

April 28, 2026
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
News

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d