Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ওদালগুৰিত ১১ কুইণ্টল গাঞ্জাসহ ড্ৰাগছ্ দাহন আৰক্ষী প্ৰশাসনৰ

আমি ড্ৰাগছ্মুক্ত অসমৰ সপোন বাস্তৱ কৰিব লাগিব : বিষ্ণৈ

publisher by publisher
December 20, 2021
in Assam, India, News
Reading Time: 1 min read
0
ওদালগুৰিত ১১ কুইণ্টল গাঞ্জাসহ ড্ৰাগছ্ দাহন আৰক্ষী প্ৰশাসনৰ
2
SHARES
23
VIEWS
ShareShareShareShare

ওদালগুৰি আদালতৰ নিৰ্দেশ মৰ্মে আজি জিলা প্ৰশাসন তথা আৰক্ষীয়ে ওদালগুৰিৰ বাহিনীগাঁও কাহিনলাৰ সমীপত বৃহৎ পৰিমাণৰ গাঞ্জাসহ ড্ৰাগছ্ দাহ কৰে । বিশেষকৈ ২০২০-২১ত ওদালগুৰি জিলাৰ বিভিন্ন থানাৰ অন্তৰ্গত এলেকাত জব্দ হোৱা ড্ৰাগছ্, অপিয়াম, হেৰ’ইনসহ ড্ৰাগছ্খিনি দাহ কৰা হয় ।

ADVERTISEMENT

জিলাখনৰ প্ৰধানকৈ ওদালগুৰি সদৰ, কলাইগাঁও, টংলা, ৰৌতা, মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত বিগত দুটা বছৰত ২৮টাকৈ গোচৰত জব্দ হোৱা ১১ কুইণ্টল গাঞ্জা, ২৪০ গ্ৰাম অপিয়াম আৰু পাঁচ গ্ৰাম হেৰ’ইন সন্দৰ্ভত ওদালগুৰি আদালতত চলা গোচৰ নিষ্পত্তিৰ অন্তত আজি ড্ৰাগছ্খিনি দাহ কৰা হয় । এই বৃহৎ পৰিমাণৰ ড্ৰাগছত অগ্নি সংযোগ কৰে বিটিআৰৰ বিশেষ আৰক্ষী প্ৰধান‌ (প্ৰশিক্ষণ আৰু সশস্ত্ৰ আৰক্ষী) তথা বিটিআৰৰ আইজিপি এল‌ আৰ বিষ্ণৈয়ে ।

RelatedPosts

Udalguri:নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ ত্যাগ কংগ্ৰেছৰ ওদালগুৰিৰ প্ৰাৰ্থী চৰেন দৈমাৰীৰ

Udalguri:ভুমিৰ অধিকাৰ আৰু জনজাতিপৰণৰ দাবীত ওদালগুৰিত চাওঁতাল ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী সমদল

Udalguri :ওদালগুৰিৰ অবৈধ কাৰ্যকলাপক লৈ কঠোৰ আৰক্ষী

ড্ৰাগছ্ দাহৰ অন্তত সাংবাদিকৰ স’তে হোৱা সাক্ষাৎকাৰত বিষ্ণৈয়ে কয়, “আদালতৰ নিৰ্দেশ মৰ্মে আমি আজি এই ড্ৰাগছ দাহন কৰিছো । আমি সকলোৱে ড্ৰাগছক এই সমাজৰ পৰা বিদায় দিব লাগিব । ইয়াৰ দ্বাৰা আমি দেখি থকা ড্ৰাগছ্মুক্ত অসমৰ সপোন বাস্তৱত ৰূপায়ন কৰাত সফল হ’ম । আজি দাহ কৰা মুঠ ২৮টা গোচৰৰ ভিতৰত ২০২০ বৰ্ষৰ ১৪টা আৰু ২০২১ বৰ্ষৰ ১৪টা গোচৰৰ ভিত্তিত এই ড্ৰাগছসমূহ জব্দ কৰা হৈছিল । ইয়াৰ পূৰ্বে আমি ২০২০ বৰ্ষৰ আগৰ গোচৰসমূহৰ ভিত্তিত জব্দ হোৱা ড্ৰাগছসমূহ ইতিমধ্যে দাহ কৰিছো । আজি দাহ কৰা ড্ৰাগছসমূহৰ ভিতৰত আছিল বৃহৎ পৰিমাণৰ গাঞ্জা । ওদালগুৰি জিলাখন অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্মী জিলা হোৱা বাবে ৰাজ্যখনৰ ইষ্ট কামেং আৰু ওৱেষ্ট কামেং জিলাত গাঞ্জাৰ যথেষ্ট খেতি হয় । ফলত অৰুণাচল প্ৰদেশৰ পৰা ওদালগুৰিৰ মাজেৰে অসমৰ বিভিন্ন প্ৰান্তলৈ এই গাঞ্জাসমূহ প্ৰেৰণৰ বাবে ব্যৱসায়ীসকলে পৰিকল্পনা কৰে । কিন্তু অসম আৰক্ষীয়ে তেওঁলোকৰ পৰিকল্পনাক সফল হ’বলৈ নিদি উক্ত নিছাযুক্ত ড্ৰাগছসমূহ জব্দ কৰি আহিছে ।”

তেওঁ লগতে কয়, “বৰ্তমান গাঞ্জাৰ সৰবৰাহ পূৰ্বতকৈ হ্ৰাস পাইছে যদিও ২০২১ৰ পৰা অপিয়াম, হেৰ’ইন, ব্ৰাউন ছুগাৰ ড্ৰাগছৰ সৰবৰাহ পূৰ্বৰ তুলনাত বৃদ্ধি পাবলৈ ধৰিছে । ফলত এনে ড্ৰাগছৰ বিৰুদ্ধে আমাৰ অভিযানো পূৰ্বৰ তুলনাত কে’বাগুণো বৃদ্ধি কৰিছো । যিকোনো প্ৰকাৰে যুৱ প্ৰজন্মক ধ্বংস কৰা এই মাৰাত্মক বিষ ড্ৰাগছৰ সৰবৰাহ বন্ধ হ’বই লাগিব । এদিনতে এনে কাম কৰা সম্ভৱ নহয়, আমি আমাৰ অভিযান ধাৰাবাহিক ভাৱে অব্যাহত ৰাখিম । ড্ৰাগছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে চাৰিটা কাৰ্যপন্থা হাতত লৈছো । প্ৰথমে বিভিন্ন স্থানত আৰক্ষীৰ দ্বাৰা সজাগতা সৃষ্টি কৰি আছো । ৰাজ্যত ড্ৰাগছৰ হটস্পট হিচাপে চিহ্নিত হোৱা অঞ্চলসমূহলৈ আমি গৈ তাত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিছো । দ্বিতীয়তে আমি এনে ড্ৰাগছৰ বেহা চলোৱা, সৰবৰাহকাৰী তথা সন্দেহজনক ড্ৰাগছ্ আসক্তক আটক কৰি ড্ৰাগছ্ উদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছো । তৃতীয় পদক্ষেপ হিচাপে আমি ড্ৰাগছ্ সংক্ৰান্তীয় এনডিপিএছ গোচৰসমূহৰ ক্ষেত্ৰত তদন্ত কৰিবলৈ আৰক্ষীসকলক উচ্চমানৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছো । যাতে এনে গোচৰৰ ক্ষেত্ৰত যাতে তদন্তৰ সময়ত বিষয়াগৰাকীয়ে ভুল নকৰি উপযুক্ত দোষীয়ে যাতে সময়মতে শাস্তি লাভ কৰে । লগতে চতুৰ্থ পদক্ষেপ হিচাপে আমি পূৰ্বৰে পৰা ড্ৰাগছ্‌ আসক্ত লোকক ড্ৰাগছ্‌মুক্ত কৰাৰ পৰিকল্পনা কৰা । এনেবোৰ পদক্ষেপৰ দ্বাৰা অসম আৰক্ষীয়ে ৰাজ্যখন ড্ৰাগছ্‌মুক্ত কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে ।”

এই ক্ষেত্ৰত আৰক্ষী বিষয়াগৰাকীয়ে ৰাইজৰ সহযোগিতা কামনা কৰিছে । আজি দাহ হোৱা গাঞ্জাসহ ড্ৰাগছখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় দুই-তিনি কোটি টকা হ’ব বুলি আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰি ইয়াৰ দ্বাৰা লাখ লাখ মানুহৰ জীৱন ৰক্ষা হোৱা বুলিও উল্লেখ কৰে । আজিৰ এই ড্ৰাগছ্‌ দাহন কাৰ্যসূচীত জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰবীন, আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মণ, অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ মহেন্দ্ৰ হাজৰিকাৰ লগতে আৰক্ষী বিষয়া আৰু স্থানীয় লোক উপস্থিত থাকে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DrugsL. R. BishnoiUdalguri
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d