- অসম-মেঘালয় সীমান্তত সুৰক্ষা প্ৰদানৰ দাবীত প্ৰতিবাদ বিধায়িকা নন্দিতা দাসৰ ।
- বিধায়িকাগৰাকীয়ে কয় যে কোনো কাৰণতে যাতে অসমৰ মাটি মেঘালয়ক দিয়া নহয় ।
- সীমান্ত অঞ্চলত থকা গাৰো সম্প্ৰদায়ৰ ওপৰত সময়ে সময়ে হৈ থকা আক্ৰমণ ৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে ।
- সীমান্তত আৰক্ষীচকী স্থাপন কৰি অঞ্চলবাসীক নিৰাপত্তা দিয়াৰো দাবী কৰে বিধায়িকা দাসে ।
ADVERTISEMENT