Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 ভৱানীপুৰ সমষ্টিত তিনিটা পকী পথ,সত্ৰ, বিদ্যালয়ৰ উন্নয়নৰ আধাৰশিলা স্থাপন বিধায়ক ফনীধৰ তালুকদাৰৰ

publisher by publisher
December 25, 2021
in Assam, News
Reading Time: 1 min read
0
 ভৱানীপুৰ সমষ্টিত তিনিটা পকী পথ,সত্ৰ, বিদ্যালয়ৰ উন্নয়নৰ আধাৰশিলা স্থাপন বিধায়ক ফনীধৰ তালুকদাৰৰ
1
SHARES
14
VIEWS
ShareShareShareShare

ভৱানীপুৰ বিধানসভা সমষ্টিৰ ভিন্ন প্ৰান্তত আজি তিনিটা পকী পথ, বিদ্যালয়,সত্ৰ, নামঘৰৰ উন্নয়নৰ পৃথকে পৃথকে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে সমষ্টিটোৰ বিধায়ক ফনীধৰ তালুকদাৰে।

ADVERTISEMENT

উল্লেখ্য যে ভৱানীপুৰ বিধানসভা সমষ্টিৰ মাজেৰে অতিক্ৰম কৰা কলবাৰী – গেৰুৱাপাৰাৰ ঐতিহাসিক গোসাই কমল আলি,ভাৰেগাঁৱৰ ৰাষ্ট্ৰীয় শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহৰ সন্মুখেৰে অতিক্ৰম কৰা পথ,বৰভিঠা – বৰকুৰ পথৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে বিধায়ক ফনীধৰ তালুকদাৰে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ এছঅ’পিডি – জি আঁচনিৰ ধন মুঠ তিনি কোটি ৯৬ লাখ ৬৪ হেজাৰ টকা ব্যয় সাপেক্ষে তিনিওটা পথ পকীকৰণেৰে নিৰ্মাণ কাৰ্য সম্পন্ন হ’ব।

উল্লেখনীয় যে ভৱানীপুৰ বিধানসভা সমষ্টিৰ দুগৰাকী ৰাষ্ট্ৰীয় শ্বহীদ দিলীপ কুমাৰ দাস আৰু দিগন্ত বায়নৰ স্মৃতিত ভাৰেগাওঁ আৰু কলবাৰী – গেৰুৱাপাৰাত পথ দুটা নিৰ্মিত হ’ব। আনহাতে আজি ভৱানীপুৰৰ ঐতিহাসিক শ্ৰী শ্ৰী গোপালদেৱ আতা সত্ৰ চৌহদত ড্ৰেইনেজ পদ্ধতি, ভৱানীপুৰৰ শান্তিপুৰৰ প্ৰাথমিক বিদ্যালয়ৰ চৌহদত পকী বেৰ আৰু শান্তিপুৰ নামঘৰৰ জিৰণি গৃহৰ নিৰ্মাণ কাৰ্যৰ পৃথকে পৃথকে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে বিধায়ক ফনীধৰ তালুকদাৰে।

পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ আঁচনিৰ ধন ব্যয়েৰে আধাৰশিলা স্থাপন কৰা বিদ্যালয়ৰ চৌহদত পকী বেৰ,নামঘৰৰ জিৰণি গৃহ,সত্ৰ চৌহদৰ ড্ৰেইনেজ পদ্ধতিৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰা হ’ব বুলি বিধায়ক গৰাকীয়ে ঘোষণা কৰে।

ঐতিহাসিক গোসাই কমল আলিৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত বিধায়ক ফনীধৰ তালুকদাৰে কয় যে , ” সমগ্ৰ অসমতেই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নৱ নিৰ্মাণ কাৰ্যক্ৰমণিকা আৰম্ভ হৈছে। ঐতিহাসিক ভৱানীপুৰ বিধানসভা সমষ্টিতো আৰম্ভ হৈছে নৱ নিৰ্মাণ কাৰ্যক্ৰমণিকা।অসমৰ লগতে ভৱানীপুৰ বিধানসভা সমষ্টিকো একাধিক উন্নয়নেৰে নতুন ৰূপত সজাই তোলাৰ আঁচনি গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে ।”

আটাইকেইটা আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়ক ফনীধৰ তালুকদাৰৰ লগতে ভৱানীপুৰৰ খণ্ড উন্নয়ন বিষয়া ভৱানী পেগু,লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তা ৰাজেন কাকতি, ভৱানীপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্য বুদ্ধদেৱ পাটগিৰিৰ লগতে কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBhawanipur
publisher

publisher

Related Posts

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
National

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা
News

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

April 28, 2026
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
News

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d