ক’ভিডৰ শংকাৰ মাজতেই আৰম্ভ হ’ল অসম গ্ৰন্থমেলা

download 1 1

# ক’ভিডৰ শংকাৰ মাজতেই লেখক , সাহিত্যিক তথা গ্ৰন্থপ্ৰেমীৰ মাজত বিপুল উছাহ-উদ্দীপনাৰ সৃষ্টি কৰি আজিৰে পৰা আৰম্ভ হ’ল ‘অসম গ্ৰন্থমেলা’ ।

# গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আজিৰে পৰা অনুষ্ঠিত হোৱা গ্ৰন্থমেলাখন উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰনোজ পেগুৱে ।

# অসম প্ৰকাশন পৰিষদ আৰু অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত বাৰদিনীয়াকৈ অনুষ্ঠিত হৈছে এইবাৰৰ গ্ৰন্থমেলা ।

# উদ্বোধনী অনুষ্ঠানত উপন্যাসিকা নন্দিতা দেৱী আৰু প্ৰকাশক নগেন শৰ্মাক প্ৰকাশন পৰিষদ সাহিত্য বঁটা প্ৰদান ।

# প্ৰকাশন পৰিষদৰ আঠ খন গ্ৰন্থ উন্মোচন।

# শীতৰ আমেজ লৈ গ্ৰন্থমেলাত বাকৰিত গ্ৰন্থপ্ৰেমীৰ সমাবেশ।

Exit mobile version