জানুৱাৰীৰ প্ৰথম সপ্তাহত সংযুক্ত আৰৱ আমিৰশ্বাহী ভ্ৰমণ বাতিল কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।অ’মিক্ৰনত আক্ৰান্ত সংখ্যা বৃদ্ধি হোৱাৰ বাবেই লৈছে এই সিদ্ধান্ত । তথ্য অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ নতুন বৰ্ষৰ প্ৰথম বিদেশ ভ্ৰমণৰ কথা আছিল ছয় জানুৱাৰীত।
ADVERTISEMENT