Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home New Year 2022

অপশক্তি নাশ হ‌ওক

পিংকু মৰাণ, যুৱ-পৰিচালক

publisher by publisher
January 2, 2022
in New Year 2022
Reading Time: 1 min read
0
5
SHARES
48
VIEWS
ShareShareShareShare

প্ৰতিটো পুৱা এখনি যুদ্ধৰে আৰম্ভ কৰো । নিশাবোৰত সৰিবলৈ দিওঁ ভুল-শুদ্ধৰ তুলাচনীত কেৱল ভুলবোৰক। দেখুৱাই বা কিজানি জয়ৰৰ মুখ । আনৰ দৰে সফলতা আৰু বিফলতা বুলি জীৱন পথৰ পাক্‌ লগা দুটি শব্দৰ পিছত ধৰি আগবাঢ়িবলৈ বিচাৰো । মহামাৰী বছৰ দুটাই বহু কথাই শিকাই গ’ল । আমি ভবাৰ দৰে সকলো সময়তে সকলো নহ’বও পাৰে । আগবাঢ়িবলৈ নতুন নতুন পৰিকল্পনা, প্ৰস্তুতি চলাব লাগে ।

ADVERTISEMENT

সকলোলৈ প্ৰথমে মই শুভকামনা জনালো, আহিবলগীয়া বছৰটো সুন্দৰ আৰু সুখেৰে পৰিপূৰ্ণ হওক সকলোৰে । ২০২২ চিৰস্মৰণীয় হৈ ৰওক কেৱল আনন্দ আৰু সুখৰ নামেৰেই । যোৱা বছৰৰ সময়খিনি আছিল মানৱ জাতিৰ বাবে প্ৰত্যাহ্বানৰ সময় । গতিকে তেনে সময় পুনৰাবৃত্তি কাহানিও কামনা নকৰো । অসুস্থ পৃথিৱীক সুস্থ কৰি নতুন বৰ্ষই আনক মানৱ জাতিলৈ নৱ-সৃষ্টিৰ সুস্থ ধৰিত্ৰী ।

RelatedPosts

Dainik Agradoot Today’s Edition: 8th March 2026

Dainik Agradoot Today’s Edition -3 March

Dainik Agradoot Today’s Edition : 22 Feb

আচলতে আমাৰ আশাৰ লক্ষ্যবোৰ পৰিস্থিতিৰ বাবে সময়ে সময়ে বাৰে বাৰে সলনি হয় । কাৰণ আমিবোৰ অভাৱ শব্দটোৰ লগত ডাঙৰ হোৱা ল’ৰা । সেয়া ঘৰুৱা, সামাজিক পৰিৱেশ, অৰ্থনৈতিক দূৰ্বলতা নতুবা দেশৰ শাসন ব্যৱস্থাৰ বিভিন্ন দিশৰ প্ৰক্ৰিয়া । গতিকে সময়ে যি দিশে নিয়ে সেইফালেই গতি কৰে জীৱনে । যাৰ বাবে বাৰে বাৰে নিজৰ লক্ষ্যক পথভ্ৰষ্ট কৰি সময় পৰিস্থিতিত এৰি দিব লগা হয় । প্ৰতিটো উজুটিত লগা আঘাতবোৰত কিমান কষ্ট পাইছো কেৱল নিজে অনুভৱ কৰিছো ।‌ কেতিয়াবা আঘাতৰ ঘাঁহবোৰক খজুৱটি বুলি আঁচুৰি দি শান্তিৰ মূখা পিন্ধিছো, কেতিয়াবা নিজক নিজেই বাধ্য কৰি শুকাবলৈ বাট এৰি দিওঁ ।

এটা খেৰৰ জুপুৰীৰ পৰাই বহু সপোন দেখিবলৈ ল’লো‌ ।‌ য’ত নিজৰ ভাল লগাবোৰক সাজি উলিয়াবলৈ ধৰিলো । মহামাৰীৰ সময়খিনিয়ে ভাৱ-চিন্তা সকলোবোৰ পৰিৱৰ্তন কৰি দিছিল যদিও ভাল খবৰো পালো । মোৰ দ্বাৰা পৰিচালিত প্ৰাচুৰ্য প্ৰডাকচনৰ “দ্য ড’ড” চুটি ছবিখনে বহুকেইটা আন্ত:ৰাষ্ট্ৰীয় মহোৎসৱলৈ মনোনীত হোৱাৰ লগতে এৱাৰ্ড ল’বলৈও সক্ষম হ’লো ।

নতুন বৰ্ষত সকলো সমস্যাক প্ৰত্যাহ্বান জনাই নিজৰ কামবোৰ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছো । যোৱা বৰ্ষটোত আৰম্ভ কৰা বহুকেইটা প্ৰজেক্ট সম্পূৰ্ণ কৰিব নোৱাৰিলো । গতিকে নতুন বৰ্ষটোত কামখিনি সম্পূৰ্ণ কৰি ৰাইজলৈ এৰি দিম । তাৰ ভিতৰত “অঘৰী বতাহৰ সপোন” অসমীয়া বোলছবিখনৰ কিছু এডিটিং, মিউজিক কৰাৰ পাছতেই অসমৰ ছবিগৃহলৈ মুক্তি, “ৰাগী” অসমীয়া চুটিছবিৰ মুক্তি জানুৱাৰীত, বিহু আৰু আধুনীক গানৰ ভিডিঅ’, তিনি জানুৱাৰীৰ পৰা “ডুমডুমাৰ ইতিহাস আৰু বৰ্তমান”ক লৈ এখন তথ্য ছবিৰ চিত্ৰগ্ৰহণ লগতে “বীৰ ৰাঘৱ”ৰ অসমীয়া বোলছবিৰ পাণ্ডুলিপি প্ৰস্তুত,‌ নাট কৰ্মশালাৰ লগতে বহুকেইটা সৰু-বৰ প্ৰাচুৰ্য প্ৰডাকচনৰ ভিডিঅ’ কাম ।

ক্ষিপ্ৰ গতিত পৰিৱৰ্তিত এই সমাজক এক যোগাত্মক আৰু সুস্থিৰ অৱস্থালৈ আনিবলৈ হ’লে সুস্থ-বিৱৰ্তনকামী ন-চিন্তাৰ প্ৰয়োজন আছে আৰু সেই চিন্তা পৰিকল্পনাক বাস্তৱায়িত কৰাৰ নিমিত্তে যুৱসমাজৰ কাৰ্যকৰী ভূমিকা তথা সক্ৰিয় অংশগ্ৰহণ নিতান্তই প্ৰয়োজনীয় ৷ বৰ্তমানৰ সমাজত এচাম যুৱক আছে, যি সকলে প্ৰকৃত শান্তিৰ সন্ধানত নামি পৰিছে ৷ কিন্তু উপযুক্ত পৰিৱেশ, দিক-দৰ্শক তথা উৎসাহদাতাৰ অভাৱত তেওঁলোকৰ এই সন্ধানৰ গতি স্থৱিৰ হৈ পৰিছে অথবা স্থৱিৰ হ’বলৈ বাধ্য হৈছে ৷ গতিকে এই ক্ষেত্ৰত ৰাজ্য বা দেশৰ সকলো পক্ষই দৃষ্টিগোচৰ কৰি সততাৰে দেশক আগবঢ়াই নিব লাগিব ।

প্ৰকৃততে অসমৰ বহু দিশত অস্থিৰ পৰিৱৰ্তন হৈছে । ই এক ভয়াৱহ বিপদৰ সংকেতহে বহন কৰিছে ৷ এই উশৃংখল সমাজৰ প্ৰত্যেক স্তৰতে দেখা যায় ব্যাপক অনিয়ম, হিংসা, বিদ্বেষ, অৰ্থলাভৰ দুৰ্নিবাৰ হেঁপাহ‌ ৷ ক’বলৈ গ’লে প্ৰত্যেক মানুহেই দুৰ্বলক দমন-শোষণ কৰি আগুৱাই যাব বিচাৰিছে আৰু তাতেই যেন তেওঁলোকে বিচাৰি পাইছে এক মাতাল তৃপ্তি ৷

গতিকে এনেকোৱা সময়খিনিত কি আশা কৰিম কল্পনাৰ আগোছৰ যদিও অসমৰ প্ৰত্যকটো ঘৰ-পৰিয়াল, ভিন্ন শ্ৰেণীৰ লোক, ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক সকলোবোৰ উন্নতিৰ স্বাভাৱিক ৰূপৰ এক সুস্থ ধাৰাবাহিকতা গঢ়ি উঠক । কৰ্মজীৱীৰে অসম হওক সকলোৰে আদৰ্শ ৰাজ্য‌ । গঢ়ি উঠক ঐক্যতাৰ বান্ধোন, য’ত আশা কৰিম সমাজলৈ সুস্থিৰতা আহিব ৷ ‘সততা’, ‘নিষ্ঠা’, ‘সহানুভূতি’, ‘দয়া’, ‘মমতা’ আদি শব্দবোৰৰ সুষম বাস্তৱিক প্ৰয়োগে যুৱ সমাজৰ মানসিকতালৈ এক ধনাত্মক চিন্তাধল আনিব ৷

দেশক আদৰ্শ হিচাপে গঢ়ি তুলিবলৈ স্বাধীন মনৰ গৰাকী হ’ব লাগিব । নৱ চিন্তাৰ উন্মেষ ঘটাব লাগিব ।গতিকে দেশক উন্নতিৰ আশা কৰিলে যুৱ শক্তিৰে এক সুস্থিৰতাৰ নৱ জাগৰণৰ আনিব লাগিব । সম্পদ, উৎপাদন, আন্ত:ৰাষ্ট্ৰীয় সু-সম্পৰ্কৰ লগতে অৰ্থনৈতিক বজাৰখনত কিছু নতুন চিন্তাৰ প্ৰয়োজন ।

আশা কৰিম নতুন দিনে আনি দিয়ক সকলোৰে আশা-সপোনৰ বাস্তৱায়িতা । নতুনৰ পথাৰত নৱ কঠীয়াৰ সৃষ্টি হওক নৱ-সোণগুটিৰ।পৃথিৱীৰ অপশক্তিক মোহাৰি নতুন দিনে লৈ আহক প্ৰেমৰ সেউজীয়াক ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dainik AgradootPinku Moran
publisher

publisher

Related Posts

New Year According to the English Initials of the Name:​নামৰ ইংৰাজী আদ্যাক্ষৰ অনুযায়ী নতুন বছৰটো কেনে যাব আপোনাৰ !
Assam

January 1, 2024
New Year 2023 : প্ৰাপ্তি প্ৰত্যাশী শইকীয়া , নৱ বৰ্ষ উপলক্ষে একান্ত অনুভৱ :
New Year 2023

New Year 2023 : প্ৰাপ্তি প্ৰত্যাশী শইকীয়া , নৱ বৰ্ষ উপলক্ষে একান্ত অনুভৱ :

January 1, 2023
COVID-19 : ক’ভিড আপডেট
COVID-19

COVID-19 : ক’ভিড আপডেট

June 6, 2022
দুর্নীতিমুক্ত অসম নিৰ্মাণৰ সপোন বাস্তৱ হ’ব বুলি আশা কৰিছোঁ
New Year 2022

দুর্নীতিমুক্ত অসম নিৰ্মাণৰ সপোন বাস্তৱ হ’ব বুলি আশা কৰিছোঁ

January 2, 2022
সুস্থ-নিকা আৰু দুর্নীতিমুক্ত অসম তথা দেশ বিচাৰো
News

পূৰ্বৰ পৰিস্থিতি নিবিচাৰো
New Year 2022

পূৰ্বৰ পৰিস্থিতি নিবিচাৰো

January 2, 2022
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d