Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

‘বেদখলকাৰী’কে শস্য চপােৱাৰ কামত লগাইছে কৃষি প্রকল্পই

গৰুখুঁটিৰ নতুন ৰূপ ,আত্মনিৰ্ভৰ অসমৰ প্রহসন

publisher by publisher
January 30, 2022
in Assam, News
Reading Time: 1 min read
0
‘বেদখলকাৰী’কে শস্য চপােৱাৰ কামত লগাইছে কৃষি প্রকল্পই
1
SHARES
11
VIEWS
ShareShareShareShare

বহু বিতর্ক আৰু ৰক্তাক্ত উচ্ছেদ অভিযানৰ অন্তত যােৱা বছৰৰ ছেপ্টেম্বৰৰ শেষত দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গৰুখুঁটিত অসম চৰকাৰে যুদ্ধ সদৃশ গতিৰে স্থাপন কৰা বহুমুখী কৃষি প্রকল্পত শেহতীয়াকৈ অস্থায়ী শ্রমিক, বিশেষকৈ দিন হাজিৰা কৰা লােকৰ অভাৱ হৈছে। কিয়নাে স্থানীয় বাসিন্দাসকলক দিন হাজিৰা নহয়, লাগে স্থায়ী কর্মসংস্থাপন অর্থাৎ চাকৰি।

ADVERTISEMENT

ফলত প্রকল্প কর্তৃপক্ষই শেহতীয়াকৈ পূর্বে ধলপুৰত বাস কৰা আৰু সম্প্রতি উচ্ছেদিত হৈ ভেটিৰ বজাৰত অস্থায়ী শিবিৰ পাতি বাস কৰা লােকসকলক কৃষি কর্মত নিয়ােগ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। ভেটিৰ বজাৰৰ অস্থায়ী শিবিৰত বাস কৰা উচ্ছেদিত আইনুল হকে ‘দৈনিক অগ্রদূত’ৰ আগত কয়,’ শ শ বিঘা মাটিত চৰকাৰে সৰিয়হ আৰু মাটি মাহৰ খেতি কৰিছে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

এতিয়া সেই শস্য চপােৱা মানুহ নাই। ছিপাঝাৰৰ স্থানীয় লােকে এইবিলাক সৰু-সুৰা কাম নকৰে। সেই কাৰণে আমাক মাতিছে। নাযাও বুলি ক’লে ভেটিৰ বজাৰৰ পৰাও খেদি পঠিয়াব বুলি ভাবুকি দিয়ে। বহুতে প্রাণৰ ভয়ত কাম কৰিবলৈ যায়। ‘৮০ৰ উধ্বৰ উচ্ছেদিত মুছাফ আলীয়ে ক্ষোভ প্রকাশ কৰি ‘দৈনিক অগ্রদূত’ৰ আগত কয় যে পূর্বে বছৰৰ ১২ মাহে কৃষিকৰ্ম কৰি পৰিয়াল পােহপাল দিয়া, নিজৰ মাটিত উৎপাদন কৰি ঘৰ-সংসাৰ চলােৱাসকলক আজি দুশ-আঢ়ৈশ টকা হাজিৰাত শ্ৰম কৰিবলৈ বাধ্য কৰােৱাটো দুর্ভাগ্যজনক।

পূর্বে অন্ততঃ ৩০ বিঘা মাটিত খেতি কৰা লােকসকলে দিনে আঢ়ৈশ টকাত হাজিৰা কৰিব লগা হােৱাটো অসহনীয় বেদনা বুলি স্বগতােক্তি কৰি মুছাফ আলীয়ে কয়, ‘প্ৰকল্পৰ অধ্যক্ষই নির্দেশ দিছে বুলি আমাক কাম কৰিবলৈ মাতে। নগ’লে নিৰাপত্তাৰক্ষীসহ প্রতিনিধি পঠিয়াই নগ’লে আপােনালােকক ইয়াৰ পৰাও খেদি পঠিয়াম’ বুলি ভাবুকি দিয়ে। বহুতে প্ৰাণৰ ভয়ত গৈছে, আন বহুতে পেটৰ তাড়নাত গৈছে।’

ভেটিৰ বজাৰৰ আশ্রয় শিবিৰত আশ্ৰয় লৈ থকা শিক্ষিত যুৱক ছাইদুল ইছলামে কয় যে উচ্ছেদৰ বলি হােৱা লােকসকলৰ মাজত ভােকাতুৰৰ সংখ্যাই অধিক। আর্থিক, সামাজিক আৰু মানসিকভাৱেও ভাগি পৰা উচ্ছেদিতসকলক এতিয়া প্ৰকল্পত কাম দিয়াৰ অজুহাতত বিভাজন কৰাৰ ষড়যন্ত্র লিপ্ত হােৱা বুলিও তেওঁ প্রকল্প কর্তৃপক্ষৰ বিৰুদ্ধে অভিযােগ উত্থাপন কৰে। তেওঁ কয়, ‘আমাক বাংলাদেশী, অবৈধ বেদখলকাৰী বুলি উচ্ছেদ কৰিছিল; কিন্তু এতিয়া আমাৰ মাজৰ বহুজনক বিজেপিত যােগদান কৰাৰ লগতে প্ৰকল্পত কাম কৰিবলৈ প্রলােভন দিছে।

অন্যথা আমাক কয় যে সাহায্য পােৱাটো দূৰৰে কথা পুনৰ সংস্থাপনৰ তালিকাতাে আমাৰ নাম নােসােমায়। তদুপৰি বৰ্তমানৰ আশ্রয় শিবিৰ ভাঙি দিব বুলিও বিভিন্ন সময়ত ভাবুকি দিয়ে। এনে পৰিস্থিতিত উপায়ান্তৰ হৈ বহুতে কাম কৰিছে।’ প্রকল্পৰ লগত জড়িত নাম প্রকাশত অনিচ্ছুক এজন স্থানীয় যুৱকে কয় যে গৰুখুঁটি কৃষি প্ৰকল্পত সম্প্রতি কমেও পাঁচশৰ পৰা সাতশ পুৰুষ-মহিলাই কাম কৰি আছে।

স্থানীয় বিশেষকৈ ভাষিক অসমীয়া যুৱক-যুৱতীসকল প্রকল্প চাকৰি বুলি ক’লে যিমান আগ্রহী তাৰ বিপৰীতে সৰু-সুৰা কামৰ বাবে একেবাৰে আগ্রহী নহয় বুলি উল্লেখ কৰি তেওঁ কয়, ‘আমাৰ স্থানীয় মানুহক চাকৰি লাগে। হাজিৰা নালাগে। সেই কাৰণে উচ্ছেদিত লােকসকলৰ সহায় নহ’লে সৰিয়হ, মাটি মাহ আৰু মাকৈ চপােৱা মানুহ নাথাকে।’ উল্লেখ্য যে প্রকল্পত কাম কৰিবলৈ যােৱা উচ্ছেদিত লােকৰ বাবে সকলাে ফালৰ পৰাই অহা-যােৱাৰ বাবে পথ মুকলি থাকে যদিও প্রকল্পত কাম নকৰাসকলৰ বাবে যিকোনাে কাৰণত ছিপাঝাৰলৈ অহা-যােৱাৰ সকলাে পথ বন্ধ বুলিও উচ্ছেদিত লােকসকলে আজি অভিযােগ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamDarrangGorukhuti
publisher

publisher

Related Posts

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d