Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

২৫ বছৰে ৰাইজে নিৰ্মাণ কৰা এখন বাঁহৰ দলংৰ কাহিনী

publisher by publisher
February 4, 2022
in Assam, News
0
২৫ বছৰে ৰাইজে নিৰ্মাণ কৰা এখন বাঁহৰ দলংৰ কাহিনী
2
SHARES
17
VIEWS
ShareShareShareShare

গোসাঁইগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত তথা বৰ্তমান ধুবুৰী জিলা গ্ৰাম্য উন্নয়ন বিভাগৰ কামানডাঙ্গা নদীৰ ওপৰত থকা বৃহৎ আকাৰৰ বাঁহৰ দলংখনে ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীক জলা কলা খুবাই আহিছে।

ADVERTISEMENT

কামানডাঙ্গা বিলৰ ওপৰত থকা বিধস্ত বাঁহৰ দলংখনে বিপদৰ ইংগিত বহন কৰিছে। যিকোনো মুহূৰ্তত দলঙৰে যাতায়ত কৰা যাত্ৰীয়ে দুৰ্ঘটনাত আহত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

এক কথাত কবলৈ গলে প্ৰায় ৫০০ মিটাৰ দৈঘ্যৰ এইখন দলং সম্প্ৰতি মৰণ ফান্দত পৰিণত হৈছে। বিগত সময়চোৱাত বহু কেইবাৰ ছাত্ৰ ছাত্ৰীৰ লগতে দৈনন্দিন যাতায়ত কৰা লোকে দলঙৰ পৰা পৰি আহত হয় হবলগীয়া হৈছে।

কামানডাঙ্গা বজাৰ, উচ্চতৰ মাধ্যমিক বিদ্যালয়, এম স্কুল, এল পি স্কুল, গাঁও পঞ্চায়ত আদি কৰি বিভিন্ন চৰকাৰী অনুষ্ঠান নদীৰ দক্ষিণ পাৰত লাগি আছে। নদীৰ উত্তৰ অঞ্চলত থকা প্ৰায় দহখনৰ অধিক গাঁৱৰ ৰাইজে ,ছাত্ৰ ছাত্ৰীয়ে হাট বজাৰ, চিকিৎসা, ব্যৱসায় বাণিজ্য, চৰকাৰী কাম কাজকে ধৰি শিক্ষা আহৰণ আদি সকলো কাম সম্পূৰ্ণ কৰিবলৈ ৰাতিপুৱাই বাঁহৰ দলং অতিক্ৰম কৰি কামানডাঙ্গা বজাৰ আহিব লাগে।

অতিকৈ গুৰুত্বপূৰ্ণ এইখন বিলৰ ওপৰত এখন দলং নিৰ্মাণ কৰিবলৈ কোনো এজন বিধায়ক ,সাংসদৰ পদক্ষেপ গ্ৰহণ নকৰিলে। যাৰ ফলত অঞ্চলটোৰ ৰাইজে জনপ্ৰতিনিধিৰ ওপৰত ভৰসা নকৰি নিজৰ প্ৰচেষ্টাৰে যাতায়ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে।

বিগত ২৫ বছৰ ধৰি নদীখনৰ দুয়োপাৰে থকা ২০ খনৰ অধিক গাঁৱৰ ৰাইজে নিজৰ ধন ভাঙি, বাঁহ কিনি নিৰ্মাণ কৰি আহিছে এইখন দলং । বৃহত্তৰ কামানডাঙ্গা অঞ্চলৰ ৰাইজে স্থানীয় বিধায়ক, কোকৰাঝাৰৰ সাংসদক এখন দলং নিৰ্মাণ কৰিবলৈ আবেদন নিবেদন কৰি কোনো সফল লাভ নকৰিলে।

এখন বৃহৎ আকাৰৰ বিধস্ত বাঁহৰ দলঙেৰে নিতৌ শ শ শিক্ষাৰ্থী আৰু ৰাইজে যাতায়ত কৰিছে । দলঙত ভৰি দিলে ঢোলঙ পলং কৰে শৰীৰ , কঁপি উঠে বকু। তথাপিও জীৱনক তুচ্ছ কৰি মৰণক শৰণ দি চলাচল কৰিছে যদিও জনপ্ৰতিনিধিৰ চকু আকৰ্ষণ কৰিব পৰা নাই ।

নদীখনৰ ওপৰত এখন দলং নথকাত নদীৰ উত্তৰ দিশে থকা প্ৰায় দহখনৰ অধিক গাঁৱৰ ৰাইজে শিক্ষা, স্বাস্হ্য, কৃষি,বাণিজ্য আদি কৰি সৰ্ব দিশতে বঞ্চিত হৈ আহিছে । যি সময়ত অসমৰ জৰাজীন কাঠৰ আৰু বাঁহৰ দলং আঁতৰাই পকী দলং নিৰ্মাণ কৰিবলৈ চৰকাৰে নতুন আঁচনি হাতত লৈছে তেনে সময়ত এইখন দলঙে উন্নয়নমুখী অসমৰ যাতায়ত ব্যৱস্থাৰ দুৰ্বলতা স্পষ্ট কৰি তুলিছে।।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamGossaigaon
publisher

publisher

Related Posts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
National

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা
News

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d