Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অপাৰেচন সিন্দূৰক লৈ অপপ্ৰচাৰ! ভাৰতে ব্লক কৰিলে চীনৰ আৰু তুৰ্কীৰ মিডিয়া

    GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !

    ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা বিবেচনা দিল্লীৰ 

    Shocking incidents in Guwahatiমহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

    ‘পাকিস্তান এৰি যাওক’, ইছলামবাগত ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীলৈ নিৰ্দেশ! দিল্লীৰ সিদ্ধান্তৰ ‘প্ৰতিশোধ’?

     Justice BR Govai Takes Oath:দেশে লাভ কৰিলে নতুন মুখ্য ন্যায়াধীশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

অনাগত পাঁচ বছৰলৈ নিশ্চিন্ত, উত্তৰ প্রদেশত কৃষকৰ বাবে বৃহৎ ঘোষণা শ্বাহৰ

publisher by publisher
February 16, 2022
in India, News
Reading Time: 1 min read
0
অনাগত পাঁচ বছৰলৈ নিশ্চিন্ত, উত্তৰ প্রদেশত কৃষকৰ বাবে বৃহৎ ঘোষণা শ্বাহৰ
1
SHARES
13
VIEWS
ShareShareShareShare

বিহাৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিয়ে ঘোষণা কৰিছিল যে, ক্ষমতাত আহিলে ৰাজ্যত ফ্রি কৰ’না টিকা দিয়া হ’ব । এইবাৰ উত্তৰ প্রদেশত বৃহৎ ঘোষণা কৰিলে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ।

ADVERTISEMENT

মঙলবাৰে উত্তৰ প্রদেশৰ দিব্যপুৰৰ জনসভাত গৃহমন্ত্ৰী শ্বাহে কয়, ‘অহা ১৮ মার্চত ফাকুৱা । ১০ মার্চত ৰাজ্য‌ই বিধানসভা নির্বাচনৰ (Uttar Pradesh Assembly Election 2022) ফলাফল ঘোষণা কৰিব‌ । সেই দিনাখন বিজেপিক ক্ষমতাত আনক । ১৮ তাৰিখে আপোনালোকৰ ঘৰত ফ্রি গেছ চিলিণ্ডাৰ (LPG) পঠাই দিয়া হ’ব । অনাগত পাঁচ বছৰত কোনো কৃষকে বিদ্যুতৰ বিল দিব নালাগে ।’

RelatedPosts

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

সীমান্তকলৈ শ্বাহৰ আলোচনা, ৰাজনাথৰ স’তে তিনিজন সেনা প্ৰধানৰ সাক্ষাৎ

‘বাছি বাছি পৰিশোধ লোৱা হ’ব’ পহলগাম কাণ্ডক লৈ প্রথমবাৰৰ বাবে মুখ খুলিলে শ্বাহে

উল্লেখ্য, উত্তৰ প্রদেশ বিধানসভা নির্বাচনৰ দুটা পৰ্যায় সমাপ্ত হৈছে । এই দুই পৰ্যায়ত সমাজবাদী পার্টীয়ে (SP) হাঁহি মাৰিব পৰা নাই বুলি দাবী কৰে গৃহমন্ত্ৰী শ্বাহে । তেওঁ কয়, ‘যোৱা দুই পৰ্যায়তৈ সমাজবাদী পার্টীৰ নাম মচি গৈছে । ৰাজ্যত বিজেপি চৰকাৰক ক্ষমতাত অনাৰ ভিত তৈয়াৰ কৰিছে পশ্চিম উত্তৰ প্রদেশে (Western UP) । তৃতীয় পৰ্যায়ত ব্যৱধান আৰু বাঢ়িব ।’

অখিলেশ যাদৱক লক্ষ্য কৰি গৃহমন্ত্ৰী শ্বাহে (Amit Shah) কয়, ‘অখিলেশ যাদৱে (Akhilesh Yadav) প্রশ্ন উত্থাপন কৰিছিল আমি কি কৰিছো । যদি কোনোৱে হালধীয়া বৰণৰ চশমা পৰিধান কৰি থাকে তেন্তে তেওঁ সকলো হালধীয়াই দেখিব । অখিলশৰ আমোলত গুলি প্ৰস্তুত হৈছিল ৰাজ্যত । এইবাৰ পাকিস্তানৰ বিৰুদ্ধে ব্যৱহাৰৰ বাবে বোমা প্ৰস্তুত কৰা হ’ব ।’

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amit ShahAmit Shah in UP VoteNo Electric bill for FarmersUP Election 2022
publisher

publisher

Related Posts

অপাৰেচন সিন্দূৰক লৈ অপপ্ৰচাৰ! ভাৰতে ব্লক কৰিলে চীনৰ আৰু তুৰ্কীৰ মিডিয়া
News

May 14, 2025
GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !
India

GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !

May 14, 2025
ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা বিবেচনা দিল্লীৰ 
News

ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা বিবেচনা দিল্লীৰ 

May 14, 2025
Shocking incidents in Guwahatiমহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা
Assam

Shocking incidents in Guwahatiমহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

May 14, 2025
‘পাকিস্তান এৰি যাওক’, ইছলামবাগত ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীলৈ নিৰ্দেশ! দিল্লীৰ সিদ্ধান্তৰ ‘প্ৰতিশোধ’?
News

‘পাকিস্তান এৰি যাওক’, ইছলামবাগত ভাৰতীয় দূতাবাসৰ কৰ্মচাৰীলৈ নিৰ্দেশ! দিল্লীৰ সিদ্ধান্তৰ ‘প্ৰতিশোধ’?

May 14, 2025
 Justice BR Govai Takes Oath:দেশে লাভ কৰিলে নতুন মুখ্য ন্যায়াধীশ
India

 Justice BR Govai Takes Oath:দেশে লাভ কৰিলে নতুন মুখ্য ন্যায়াধীশ

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d