মেষঃ মাটি-বাৰী, ধন লাভৰ যোগ । হু বন্ধুৰ লগ পাব, শাৰীৰিক বিষ বেদনা বৃদ্ধি পাব । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৫ ।
বৃষঃ ঘৰ দুৱাৰ উন্নতি চিন্তা, দাম্পত্য বিশৃংখলা ৰহস্যমূলক কামত মনোযোগ বৃদ্ধি । ভ্ৰমণত মধ্যম, মেৰুণ শুভ ৰং । সংখ্যা ৯ ।
মিথুনঃ কৰ্মস্থানত উন্নতি ; শত্ৰু বৃদ্ধি হ’ব ; শৰীৰৰ উন্নতি হ’ব ; ব্যয় বৃদ্ধি হ’ব ; আপোনাৰ কথাত আনক কষ্ট দিব পাৰে ; শুভ ৰং হালধীয়া, শুভ সংখ্যা ২ ।
কৰ্কটঃ সামাজিক স্থিতি উন্নতি, লগ বন্ধুৰ পৰা হানি হ’ব পাৰে, নিজক ব্যস্ত কৰি ৰাখক ; নীলা ৰং শুভ । শুভ সংখ্যা ৪ ।
সিংহঃ বন্ধুৰ সংখ্যা বৃদ্ধি পাব । ব্যৱসায়ত মন স্থিৰ কৰি ৰাখক; সোচৰা ব্যধিৰ আমনি কৰিব; কৰ্মত উন্নতি, গোলাপী শুভ ৰং । সংখ্যা ৩ ।
কন্যাঃ ৰাজনীতিৰ লগত জড়িত ব্যক্তি বলিষ্ঠ পদক্ষেপ পাব; মিলিজুলি কাম কৰিলে অধিক লাভৱান হ’ব । ভ্ৰমণত মধ্যম, নীলা শুভ ৰং । শুভ সংখ্যা ৮ ।
তুলাঃ চিঙা বা ফটা বস্ত্ৰ পৰিধান নকৰিব, মানসিক শক্তি উন্নত পাব । গণেশক পূজা কৰক, শুভ ৰং ৰঙা । সংখ্যা ৮ ।
বৃশ্চিকঃ কৰ্মত উন্নতি যুগ, দূৰণি সংবাদে আনন্দিত দিব; কিছুমান ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰিব, বগা ৰং ব্যৱহাৰ কৰিব । শুভ সংখ্যা ৬ ।
ধনুঃ সততাত আনে আঘাত কৰিব পাৰে; কৰ্মস্থান নতুন উদ্যমেৰে কাম কৰিবলৈ উৎসাহ পাব, শুভ ৰং গেৰুৱা । শুভ সংখ্যা ৯ ।
মকৰঃ নতুন কামত তৎপৰতা বাঢ়িব, গোপনীয় কাৰ্যত তথ্য সংগ্ৰহত কৃতকাৰ্য হ’ব । শত্ৰুৰ ষড়যন্ত্ৰ ব্যৰ্থ হ’ব; গোলপীয়া শুভ ৰং । শুভ সংখ্যা ৫ ।
কুম্ভঃ নতুন কৰ্মসংস্থানৰ যোগ । মূৰৰ বিষত কষ্ট পাব পাৰে, বিশ্বাসযোগ্যতা বৃদ্ধি পাব, শুভ ৰং বাদামী । শুভ সংখ্যা ৩ ।
মীনঃ ৰাজনৈতিক ক্ষেত্ৰত অলপ জটিল সমস্যাৰ সন্মুখীন হ’ব ; কৰ্মস্থানত ব্যস্ততা বাঢ়িব । পুৰণি কথাই মনত কষ্ট দিব, শুভ ৰং বগা । শুভ সংখ্যা ৪ ।