বোকাখাটত সংঘটিত পথ দুৰ্ঘটনা

বোকাখাট JDSG ওচৰত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ।ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কনভয়ৰ এছকৰ্টৰ খুন্দাত এজন নিহত ৷

তথ্য অনুসৰি দুৰ্ঘটনাত নিহত লোকজন মিলনপুৰৰ ৮৭ বছৰীয়া ৰামেশ্বৰ ৰবি দাস (ভায়া) ৷

Exit mobile version