বড়ো জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত কোকৰাঝাৰত জন্ম ইণ্ডিজিনিয়াচ বডো য়ুথ অৰ্গানাইজেশন

12876ccb 520a 48b5 b1c2 bd722a4f9641

বড়োজাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা সমাধানৰ দাবী উত্থাপন গনতান্ত্ৰিক ভাবে উত্থাপন কৰিবলৈ বিটিআৰৰ হাৰ্টলেণ্ড কোকৰাঝাৰত জন্ম হয় ইণ্ডিজিনিয়াচ বডো য়ুথ অৰ্গানাইজেশন নামৰ এক সংগঠনৰ ।

উক্ত সংগঠনৰ সভাপতি হিচাপে কৰ্নেলিয়াচ বসুমাতাৰী আৰু সাধাৰন সম্পাদক হিচাপে মিজিং মুচাহাৰীৰক বাছনি কৰি এখন শক্তিশালী গঠন কৰে । সমিতি খনগঠনৰ অন্তত আজি কোকৰাঝাৰত এক সংবাদমেল পাতি আত্মপ্ৰকাশ কৰে ।

Exit mobile version