২০১৩ এপিএছচি কেলেংকাৰী তদন্তৰ দ্বায়িত্বত আছিল এজনীয়া তদন্ত আয়োগ ।
ADVERTISEMENT
ন্যায়িক আয়োগৰ তদন্তত উন্মোচিত হৈছে বহু বিস্ফোৰক তথ্য ।
সোমবাৰে এজনীয়া আয়োগক সাক্ষাৎ ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এপিএছচিৰ ।
এজনীয়া আয়োগৰ প্ৰতিবেদন চৰকাৰক কাৰ্য্যকৰী কৰাৰ দাবী ।
আয়োগৰ প্ৰতিবেদনৰ পৰামৰ্শ চৰকাৰক কাৰ্যকৰী কৰাৰ দাবী সংগঠনটোৰ ।
২০১৪ এপিএছচি কেলেংকাৰী তদন্ত দায়িত্ব ন্যায়িক আয়োগক দিবলৈও দাবী উত্থাপন ।
২০১৪ৰ দূৰ্নীগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বিপৰীতে পদোন্নতিৰ বাবেহে ফাইল সাজু কৰিছে দিছপুৰে ।
এই অভিযোগ ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এপিএছচিৰ ।