Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

    Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

 Indian Railways : ৰাজধানী-শতাব্দীৰ যুগৰ অন্ত ! বৃহৎ পৰিৱর্তন আহিব ভাৰতীয় ৰেলত

publisher by publisher
March 17, 2022
in India, News
Reading Time: 1 min read
0
 Indian Railways : ৰাজধানী-শতাব্দীৰ যুগৰ অন্ত ! বৃহৎ পৰিৱর্তন আহিব ভাৰতীয় ৰেলত
3
SHARES
26
VIEWS
ShareShareShareShare

ভাৰতত দূৰ যাত্ৰাৰ ট্রেইনৰ ভিতৰত সৰ্বাধিক দ্রুত আৰু ‘প্রিমিয়াম’ ট্রেইনৰ তালিকাত আছে ৰাজধানী আৰু শতাব্দী এক্সপ্রেছৰ নাম । অৱশ্যে এই ট্রেইনবোৰৰ যুগৰ অন্ত পৰিব লৈছে । তথ্য অনুসৰি, শীঘ্রে এই ট্রেইনবোৰৰ স্থান ল’ব ছেমি হাই স্পিড বন্দে ভাৰত এক্সপ্রেছে ।

ADVERTISEMENT

চেয়াৰ কাৰ বন্দে ভাৰত ট্রেইন চালোৱাৰ পাছত, ৰেল মন্ত্রণালয়ে চলিত বৰ্ষত শ্লিপাৰ সুবিধাসহ বন্দে ভাৰত ট্রেইন চালোৱাৰ প্রস্তুতি লৈছে । ছেমি হাই স্পিডৰ ট্রেইনখনত সমস্ত বৈশিষ্ট্য থাকিব । লগতে বর্তমান ৰেলৱেৰ দ্রুততম ৰাজধানী এক্সপ্রেছ ট্রেইনতকৈ তিনি ঘণ্টা আগতে গন্তব্য স্থানত পোৱাব বন্দে ভাৰত এক্সপ্রেছে । সেয়ে যাত্রীসকলে এইবাৰ ৰাজধানীৰ বিপৰীতে বন্দে ভাৰতকে বাছি ল’ব বুলি ধাৰণা কৰা হৈছে । ইয়াৰ ফলত ভাৰতত ৰেলযাত্রীসকল এটা নতুন ভ্রমণ অভিজ্ঞতাৰ সাক্ষী হ’ব ।

RelatedPosts

7 Wild Elephant Death in Kampur:নগাঁৱৰ কামপুৰত কৰুণ ঘটনা, ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭ টা বন্যহস্তীৰ মৃত্যু

ৰেলৰ টিকট বুকিঙৰ এই নতুন নিয়ম জানেনে?

Heavy fog:ঘন কুঁৱলীৰ বাবে ১ ডিচেম্বৰৰ পৰা বাতিল ২৪খন ৰে’লৰ চলাচল

ৰেল মন্ত্রণালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনাইছে যে বন্দে ভাৰত প্রযুক্তিত প্রতিটো কোচৰ নিজস্ব ইঞ্জিন আৰু পৃথক ব্রেকিং ছিষ্টেম আছে । সেয়ে ট্রেইনৰ সন্মুখত ইঞ্জিন স্থাপন কৰাৰ প্ৰয়োজন নাই । স্বয়ংচালিত ইঞ্জিন (এছপিই) প্রযুক্তিৰ সহায়ত বন্দে ভাৰত ট্রেইনখন খুব দ্রুত চলবলৈ সক্ষম । লগতে জৰুৰী অৱস্থাৰ ক্ষেত্রত ট্রেইনখন দ্রুত ব্রেকো ধৰিব পাৰে ।

বন্দে ভাৰত এক্সপ্রেছ ১৬০ৰ পৰা ১৮০ কিলোমিটাৰ প্রতি ঘণ্টা (ছেমি হাই স্পিড) বেগত যাব । সেয়ে ইয়াৰ ডিজাইন কৰা হৈছে । বন্দে ভাৰত এক্সপ্রেছ ট্রেইনখন এলুমিনিয়াম ধাতুৰে তৈয়াৰী হ’ব । ফলত ই পাতল আৰু কম ইন্ধন খৰচী হ’ব । যাত্রী নিৰাপত্তা আৰু সুবিধাৰ ক্ষেত্ৰত ই হ’ব বিশ্বমানৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: bande bharatIndian RailwaysRajdhani ExpressShatabdi Express
publisher

publisher

Related Posts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড
National

Gujarat :গুজৰাটৰ চুৰাটত দিন -দুপৰতে লোমহৰ্ষক ডকাইতি কাণ্ড

April 28, 2026
Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা
News

Jakarta Train Accident:ইণ্ডোনেছিয়াত শোকাৱহ ৰে’ল দুর্ঘটনা

April 28, 2026
উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d