Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Coal Mine Collapse : ঝাড়খণ্ডৰ কয়লা খনিত খহনীয়া ! ভিতৰত আবদ্ধ বহু

publisher by publisher
April 21, 2022
in India, News
Reading Time: 1 min read
0
e67212a2b44a2bdcc856ee96a9cdd525 original
2
SHARES
15
VIEWS
ShareShareShareShare

ঝাড়খণ্ডৰ ডুমৰিজোৰত এটা পৰিত্যক্ত কয়লা খনিত খহনীয়া হৈ দুর্ঘটনাৰ কবলত পৰিল কে’বাজনো লোক । এই পৰিত্যক্ত কয়লা খনিত অবৈধভাৱে খননৰ কাম চলিছিল বুলি অভিযোগ । স্থানীয় সংবাদমাধ্যম সূত্রে খবৰ, খনিৰ ভিতৰত প্ৰায় ১২ জন লোক আছিল । তেওঁলোক প্রত্যেকেই আবদ্ধ হৈ আছে বুলি বলে সন্দেহ কৰা হৈছে । যদিও স্থানীয় সূত্রে দবী, ভিতৰত আৰু অধিক শ্রমিক আবদ্ধ হোৱাৰ সম্ভাৱনা আছে ।

ADVERTISEMENT

ইয়াৰ আগতেও একাধিকবাৰ এনে ঘটনা ঘটিছে ঝাড়খণ্ডৰ খনি এলাকাত । বৃহস্পতিবাৰৰ ঘটনাটো চিৰকুণ্ডা থানা ডুমৰিজোৰৰ । এই এলাকাৰ খনিসংলগ্ন ৰাস্তা প্রায় ১৫-২০ ফুট ব্যাসার্ধজুৰি সম্পূর্ণ আহি গৈছে । সম্পূৰ্ণ এলাকাটোৱে জলমগ্ন । ফলত উদ্ধাৰকাৰীসকল উপস্থিত হ’লেও উদ্ধাৰকার্য ব্যাহত হৈছে ।

RelatedPosts

বিয়াত ৰসগোল্লা খাই শ্বাসৰুদ্ধ হৈ মৃত্যু !

ঝাৰখণ্ডৰ জংঘলত ভুৱা সংঘর্ষৰ অভিযোগ, ১৭ জন মাওবাদী নিহত

নিৰাপত্তাবাহিনীৰ বৃহৎ সাফল্য, নিহত শীৰ্ষ মাওবাদী পাতিৰাম মাঝি

বৃহস্পতিবাৰে পুৱা এই খহনীয়া হোৱাৰ খবৰটো প্রকাশ্যত আহে । সূত্ৰ অনুসৰি, খনি সংলগ্ন ৰাস্তা তলত সোমাই গৈছে । ডুমৰিজোৰৰ এই পথছোৱাই বহু গাঁৱক সংযোগ কৰিছে । সেয়ে খহনীয়াৰ খবৰত উদ্বিগ্ন হৈ পৰে অঞ্চলটোৰ লোক । খবৰ পাই চিৰকুণ্ডা থানাৰ বিষয়া জিতেন্দ্র কুমাৰে আৰক্ষী বাহিনী লৈ ঘটনাস্থলত উপস্থিত হয় । তদন্ত আৰম্ভ কৰে । তেওঁ জনায়, আৰক্ষীয়ে সকলো দিশৰ পৰাই বিষয়টো পৰ্যবেক্ষণ কৰিছে । স্থানীয় মানুহে দুর্ঘটনাৰ কাৰণ হিচাপে অবৈধ খননৰ কথাকেই জনাইছে । আৰক্ষীয়ে অৱশ্যে জনাইছে, অবৈধ খননৰ বাবে ঘটনাটো সংঘটিত হৈছে নে নাই সেয়া জনাৰ চেষ্টা কৰিছে ।

উল্লেখ্য, ইয়াৰ আগতেও এই ডুমৰিজোৰত কয়লাখনিত খহনীয়াৰ ঘটনা ঘটিছে । একেই স্থানতে বাৰে বাৰে খহনীয়া হোৱাৰ ঘটনাই অঞ্চলবাসীক চিন্তিত কৰি তুলিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Coal MineCollapseDhanbadJharkhand
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d