Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

বাপেকৰ হোটেল:ইয়াত ২৪ ঘণ্টাই পোৱা যায় বিনামূলীয়া আহাৰ, শিক্ষকৰ অভিনৱ উদ্যোগ

publisher by publisher
April 30, 2022
in India, News
Reading Time: 1 min read
0
বাপেকৰ হোটেল:ইয়াত ২৪ ঘণ্টাই পোৱা যায় বিনামূলীয়া আহাৰ, শিক্ষকৰ অভিনৱ উদ্যোগ
1
SHARES
12
VIEWS
ShareShareShareShare

উপার্জনক্ষম হোৱাৰ চেষ্টা নকৰি ডেকা ল’ৰাই ঘৰতে থাকি আৰামৰ জীৱন নিৰ্বাহ কৰিলে সাধাৰণতে কটাক্ষ কৰি কোৱা হয় যে ‘বাপেকৰ হোটেল’ত খাই-বৈ জীয়াই আছে। কিন্তু বাস্তৱত এইখন ভাৰততে আছে এখন ‘বাপেকৰ হোটেল’।

ADVERTISEMENT

হয়, আপুনি হয়তো পঢ়ি আচৰিত হ’ব যে কেৱল কটাক্ষৰ বাবেই ‘বাপেকৰ হোটেল’ অভিহিত কৰা নহয়, পশ্চিমবংগতে এনে এখন আজৱ হোটেল আছে।

RelatedPosts

WB- Tamilnadu Election Polling:আজি পশ্চিমবংগ আৰু তামিলনাডু বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ

First phase election in WB:পশ্চিমবংগ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ হ’ব বৃহস্পতিবাৰে

Assam Assembly Election:এটা পর্যায়ত নির্বাচন অনুষ্ঠিত হোৱাৰ সুযোগত বিহাৰ-পশ্চিমবংগৰ পৰা ২৬শ বাহন আমদানি

হোটেলখনৰ নাম বাংলাত ‘বাপেৰ হোটেল’ ৰাখিছে। পশ্চিমবংগৰ পূব মেদিনীপুৰৰ কাঁথিৰ এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক এজনে মুকলি কৰিলে এই আজৱ নামৰ হোটেলখন।

অৱশ্যে এইখন ‘বাপেৰ হোটেল’ মানুহৰ বাবে নহয়, শিক্ষকজনে মুকলি কৰিছে কেৱল বনৰীয়া তথা পথত বিচৰণ কৰা জীৱ-জন্তুৰ বাবে।কাঁথিৰ এক নম্বৰ ব্লকৰ কুলাইপদিমা নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক শ্যামল জানাই প্রতিষ্ঠাকৰিছে ‘বাপেৰ হোটেল’ৰ।

নিজৰ বিবাহ বার্ষিকীত জীৱ-জন্তুৰ কল্যাণ সাধনৰ কথা চিন্তা কৰি শ্যামলে বন্য জন্তুক আহাৰ যোগানৰ উদ্দেশ্যৰে মুকলি কৰিলে এইখন আচহুৱা হোটেল। প্রথম দিনাৰ পৰাই শ্যামলৰ এই হোটেলত অগণন জীৱ-জন্তুবে আহাৰ গ্ৰহণৰ বাবে ভিৰ কৰি আহিছে।

যিকোনো বন্য প্রাণীয়ে এই হোটেললৈ আহি পেট ভৰাই উপলব্ধ খাদ্য খাব পাৰে। প্ৰকৃতিক সুস্থ-সুন্দৰ কৰি ৰখাত পশুপখীৰ অৱদান অপৰিসীম। পাৰিপাৰ্শ্বিক পৰিৱেশ বৰ্তাই ৰাখিবলৈ হ’লে পশু- পক্ষীকো সুৰক্ষিত কৰিব লাগিব। এই কাৰণতে যোৱা ২৫ এপ্রিলৰ নিজৰ বিবাহ বার্ষিকীৰ দিনা শ্যামলে কাঁথিৰ আঠিলাগাড়ীত পশু-পক্ষীৰ বাবে এখন হোটেল মুকলি কৰিলে।

প্রথম দিনৰ পৰাই অঞ্চলটোৰ অসংখ্য পশু-পক্ষীয়ে শ্যামলৰ হোটেলত ভিৰ কৰি আহিছে। গৰমত পশু-পক্ষীক সকাহ দিবলৈ ‘বাপেৰ হোটেল ‘ত পর্যাপ্ত পৰিমাণৰ পানীও ৰখা হৈছে। তদুপৰি আছে কল, আঙুৰ, বুট, শস্য তিঁয়হ, গম, সূর্যমুখী বীজ, বাদাম, ভুট্টা ইত্যাদি।

খাদ্যসমূহ পৰিৱেশন কৰা হৈছে নানা ৰঙী মাটিৰ বৰ্তনত। ঘৰৰ মুক্ত চাদত ২৪ ঘণ্টাই খোলা থাকিব ‘বাপেৰ হোটেল’। শ্যামলে কয়, ‘মই এজন সাধাৰণ শিক্ষক। বিবাহ বার্ষিকীত পত্নীক সুখী কৰিবলৈ দামী উপহাৰ দিয়াৰ উপায় নাই। পত্নীক সুখী কৰাৰ বাবে সেয়েহে বিবাহ বার্ষিকীত পশু-পক্ষীক খাদ্য যোগানৰ উদ্দেশ্যৰে এই পৰিকল্পনা ৰূপায়ণ কৰিলো।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Baper hotelWEST BENGAL
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d