আগষ্টত দেশ আৰম্ভ হ’ব পাৰে ৫ জি সেৱা

5G network india e1504784214314

ভাৰতত অহা আগষ্টৰ ভিতৰতে ৫ জি ইণ্টাৰনেট সেৱা বন্ধ হোৱাৰ সম্ভাবনা আছে। টেলিকম মন্ত্রী অশ্বিনী বৈষ্ণৱে এই কথা প্রকাশ কৰি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ, আগত কয় যে অহা আগষ্টৰ অন্তিম ভাগৰ ভিতৰত ভাৰতত ৫ জি ইণ্টাৰনেট সেৱা আৰম্ভ কৰা হ’ব।

মন্ত্রীজনে লগতে কয় যে ইতিমধ্যে স্পেকট্রামৰ বিক্ৰী আৰম্ভ হৈছে আৰু অহা জুনৰ ভিতৰতে সমগ্র প্রক্রিয়া সম্পূর্ণ হােৱাৰ সম্ভাৱনা আছে। ৫ জি সেৱা দেশত প্ৰৱৰ্তিত হােৱাৰ পাছত ইণ্টাৰনেটৰ গতি যথেষ্ট দিন বৃদ্ধি পাব।

ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে বর্তমানে সন্মুখীন হৈ অহা ডেটাৰ গতিৰ সমস্যাৰ পৰাও ৫ জি সেৱা প্রবর্তিত হােৱাৰ পাছত সকাহ লাভ কৰিব।

Exit mobile version