Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

উত্তৰ কোৰিয়াত ‘প্রথম’ কৰ’না সংক্রমণ, জৰুৰী অৱস্থা ঘোষণা একনায়ক কিমৰ

publisher by publisher
May 12, 2022
in COVID-19, International, News
Reading Time: 1 min read
0
উত্তৰ কোৰিয়াত ‘প্রথম’ কৰ’না সংক্রমণ, জৰুৰী অৱস্থা ঘোষণা একনায়ক কিমৰ
2
SHARES
23
VIEWS
ShareShareShareShare

সমগ্ৰ বিশ্বকে কৰ’নাই জুৰুলা কৰাৰ সময়ত, উত্তৰ কোৰিয়াৰ শাসক কিম জং উন গর্বত প্রায় উৰি আছিল । কাৰণ, উত্তৰ কোৰিয়াৰ দাবী আছিল, তেওঁলোকৰ দেশত এতিয়াও কৰ’না ৰোগীৰ সন্ধান পোৱা নাই । সেয়ে কৰ’না মোকাবিলাত বিশ্বৰ ভিতৰতে নজিৰ সৃষ্টিৰ দাবীও কৰিছিল কিমে । কিন্তু এইবাৰ এজন ক’ভিড আক্রান্তৰ সন্ধান পোৱা গৈছে বুলি জনাইছে দেশখনে । সেয়ে দেশত জৰুৰী অৱস্থা ঘোষণা কৰিছে স্বেচ্ছাচাৰী কিমে ।

ADVERTISEMENT

সংবাদ সংস্থা এএফপি সূত্রে খবৰ, দেশত ‘প্রথম কৰ’না আক্রান্তৰ’ সন্ধান পোৱা গৈছে বুলি বৃহস্পতিবাৰে জনাইছে উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদমাধ্যম কেচিএনএ-য়ে । জনোৱা হৈছে, ৰাজধানী পিয়ংইয়ংয়ত এজন লোকৰ শৰীৰত কৰ’নাৰ অ’মিক্রন ভেৰিয়েন্ট পোৱা গৈছে । সংক্রমণৰ খবৰ লাভ কৰাৰ পাছতেই পলিটব্যুৰ’ৰ স’তে জৰুৰী বৈঠকত মিলিত হয় কিম । সিদ্ধান্ত লোৱা হয়, সংক্রমণ ৰোধ কৰিবলৈ দেশজুৰি জৰুৰী অৱস্থা জাৰি কৰা হ’ব । কেচিএনএ-ৰ প্রতিবেদন অনুযায়ী, বৈঠকত কিমে কয়, “কৰ’না ভাইৰাছক সমূলী শেষ কৰিব লাগিব । শীঘ্ৰে এই কাম কৰিব লাগিব ।”

RelatedPosts

নৌসেনাক শক্তিশালী কৰিবলৈ অত্যাধুনিক যুদ্ধজাহাজ নিৰ্মাণ কৰিছে উত্তৰ কোৰিয়াই! 

North Korea Tests Nuclear Weapons Underwater:এইবাৰৰ সমুদ্রত আতংক বিয়পাব উত্তৰ কোৰিয়াই

Covid -19 : চীনৰ ক’ৰনা পৰিস্থিতিৰ অৱনতি ! মুখ খুলিলে জিনপিঙে

লগতে কিমৰ দাবী, যিহেতু উত্তৰ কোৰিয়াৰ লোক অত্যন্ত সচেতন, সেয়ে দ্রুত তেওঁলোকে এই জৰুৰী অৱস্থাৰ পৰা ওলাই আহিবলৈ সক্ষম হ’ব ।

বিশ্লেষকসকলৰ মতে, ইচ্ছামতে দাবী কৰিলেও উত্তৰ কোৰিয়াত কৰ’না সংক্রমণ ভয়াৱহ মাত্রাত বাঢ়িছে । পৰিস্থিতি আৰু জটিল কৰি দেশখনৰ প্রায় দুই কোটি ৫০ লাখ লোকৰ এজনকো টিকা দিয়া হোৱা নাই । বিশ্ব স্বাস্থ্য সংস্থাই বাৰে বাৰে টিকাকৰণৰ দাবী জনালেও সেই আবেদনত গুৰুত্ব নিদিয়ে কিমে ।

আনকি, বন্ধু চীন আৰু ৰাছিয়াই টিকা জোগান দিয়াৰ প্রস্তাৱ দিয়াত সেয়াও তেওঁ উভতাই পঠিয়াই । ফলত দেশটিখনত মৃত্যুৰ হাৰ অত্যন্ত বেছি বুলি ধাৰণা কৰা হৈছে ।

উল্লেখ্য, ২০২০ত সমগ্ৰ বিশ্বত কৰ’নাৰ প্রকোপ বাঢ়ি থকাৰ সময়ত দেশৰ সীমান্ত বন্ধ কৰি দিছিল কিম চৰকাৰে । কিন্তু তৎসত্ত্বেও সংক্রমণ ৰোধ কৰা সম্ভৱ নহয় বুলি দাবী । আছান ইনষ্টিটিউট ফৰ পলিচি ষ্টাডিজৰ গৱেষক গো মিয়ং হিউনে জনাইছিল, দক্ষিণ কোৰিয়া আৰু চীনৰ পৰা উত্তৰ কোৰিয়াত কৰ’নাৰ সংক্রমণ ঘটিছে । সেয়ে চিঅ’লৰ ওপৰত ক্ষুব্ধ কিমে ভয়াৱহ প্ৰতিশোধৰ কথা ভাবিছে ।

ইপিনে, কৰ’না মহামাৰীৰ ফলত উত্তৰ কোৰিয়াৰ অর্থনীতি আৰু ভাঙি পৰিছে বুলি ধাৰণা কৰিছে বিশেষজ্ঞসকলে । কে’ব বছৰ ধৰি উত্তৰ কোৰিয়াত (North Korea) খাদ্যৰ দাম ঊর্ধ্বমুখী হৈছে । পেট পূৰণ কৰিবলৈ জ্বলাকলা খাইছে দেশবাসীয়ে । কৰ’না কালত সেয়া সংকটজনক অৱস্থা পাইছে । ফলত ‘series of deviations’ক দোষাৰোপ কৰিছে কিম জং উনে ।

যদিও বিশেষজ্ঞসকলৰ প্ৰতিবেদন অনুযায়ী, একাধিক প্রাকৃতিক বিপর্যয়, কৃষিক্ষেত্রত সঠিক পৰিকল্পনা আৰু পৰিকাঠামোৰ অভাৱসহ একাধিক বিষয়ক কাৰণ বুলি কোৱা হৈছে ।সবমিলিয়ে কিন্তু এই কথাত সমৰ্থন নিদি উত্তৰ কোৰিয়াৰ একনায়কৰ বক্তব্য, কৃষিক্ষেত্রত উৎপাদন চাহিদাৰ তুলনাত বহুত কম । সেয়ে খাদ্যৰ অভাৱে দেখা দিছে । এনে পৰিস্থিতিত সকলোৱে কম খোৱা উচিত । ইয়াৰ পৰাই দেশৰ পৰিস্থিতি যে অত্যন্ত শোচনীয় সেয়া স্পষ্ট ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CORONAVIRUSKim Jong-unNorth Korea
publisher

publisher

Related Posts

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী
News

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d