Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Jayant Chaudhary : ছিব্বলৰ পাছত এইবাৰ ৰাজ্যসভা নিৰ্বাচনত অখিলেশৰ সমর্থন জাঠ নেতা জয়ন্ত

publisher by publisher
May 26, 2022
in India, News
Reading Time: 1 min read
0
Jayant Chaudhary : ছিব্বলৰ পাছত এইবাৰ ৰাজ্যসভা নিৰ্বাচনত অখিলেশৰ সমর্থন জাঠ নেতা জয়ন্ত
1
SHARES
12
VIEWS
ShareShareShareShare

কংগ্রেছচ্যুট কপিল ছিব্বলৰ পাছত এইবাৰ ৰাষ্ট্রীয় লোকদল (আৰএলডি) সভাপতি জয়ন্ত চৌধুৰী । উত্তৰ প্রদেশত আসন্ন ৰাজ্যসভা নিৰ্বাচনৰ বাবে আন এজন প্রার্থীক সমর্থনৰ ঘোষণা কৰিলে সমাজবাদী পার্টি (এছপি)-ৰ প্রধান অখিলেশ যাদৱে । বৃহস্পতিবাৰে এছপি-ৰ তৰফৰ পৰা এটা টুইট-বার্তাত কোৱা হৈছে, ‘জয়ন্ত চৌধুৰী এছপি আৰু আৰএলডি-ৰ যৌথ প্রার্থী হিচাপে ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ।’

ADVERTISEMENT

প্রসংগত, অখিলেশৰ স’তে বুধবাৰে উত্তৰ প্রদেশত ৰাজ্যসভা নিৰ্বাচনৰ প্রার্থী হিচাপে মনোনয়ন দাখিল কৰিছিল প্রাক্তন কেন্দ্রীয় মন্ত্রী ছিব্বলে । এছপি সমর্থিত নির্দলীয় প্রার্থী হিচাপে নিৰ্বাচনত যুঁজ দিয়াৰ ঘোষণা কৰি ছিব্বলে জনায়, যোৱা ১৬ মে’ত তেওঁ কংগ্রেছৰ সদস্যপদৰ পৰা পদত্যাগ দিছে ।

RelatedPosts

কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মহছিনা কিদৱাইৰ দেহাৱসান

যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰৰ সম্ভাৱনা পৱন খেড়াৰ

কলগাছিয়াত বিদেশী বিতাড়নকে ধৰি কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সংবাদমেল সম্বোধন ৰাষ্ট্ৰীয় মুখপাত্ৰ মহিমা সিঙৰ

অহা ১০ জুনত দেশৰ ১৫ ৰাজ্যত ৫৭টা ৰাজ্যসভা আসনত নিৰ্বাচন হ’ব । ইয়াৰ ভিতৰত উত্তৰ প্রদেশৰ ১১টা আসন আছে । সেই ৰাজ্যৰ বিধানসভাৰ পাটিগণিত অনুসৰি, ইয়াৰে শাসকদল বিজেপি আৰু আৰু প্রধান বিৰোধী দল এছপি তিনিটা আসনত জয়ী হোৱাৰ সম্ভাৱনা । বুধবাৰে ছিব্বলৰ লগতে এছপি প্রার্থী হিচাপে মনোনয়ন পেছ কৰিছিল জাভেদ আলি খানে ।

ৰাজনৈতিক মহলৰ একাংশৰ অনুমান আছিল অখিলেশে তৃতীয় আসনত তেওঁৰ পত্নী ডিম্পলক প্রার্থীত্ব দিব পাৰে । কিন্তু অৱশেষত সহযোগী দলৰ নেতা জয়ন্তকেই বাছি ল’লে । প্রয়াত প্রাক্তন উপপ্রধানমন্ত্রী চৰণ সিঙৰ নাতি তথা প্রয়াত প্রাক্তন কেন্দ্রীয় মন্ত্রী অজিত সিঙৰ নাতি জয়ন্ত পশ্চিম উত্তৰ প্রদেশত প্রভাৱশালী জাঠ নেতা হিচাপে পৰিচিত । চলিত বৰ্ষত বিধানসভা নিৰ্বাচনত এছপি-ৰ স’তে একজোঁট হৈ যুঁজ দিলে আৰএলডি-য়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: akhilesh yadavCongressJayant ChaudharyKapil SibalRLDSamajwadi Party
publisher

publisher

Related Posts

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d