Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Kashmiri Pandits : কাশ্মীৰি পণ্ডিতসকলক শিবিৰতে ‘বন্দী’ কৰিলে আৰক্ষীয়ে

publisher by publisher
June 1, 2022
in India, News
Reading Time: 1 min read
0
Kashmiri Pandits : কাশ্মীৰি পণ্ডিতসকলক শিবিৰতে ‘বন্দী’ কৰিলে আৰক্ষীয়ে
1
SHARES
6
VIEWS
ShareShareShareShare

সন্ত্ৰাসবাদীৰ লক্ষ্যত অহাৰ পাছত সম্প্ৰতি জম্মু-কাশ্মীৰৰ শিবিৰতেই (ট্রেনজিট কেম্প) বন্দী থাকিবলগীয়া হৈছে প্রায় চাৰি হেজাৰ কাশ্মীৰি পণ্ডিতে । ওলোৱাৰ অনুমতি নাই । মঙলবাৰে প্রধানমন্ত্রীৰ বিশেষ প্রকল্পৰ অধীনত প্রায় চাৰি হেজাৰ কাশ্মীৰি পণ্ডিতক ২৪ ঘণ্টাৰ ভিতৰত নিৰাপদ স্থানত স্থানান্তৰ নকৰিলে উপত্যকা ত্যাগ কৰি অন্য স্থানত যোৱাৰ হুমকি দিছিল ।

ADVERTISEMENT

মঙলবাৰে জম্মুৰ এগৰাকী শিক্ষয়িত্ৰীক ৰজনীবালাকৰ কুলগামত বিদ্যালয়ৰ বাহিৰত গুলি কৰি হত্যা কৰে সন্ত্ৰাসবাদীয়ে । তাৰ পাছতেই এই সকীয়নি দিয়ে কাশ্মীৰি পণ্ডিতসকলে । তাৰেই ফলশ্রুতি, কঠোৰ নিৰাপত্তাৰ আৱৰি পেলোৱা হৈছে ট্রেনজিট কেম্প । প্রসংগত, যোৱা মাহতেই ৰাহুল ভট্ট নামে এজন কাশ্মীৰি পণ্ডিতকো একেদৰে কাৰ্যালয়ৰ ভিতৰতে গুলি কৰি হত্যা কৰা হয় ।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

কিশ্তৱাৰত নতুন সংঘৰ্ষ, ছত্রু বনাঞ্চলত অব্যাহত সেনা-আৰক্ষীৰ যৌথ অভিযান

বুধবাৰে পুৱাৰ পৰাই উপত্যকাত কাশ্মীৰি পণ্ডিতসকলৰ শিবিৰবোৰ ছিল কৰি দিয়া হয়‌ । শ্রীনগৰৰ চহৰাঞ্চলৰ ইন্দ্রনগৰ কেম্পত পুৱাৰ পৰাই কাটাতাঁৰেৰে আৱৰি পেলোৱা হৈছে । কেম্পত বসবাসকাৰী কাশ্মীৰি পণ্ডিতসকলক বাহিৰত যোৱাৰ অনুমতি নাই । ভেছু পণ্ডিত কলনিতো একেই পৰিস্থিতি । কিন্তু এই কঠোৰ ব্যৱস্থাক ভাল ভাৱে লোৱা নাই কেম্পত বসবাসকাৰী পণ্ডিতসকলে । তেওঁলোকে ভেছু কলনিত বিক্ষোভো প্ৰদৰ্শন কৰে আৰু পুনর্বাসনৰ দাবী জনায় ।

এজন বিক্ষোভকাৰীয়ে কয়, ‘‘আমাক নিৰাপদ স্থানত পুনর্বাসন দিয়ক । আমি প্রতিনিধিসকলে লেফটেনেন্ট গভর্নৰ মনোজ সিন্‌হাৰ স’তে দেখা কৰি আমাক বচোৱাৰ আবেদন জনাইছিলো । যেতিয়ালৈকে উপত্যকাৰ পৰিস্থিতি স্বাভাৱিক নহয়, তেতিয়ালৈকে আমাক নিৰাপদ স্থানত থাকিবলৈ দিয়ক ।’’

অৱশ্যে এয়ে প্রথম নহয়, অক্টোবৰত পাঁচ দিনৰ ব্যৱধানত সাতজন সাধাৰণ মানুহক হত্যা কৰা হয় । মৃতসকলৰ ভিতৰত আছিল দুজন প্রবাসী হিন্দু, এজন কাশ্মীৰি পণ্ডিত আৰু এজন শিখ সম্প্ৰদায়ৰ । তাৰ পাছৰ পৰাই উপত্যকা ত্যাগ কৰি পুনৰ কাশ্মীৰি পণ্ডিতসকলৰ গণপলায়ন আৰম্ভ হয় । তেওঁলোকক বাধা দিবলৈ বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হয় যদিও সফল নহয় ।

বুধবাৰে পুৱাৰ পৰা নতুনকৈ উপত্যকা ত্যাগ কৰাৰ ঢল ৰোধ কৰিবলৈয়ে কঠোৰ ব্যৱস্থা কৰা হৈছে নেকি ? বিক্ষোভকাৰীসকলৰ অভিযোগ, চৰকাৰে তেওঁলোকৰ মৃত্যু নিশ্চিত কৰিবলৈ ইয়াত পেলাই থৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ExodusJammu and KashmirKashmiri PanditsNarendra Modi
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d