Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

India-Myanmar : ম্যানমাৰৰ পৰা প্ৰতি দিনে ভাৰতত প্ৰৱেশ কৰিছে শতাধিক শিক্ষাৰ্থীয়ে !

publisher by publisher
June 23, 2022
in India, International, News
Reading Time: 1 min read
0
India-Myanmar : ম্যানমাৰৰ পৰা প্ৰতি দিনে ভাৰতত প্ৰৱেশ কৰিছে শতাধিক শিক্ষাৰ্থীয়ে !
1
SHARES
14
VIEWS
ShareShareShareShare

ম্যানমাৰৰ পৰা সীমান্ত অতিক্রম কৰি প্রতি দিনে খোজকাঢ়ি ভাৰতত প্ৰৱেশ কৰে প্রায় পাঁচশ শিক্ষাৰ্থীয়ে । গোটেই দিন ভাৰতত কটাই তেওঁলোক পুনৰ নিজৰ দেশত উভতি যায় । কিন্তু কিয় নিতৌ এখন দেশৰ পৰা অন্য দেশত যাতায়াত কৰিছে এই শিক্ষাৰ্থীসকলে ? কিয় বাধা দিয়া নাই তেওঁলোকক ?

ADVERTISEMENT

২০১৮ৰ মে’ত ভাৰত আৰু ম্যানমাৰ চৰকাৰৰ মাজত সাক্ষৰিত ‘ফ্রি মুভমেন্ট’ চুক্তি অনুযায়ী, দুই দেশৰ সীমান্ত অঞ্চলত বসবাসকাৰী বাসিন্দাসকলে ভিছা অবিহনেই আন্তর্জাতিক সীমান্ত অতিক্রম কৰিব পাৰিব ।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওচৰৰ বস্তিবাসীক উচ্ছেদৰ নিৰ্দেশ!

এই চুক্তি অনুযায়ী, উভয় দেশৰেই সীমান্ত অঞ্চলত বসবাসকাৰীসকলে সীমান্তৰ পৰা ১৬ কিলোমিটাৰ ভিতৰ পর্যন্ত অবাধে যাতায়াত কৰিব পাৰিব ।

1655928072 1000 auto

মিজোৰামৰ প্রশাসনিক কৰ্মকৰ্তাসকলে জনাইছে, সীমান্তৰ ১০ কিলোমিটাৰৰ ভিতৰত এনে ২৫০-ৰো অধিক গাঁও আছে য’ত প্রায় তিনি লাখ লোক বসবাস কৰে । এই গাঁওবাসীসকলে প্রায়েই সীমান্ত চহৰ জোখাওথাৰসহ ১৫০টা চেকপ’ষ্টেৰে যাতায়াত কৰে ।

ভাৰতেঋত সীমান্ত অঞ্চলত দায়িত্বত থকা আৰক্ষীয়ে ম্যানমাৰৰ পৰা কেইজন শিশু ভাৰতত প্রৱেশ কৰিছে তাৰ হিচাপ ৰাখে । অৱশ্যে চুক্তি অনুযায়ী তেওঁলোকক কোনেও বাধা নিদিয়ে ।

এই চুক্তিৰ লাভ উঠাইছে ম্যানমাৰৰ সীমান্ত অঞ্চলত বসবাসকাৰী শিক্ষাৰ্থীসকলে ।

0b8257 2deb39d928d04a36996e53082c97ea71 mv2

তিয়াউ নদীৰ ওপৰত থকা এটা দলং, এটা চিমেন্টৰ তোৰণ আৰু এটা ইস্পাতৰ গেট পাৰ হৈ ভাৰতত প্রৱেশ কৰে বহু শিক্ষাৰ্থীয়ে । তোৰণত লিখা আছে, ‘ধন্যবাদ । আকৌ আহিব’। এই দলং, তোৰণ, ইস্পাতৰ গেট আৰু তিয়াউ নদীয়েই সীমান্ত পাৰ হৈ এখন দেশৰ পৰা অন্য দেশত যোৱা লোকৰ বাবে মাইলফলকৰ কাম কৰে ।

প্রতি দিনে তিয়াউ নদীৰ দলং পাৰ হৈ শিক্ষাৰ্থীসকলে সীমান্তৰ গেটত উপস্থিত হ’লে মিজোৰাম আৰক্ষীৰ কর্মীয়ে তেওঁলোকক প্রৱেশৰ অনুমতি দিয়ে । আৰক্ষীয়ে এই গেটখন পুৱা সাত বজাৰ পৰা দুঘণ্টা খোলা ৰাখে যাতে শিক্ষাৰ্থীসকলে এই দেশত প্রৱেশ কৰিব পাৰে । দলঙৰ পৰা কিছু মিটাৰ দূৰত এটা কাষ্টমচ অফিচ আছে । ঘড়ীৰ কাঁটাত ন বাজিলেই গেটত তলা লগাই দিয়া হয় ।

1655928257 1000 auto

প্রতি দিনে কেইজন ছাত্র সীমান্ত পৰা হৈ ভাৰতত প্রৱেশ কৰিছে তাৰ কোনো নির্দিষ্ট হিচাপ নাই । কোনো কোনো দিন এই সংখ্যা পাঁচশ পাৰ হৈ যায় । কোনো দিনাখন আকৌ তিনিশৰো তলত নামি যায় ।

২০২১ৰ ফেব্রুৱাৰীত ম্যানমাৰত সামৰিক অভ্যুত্থানৰ সময়ত সীমান্তৱর্তী বেচ কিছু অঞ্চলত থকা বহু স্কুল বন্ধ হৈ যায় । সীমান্ত অঞ্চলত থকা ম্যানমাৰৰ খাওমাউই এনে এটা এলাকা । এই অঞ্চলৰ পৰা মিজোৰামৰ চম্পাই জিলাৰ জোখাওথাৰ চহৰৰ দূৰত্ব নিচেই কম ।

ক’ভিড অতিমাৰী পৰিস্থিতিত দুবছৰ বন্ধ থকাৰ পাছত ২০২২ৰ এপ্রিলত মিজোৰামৰ বিদ্যালয়বোৰ পুনৰ আৰম্ভ হয় । অৱশ্যে বন্ধ হৈ যোৱাত স্কুল যোৱাৰ উপায় নাছিল খাওমাউইৰ দৰে একাধিক সীমান্তৱর্তী অঞ্চলত থকা শিক্ষাৰ্থীসকলৰ । সেয়ে শিক্ষাৰ চাহিদা পূৰণ কৰিবলৈ সীমান্ত অঞ্চলত থকা প্রায় পাঁচশ শিক্ষার্থীয়ে প্রতি দিনে আন্তর্জাতিক সীমান্ত অতিক্রম কৰি ভাৰতত আহি শিক্ষা গ্ৰহণ কৰা আৰম্ভ কৰে । অৱশ্যে ভাৰতত পঢ়িবলৈ অহা ম্যানমাৰৰ ছাত্রসকলক এটা শ্ৰেণী তলত ভর্তি কৰা হয় ।

1655928291 1000 auto

ম্যানমাৰৰ পৰা অহা শিক্ষাৰ্থীসকল মূলত ভর্তি হৈছে জোখাওথাৰৰ চেন্ট জোছেফ স্কুলসহ নখন চৰকাৰী আৰু বেচৰকাৰী স্কুলত । কেৱল ভাৰতীয় ছাত্রসকলৰ স’তেই নহয়, ম্যানমাৰৰ পৰা অহা অন্য শৰণার্থী শিশুসকলৰ স’তে একেটা কক্ষতে বহি তেওঁলোকৰ পঢ়া-শোনা চলে । ম্যানমাৰ সামৰিক বাহিনীৰ দখলত যোৱাৰ পাছত বিগত এবছৰত সেই দেশৰ বহু পৰিয়ালে মিজোৰমত আহি আশ্রয় লৈছে ।

জোখাওথাৰৰ এখন বেচৰকাৰী স্কুলৰ অধ্যক্ষৰ মতে, ম্যানমাৰৰ শৰণার্থী শিশুসকলৰ লগতে ভাৰতত স্থায়ীভাৱে নহা সেই দেশৰ শিশুসকলকো স্কুলত ভর্তি কৰা হৈছে । তেওঁলোকে অন্যান্য ছাত্রৰ দৰেই সমান বেতন দি পঢ়া-শোনা কৰি আছে বুলিও তেওঁ জনায়‌ ।

অৱশ্যে চম্পাইৰ ডেপুটি কমিছনাৰ জেমছ লালৰিঞ্চনাৰ দাবী, ম্যানমাৰৰ ছাত্রসকলে সীমান্ত পাৰ হৈ এই দেশত আহি স্কুল কৰি পুনৰ উভতি যায়, এনে তথ্য তেওঁৰ তাত নাই । যদি এনে হয়, সেয়াও এটা নির্দিষ্ট অঞ্চলত হৈছে বুলি তেওঁ মন্তব্য কৰে ।
1655928116 1000 auto

মিজোৰামৰ স্কুলবোৰত সীমান্ত পাৰ হৈ ছাত্র ভর্তি হোৱাত কিমান চাপ বাঢ়িছে ? এক সর্বভাৰতীয় সংবাদমাধ্যমত দিয়া সাক্ষাৎকাৰত চেন্ট জোছেফ স্কুলেৰ অধ্যক্ষ ফ্রান্সিছ ছাইলোৱে কয়, ‘‘ক’ভিড আৰু সহিংসতাৰ বা ম্যানমাৰৰ বহু শিক্ষাৰ্থী শিক্ষালাভৰ পৰা বঞ্চিত হৈছে । তেওঁলোক বহু পিছুৱাই গৈছে । তেওঁলোকে সীমান্ত পাৰ হৈ আমাৰ স্কুলত ভর্তি হোৱাত আমি তিনিটা নতুন শ্রেণীকক্ষ তৈয়াৰ কৰিছো ।” এই স্কুলত প্রথমৰ পৰা অষ্টম শ্রেণী পর্যন্ত মুঠ ৫২৪ শিক্ষাৰ্থী আছে । যাৰ ভিতৰত ২০৬ জন ম্যানমাৰৰ ।

সীমান্তৰ পৰা দুই কিলোমিটাৰ দূৰত এটা চৰকাৰী প্রাক-প্রাথমিক স্কুলতো শিক্ষাৰ্থীৰে উপচি পৰা ভিৰ । এই স্কুলৰ ৩০৬ জন শিক্ষাৰ্থীৰ ভিতৰত ২১৫ জন ম্যানমাৰৰ । তেওঁলোকৰ ভিতৰত প্রায় ২০০ জনে প্রতি দিনে যাতায়াত কৰে । শিক্ষকৰ সংখ্যা আঠ । সেয়ে নতুন শিক্ষাৰ্থীৰ বাবে এটা নতুন প্রাক-প্রাথমিক বিভাগ তৈয়াৰ কৰিবলগীয়া হৈছে বুলি স্কুলৰ অধ্যক্ষ এইচ লাইৰিখুমাই জনাইছে। অৱশ্যে ইংৰাজী ভাষাত বিশেষ পাৰদর্শী নহয় ম্যানমাৰ এই শিক্ষাৰ্থীসকল । সেয়ে তেওঁলোকৰ অনেকক আৰম্ভণিৰ পৰাই ইংৰাজী শিক্ষা দিবলগীয়া হৈছে বুলিও বহু শিক্ষকৰ দাবী ।

Kang Moreh 20160706 12

ম্যানমাৰৰ শৰণার্থীসকলক ভাৰতত প্রৱেশ কৰোৱাক লৈ কেন্দ্র আৰু ফেডাৰেল মিজো নেছনেল ফ্রন্ট চৰকাৰৰ মাজত মতৰ মিল নাছিল । ২০২১ৰ মার্চত কেন্দ্রৰ তৰফৰ পৰা মিজোৰাম, মণিপুৰ, নগালেণ্ড আৰু অৰুণাচল প্রদেশ, এই চাৰি ৰাজ্যক নির্দেশ দিয়া হয় যাতে ম্যানমাৰৰ সীমান্ত পাৰ হৈ অহা লোকসকলক প্রৱেশৰ অনুমতি নিদিয়ে । যিসকলে ইতিমধ্যে ভাৰতত প্রৱেশ কৰিছে, তেওঁলোকক চিহ্নিত কৰি পুনৰ সেই দেশত উভতাই দিয়াৰ নির্দেশো দিয়ে কেন্দ্র‌য় ।

ম্যানমাৰৰ পৰা অহা শৰণার্থীসকলক যাতে মিজোৰামত প্ৰৱেশ কৰিবলৈ দিয়া হয়, সেই অনুৰোধ জনাই প্রধানমন্ত্রী নৰেন্দ্র মোদীক পত্ৰ দিয়ে মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগাই ।

মিজোৰাম চৰকাৰৰ তথ্য অনুযায়ী, চাৰি জুন পর্যন্ত, ম্যানমাৰৰ পৰা প্রায় ২৯,৯৬৪ জন শৰণার্থী মিজোৰামত আহি আশ্রয় লৈছে । তেওঁলোকৰ ভিতৰত ১১,৮৩৩ জনে ১৪৯টা ত্রাণ শিবিৰত বসবাস কৰে । বাকীসকল ৰাজ্যৰ বিভিন্ন অংশত বসবাস কৰে ।

মিজোৰাম চৰকাৰে এই শৰণার্থীসকলক অস্থায়ী পৰিচয়পত্রও প্রদান কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: indiaMizoramMyanmarNarendra ModistudentsZoramthanga
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d