Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

E-Rickshaw : ভাৰতৰ বজাৰত উপলব্ধ হ’ব অডিৰ ই-ৰিক্সা !

publisher by publisher
June 24, 2022
in India, International, News
Reading Time: 1 min read
0
E-Rickshaw : ভাৰতৰ বজাৰত উপলব্ধ হ’ব অডিৰ ই-ৰিক্সা !
5
SHARES
46
VIEWS
ShareShareShareShare

ভাৰতৰ বজাৰত সম্প্ৰতি ই-ৰিক্সা বেচ জনপ্রিয় । পৰিৱেশবান্ধৱ, পাতল এই বাহনখনত ওচৰ ৰাস্তা যাতায়াত কৰা বেচ সুবিধাজনক । চহৰবোৰত বিগত কিছু বছৰ ধৰি যথেষ্ট জনপ্ৰিয় হৈছে ই-ৰিক্সা‌ । মেট্র’ চহৰবোৰতো ক্রমে এই ই-ৰিক্সাৰ সংখ্যা বাঢ়িছে ।

ADVERTISEMENT

দেশীয় বজাৰত নামী ভাৰতীয় সংস্থাৰ উপৰিও বেচ কিছু সৰু সংস্থাৰ ই-ৰিক্সা দেখিবলৈ পোৱা যায় ।

RelatedPosts

Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

e-Aadhaar card:ই-আধাৰ কাৰ্ডৰ লাভ কি

১০০ জনৰ স’তে ভিডিঅ’ ক’ল ! নতুন ফিচাৰ স্কাইপিত

জার্মান গাড়ী প্রস্তুতকাৰী সংস্থা ‘অডি’য়ে তিনি ধৰণৰ ই-ৰিক্সা আনিব ভাৰতৰ বজাৰত ।

আটাইতকৈ চমকপ্রদ বিষয় ৰিক্সাবোৰ চলিব গাড়ী প্রস্তুতকাৰী সংস্থা অডি-ৰ বৈদ্যুতিক গাড়ী ‘ই-ট্রন’-ৰ বেটেৰীৰ দ্বাৰা ।

‘ই-ট্রন’ জনপ্রিয় বৈদ্যুতিক গাড়ীবোৰৰ ভিতৰত অন্যতম । কিন্তু এই গাড়ীৰ বেটেৰীবোৰ এটা নির্দিষ্ট সময়ৰ পাছত সলনি কৰিবলগীয়া হয় । পুৰণি বেটেৰীবোৰ কি কৰিব অডিয়ে ?

সেই উপায় বিচাৰি উলিয়াবলৈয়ে অডিয়ে এটা জার্মান-ভাৰতীয় ষ্টার্টআপ ‘ন্যুনাম’-ৰ স’তে একজোঁট হৈ কাম কৰা আৰম্ভ কৰিছে ।

এই সংস্থাই সেই পুৰণি বেটেৰীবোৰ ই-ৰিক্সাত ব্যৱহাৰ কৰিব পৰা যায় নে নাই, পৰীক্ষা-নিৰীক্ষা কৰিছে ।

গাড়ীৰ বেটেৰীবোৰ এনেদৰে তৈয়াৰ কৰা হয়, যাতে সেইবোৰ বহু দিন ব্যৱহাৰ কৰিব পাৰি । পৰীক্ষাত পোৱা গৈছে, পুৰণি বেটেৰীবোৰক পাতল বাহনৰ ক্ষেত্রত আৰু কিছুদিন ব্যৱহাৰ কৰিব পাৰি ।

‘ন্যুনাম’-ৰ প্রতিষ্ঠাতা প্রদীপ চট্টোপাধ্যায়ে কয়, ‘‘প্রাথমিক ব্যৱহাৰৰ পাছত বেটেৰীবোৰক পাতল যানবাহনত পুনৰ ব্যৱহাৰ কৰিব পাৰি । ইয়াৰ ফলত, প্রাকৃতিক সম্পদৰ ওপৰত কম চাপ পৰিব আৰু বেটেৰীবোৰকো আৰু অধিক দিন ব্যৱহাৰ কৰিব পৰা যাব ।’’

কিন্তু ই-ৰিক্সাই কিয় ? ইয়ৰ উত্তৰত প্রদীপে জনায়, ‘‘ই-ৰিক্সা আদর্শ পৰিৱেশবান্ধৱ । ই-ৰিক্সাৰ ক্ষেত্রত বৈদ্যুতিক মটৰ শক্তিশালী হোৱাৰ প্ৰয়োজন নাই আৰু ইয়াৰ ওজনো যথেষ্ট পাতল হয় ।’’

ভাৰতৰ ই-ৰিক্সাত বর্তমান অধিক ঘনত্বৰ যিবোৰ বেটেৰী ব্যৱহাৰ কৰা হয়, তাৰ আয়ু খুবেই কম । সেইবোৰ পুৰণি হ’লে পেলাই দিয়াৰ বাহিৰে আন একো কৰিব পৰা নাযায় ।

ভাৰতৰ বজাৰৰ ই-ৰিক্সাবোৰক ঘৰৰ সাধাৰণ চার্জাৰেৰেই চার্জ কৰিব পৰা যায় ।

ভাৰতৰ অধিকাংশ ঘৰৰ বিদ্যুৎ সংযোগ এতিয়াও কয়লাচালিত তাপবিদ্যুৎ কেন্দ্রৰ পৰা সৰবৰাহ কৰা হয় । ফলত ই জীৱাশ্ম ইন্ধনৰ চাপ সৃষ্টি কৰে ।

ন্যুনামৰ বক্তব্য, তেওঁলোকে জীৱাশ্ম ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত আগনাবাঢ়ে । তেওঁলোকৰ ৰিক্সা চার্জ কৰিবৰ বাবে তেওঁলোকে সৌৰবিদ্যুৎচালিত চার্জিং ষ্টেছন স্থাপন কৰিব ।

এই সংস্থাই কেৱল ই-ৰিক্সা প্ৰস্তুত কৰাই নহয়, ই-ট্রেইনৰ বেটেৰীবোৰো যেতিয়া ৰিক্সাত ব্যৱহাৰ কৰি পুৰণি হৈ যাব, তেতিয়া তেওঁলোকে সেইবোৰক তৃতীয়বাৰ ব্যৱহাৰ কৰিব বিচাৰিছে ।

ন্যুনামে তৃতীয়বাৰ এলইডি লাইট জ্বলাবলৈ সেই বেটেৰীবোৰক ব্যৱহাৰ কৰিব বিচাৰে ।

এই পদ্ধতি যদিও নতুন নহয় । গাড়ী প্রস্তুতকাৰী সংস্থা ‘নিছান’এ বহু দিন ধৰি তেওঁলোকৰ গাড়ীৰ বেটেৰী পুনর্ব্যৱহাৰ কৰি আহিছে ।

তেওঁলোকে পুৰণি বেটেৰীবোৰক নিজৰ গোডাউনৰ ৰবট চলাবলৈ ব্যৱহাৰ কৰি আহিছে বহুদিন ধৰি ।

ব্যৱহৃত অডি ই-ট্রেইন বেটেৰী দ্বাৰা চালিত ই-ৰিক্সাত ২০২৩ৰ আৰম্ভণিতে এটা পাইলট প্রকল্পৰ মাধ্যমত প্রথম ভাৰতীয় পথত দেখা যাব পাৰে ।

বজাৰত অহাৰ আগতে জার্মান চহৰ নেকাৰজালম-ত এটা প্রদর্শনীত ই-ৰিক্সাবোৰৰ নমুনা প্রদর্শিত হৈছে সম্প্রতি ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AUDIAutomobileE-RickshawNissanTech
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d