Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Maharashtra Crisis : পুনৰ হিন্দুত্বৰ পথত ঠাকৰে ? মন্ত্রীসভাৰ বৈঠকত ঔৰংগাবাদৰ নাম সলনিৰ ইংগিত

publisher by publisher
June 29, 2022
in India, News
Reading Time: 1 min read
0
Maharashtra Crisis : পুনৰ হিন্দুত্বৰ পথত ঠাকৰে ? মন্ত্রীসভাৰ বৈঠকত ঔৰংগাবাদৰ নাম সলনিৰ ইংগিত
3
SHARES
26
VIEWS
ShareShareShareShare

বৃহস্পতিবাৰে মহাৰাষ্ট্র বিধানসভাত বিশেষ অধিবেশন আহ্বান কৰি মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰেক শক্তিপৰীক্ষাৰ সন্মুখীন হোৱাৰ নির্দেশ দিছে ৰাজ্যপাল ভগত সিং কোছিয়াৰিয়ে । সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই শিৱসেনাই দাখিল কৰা আবেদনৰ শুনানি বুধবাৰে সন্ধিয়া আৰম্ভ হৈছে উচ্চতম ন্যায়ালয়ত । ঘটনাচক্রে, তাৰেই মাজতে পুনৰ মন্ত্রীসভাৰ সদস্যসকলৰ বৈঠক আৰম্ভ কৰিলে ঠাকৰেয়ে ।

ADVERTISEMENT

শিৱসেনাৰ তৰফৰ পৰা জনোৱা হৈছে, মোগল সম্রাট ঔৰংজেৱৰ নামাংকিত চহৰ ঔৰংগবাদৰ নাম সলনি কৰি ছত্রপতি শিৱাজিৰ পুত্ৰৰ স্মৃতিত ‘সম্ভাজি নগৰ’ কৰাৰ প্রস্তাৱত আলোচনা হ’ব এই বৈঠকত । ঠাকৰে ঘনিষ্ঠ শিৱসেনা মন্ত্রী অনিল পৰবে কয়, ‘‘ঔৰংগাবাদৰ নাম সলনি কৰি সম্ভাজি নগৰ কৰাৰ বিষয়ত বুধবাৰৰ মন্ত্রীসভাৰ বৈঠকত আলোচনা হ’ব ।’’ বুধবাৰ সন্ধিয়াই আৰম্ভ হৈছে বৈঠক ।

RelatedPosts

মহাৰাষ্ট্ৰ আৰু দিল্লীত ঘাটি স্থাপন কৰিছে ১০ হেজাৰ পাকিস্তানী!

Kumbh Mela 2027: ২০২৭ চনত ক’ত আৰু কেতিয়া অনুষ্ঠিত হ’ব কুম্ভ মেলা ?

Ranveer Allahbadia:দেশজুৰী অভিযোগৰ পাহাৰ !

বিগত আঢ়ৈ বছৰত একাধিকবাৰ এই বিষয়টোক লৈ ‘মহাবিকাশ আঘাডী’ জোঁটৰ মন্ত্রীসভাত আলোচনা হৈছে । কিন্তু জোঁটৰ অন্য দুই শাৰীক, এনচিপি আৰু কংগ্রেছৰ আপত্তিত সেয়া বাস্তৱায়িত কৰা সম্ভৱ নহয় । ঘটনাচক্রে, মন্ত্রীসভাৰ বৈঠক আৰম্ভ হোৱাৰ আগতে বুধবাৰে বিয়লি এনচিপি আৰু কংগ্রেছৰ কে’বাজনো নেতাৰ স’তে বৈঠক কৰিছে ঠাকৰেয়ে ।

ঘটনাচক্রে, বিগত এসপ্তাহত বাৰে বাৰে শিণ্ডেয়ে অভিযোগ কৰিছে, বালাছাহেব ঠাকৰেৰ হিন্দুত্বৰ আদর্শৰ পৰা বিচ্যুত হৈছে ঠাকৰে ।

নব্বইৰ দশকত প্রথম ঔৰংগাবখদৰ নাম সলনিৰ দাবী তুলিছিল বালাছাহেবে । কিন্তু পৰৱর্তী সময়ত শিৱসেনা-বিজেপি জোঁটৰ মন্ত্রীসভা নাম সলনিৰ বিষয়ত চৰকাৰী স্তৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । ২০১৯ত মহাৰাষ্ট্রত বিধানসভা ভোটৰ পাছত ন্যূনতম অভিন্ন কর্মসূচিৰ ভিত্তিত কংগ্রেছ আৰু এনচিপি-ৰ স’তে জোঁট চৰকাৰ গঠন কৰিছিল শিৱসেনাই । সেই কর্মসূচিৰ অন্যতম অংশ ৰাজ্যত ধর্মনিৰপেক্ষ পৰিৱেশ ৰক্ষা কৰা । মন্ত্রীসভাৰ বৈঠকত ঔৰংগাবাদৰ নাম সলনিৰ প্রস্তাৱ পাছ কৰোৱা সেয়ে ঠাকৰেৰ বাবে সহজ নহ’ব বুলি ধাৰণা কৰা হৈছে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AurangabadMaharashtraUddhav Thackeray
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d