Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Ajit Pawar’s Funeral:বাৰামতীত পঞ্চভূতত বিলীন অজিত পাৱাৰৰ নশ্বৰদেহ

পুত্ৰ পাৰ্থই কৰে মুখাগ্নি, শেষকৃত্যত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্রীঅমিত শ্বাহ মহাৰাষ্ট্ৰ মুখমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবীছ সহ পাঁচ লক্ষাধিক গুণমুগ্ধ

publisher by publisher
January 29, 2026
in National
Reading Time: 1 min read
0
Ajit Pawar’s Funeral:বাৰামতীত পঞ্চভূতত বিলীন অজিত পাৱাৰৰ নশ্বৰদেহ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

মালেগাঁও বিস্ফোৰণ কাণ্ডত সকলো অভিযুক্ত দোষমুক্তি

ইঞ্জেকশনৰ ভয়তেই মৃত্যু! কুকুৰৰ আঁচোৰক অৱহেলা

১৩০০ জনসংখ্যাৰ গাঁৱৰ পৰা ২৭ হেজাৰৰ জন্ম-মৃত্যুৰ পঞ্জীয়ন

Ajit Pawar’s Funeral:

বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ বাৰামতীত ৰাষ্ট্ৰীয় মৰ্যাদাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ অন্তিম সৎকাৰ সম্পন্ন হয়। বিদ্যা প্ৰতিষ্ঠান মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় শেষকৃত্য অনুষ্ঠান।

ADVERTISEMENT

মহাৰাষ্ট্ৰত এক নতুন ৰাজনৈতিক সমীকৰণ গঢ় লোৱাৰ সম্ভাৱনা প্রৱল হোৱাৰ সময়তে ৰাজ্যখনৰ ৰাজনীতিৰ ‘দাদা’ চিৰদিনলৈ হেৰাল। বুধবাৰে পুৱা এক ভয়াৱহ বিমান দুর্ঘটনাত ৰাজ্যখনৰ অন্যতম উপ-মুখ্যমন্ত্রী তথা এনচিপিৰ মুৰব্বী অজিত পাৱাৰসহ পাঁচজন ব্যক্তিৰ মৃত্যু হয়। মহাৰাষ্ট্ৰৰ বহুতে সমীহ কৰি ‘দাদা’ বুলি সম্বোধন কৰা উপ-মুখ্যমন্ত্রী পাৱাৰে গৃহ সমষ্টি বাৰামতীলৈ জিলা পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ যাওতে বিমান দুর্ঘটনাত প্রাণ হেৰুৱায়। পাৱাৰে লিয়াৰজেট-৪৫ সংস্থাৰ এখন ক্ষুদ্র চার্টার্ড বিমানেৰে যাত্ৰা কৰোতে এই ভয়াৱহ দুর্ঘটনাত পতিত হয়।

আজি অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়াত প্ৰায় পাঁচ লক্ষাধিক সংখ্যক লোক উপস্থিত থাকে। সমগ্ৰ মহাৰাষ্ট্ৰৰ পৰা তেওঁৰ প্ৰশংসকসকল পুৱা ভাগাে পৰা বাৰামতীলৈ সোঁত বয় । অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত আছিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবীছ,উপ- মুখ্যমন্ত্ৰী একনাথ শিণ্ডে,কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সুশীল কুমাৰ শিণ্ডে, মহাৰাষ্ট্ৰৰ মন্ত্ৰী চন্দ্ৰকান্ত পাটিল, ছগন ভুজবাল, আৰু এন চি পিৰ সাংসদ প্ৰফুল্ল পেটেলে অংশগ্ৰহণ কৰে। এই আটাইকেইজন নেতাই অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। একেদৰে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু মহাৰাষ্ট্ৰ নৱনিৰ্মান সেনাৰ মুৰব্বী ৰাজ থাকৰেও অজিত পাৱাৰৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে। অজিত পাৱাৰৰ খুড়ায়েক তথা এনচিপিএছপিৰ মুৰব্বী শাৰদ পাৱাৰক সকলোৱে সাক্ষাৎ কৰি সান্ত্বনা দিয়ে। অজিত পাৱাৰৰ ভগ্নী সাংসদ সুপ্ৰিয়া চুলে ভাতৃৰ শেষকৃত্য অনুষ্ঠানত আগভাগ লয় ৷

উল্লেখ্য যে ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবীছ আৰু ৰাজ্যৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে অজিত পাৱাৰৰ পত্নী সুনেত্ৰ পাৱাৰৰ সৈতে সাক্ষাৎ কৰি এই শোকৰ সময়ত সমবেদনা জ্ঞাপন কৰে। উদ্ধৱ থাকৰে আৰু আদিত্য থাকৰেও অজিত পাৱাৰৰ পৰিয়ালৰ লোকৰ সৈতে সাক্ষাৎ কৰি তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ajit Pawar's FuneralBaramatiMaharashtra
publisher

publisher

Related Posts

India-Myanmar Border: ভাৰত-ম্যানমাৰ সীমান্তৰ পাংচুপাছত অসম-ৰাইফলছ আৰু NSCN(KYA)ৰ মাজত প্ৰচণ্ড গুলীয়াগুলী
India

September 29, 2026
Meghalaya Fire:শিলচৰ-শ্বিলং সংযোগী মেঘালয়ৰ ৬নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ ঘটনা
National

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

September 25, 2026
CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

September 24, 2026
BJP Incharge:ৰাজ্যিক বিজেপিৰ ভাৰপ্ৰাপ্ত নিযুক্ত হ’ল মংগল পাণ্ডে, দুই সহযোগীও নতুন

Gyanesh Kumar CEC controversy explained:আইন উলংঘাৰে মুখ্য নির্বাচন আয়ুক্তৰ দৌৰাত্ম্য

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d