Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Maharashtra Crisis : পুনৰ হিন্দুত্বৰ পথত ঠাকৰে ? মন্ত্রীসভাৰ বৈঠকত ঔৰংগাবাদৰ নাম সলনিৰ ইংগিত

publisher by publisher
June 29, 2022
in India, News
Reading Time: 1 min read
0
Maharashtra Crisis : পুনৰ হিন্দুত্বৰ পথত ঠাকৰে ? মন্ত্রীসভাৰ বৈঠকত ঔৰংগাবাদৰ নাম সলনিৰ ইংগিত
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

মালেগাঁও বিস্ফোৰণ কাণ্ডত সকলো অভিযুক্ত দোষমুক্তি

ইঞ্জেকশনৰ ভয়তেই মৃত্যু! কুকুৰৰ আঁচোৰক অৱহেলা

Ajit Pawar’s Funeral:বাৰামতীত পঞ্চভূতত বিলীন অজিত পাৱাৰৰ নশ্বৰদেহ

বৃহস্পতিবাৰে মহাৰাষ্ট্র বিধানসভাত বিশেষ অধিবেশন আহ্বান কৰি মুখ্যমন্ত্রী উদ্ধৱ ঠাকৰেক শক্তিপৰীক্ষাৰ সন্মুখীন হোৱাৰ নির্দেশ দিছে ৰাজ্যপাল ভগত সিং কোছিয়াৰিয়ে । সেই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই শিৱসেনাই দাখিল কৰা আবেদনৰ শুনানি বুধবাৰে সন্ধিয়া আৰম্ভ হৈছে উচ্চতম ন্যায়ালয়ত । ঘটনাচক্রে, তাৰেই মাজতে পুনৰ মন্ত্রীসভাৰ সদস্যসকলৰ বৈঠক আৰম্ভ কৰিলে ঠাকৰেয়ে ।

ADVERTISEMENT

শিৱসেনাৰ তৰফৰ পৰা জনোৱা হৈছে, মোগল সম্রাট ঔৰংজেৱৰ নামাংকিত চহৰ ঔৰংগবাদৰ নাম সলনি কৰি ছত্রপতি শিৱাজিৰ পুত্ৰৰ স্মৃতিত ‘সম্ভাজি নগৰ’ কৰাৰ প্রস্তাৱত আলোচনা হ’ব এই বৈঠকত । ঠাকৰে ঘনিষ্ঠ শিৱসেনা মন্ত্রী অনিল পৰবে কয়, ‘‘ঔৰংগাবাদৰ নাম সলনি কৰি সম্ভাজি নগৰ কৰাৰ বিষয়ত বুধবাৰৰ মন্ত্রীসভাৰ বৈঠকত আলোচনা হ’ব ।’’ বুধবাৰ সন্ধিয়াই আৰম্ভ হৈছে বৈঠক ।

বিগত আঢ়ৈ বছৰত একাধিকবাৰ এই বিষয়টোক লৈ ‘মহাবিকাশ আঘাডী’ জোঁটৰ মন্ত্রীসভাত আলোচনা হৈছে । কিন্তু জোঁটৰ অন্য দুই শাৰীক, এনচিপি আৰু কংগ্রেছৰ আপত্তিত সেয়া বাস্তৱায়িত কৰা সম্ভৱ নহয় । ঘটনাচক্রে, মন্ত্রীসভাৰ বৈঠক আৰম্ভ হোৱাৰ আগতে বুধবাৰে বিয়লি এনচিপি আৰু কংগ্রেছৰ কে’বাজনো নেতাৰ স’তে বৈঠক কৰিছে ঠাকৰেয়ে ।

ঘটনাচক্রে, বিগত এসপ্তাহত বাৰে বাৰে শিণ্ডেয়ে অভিযোগ কৰিছে, বালাছাহেব ঠাকৰেৰ হিন্দুত্বৰ আদর্শৰ পৰা বিচ্যুত হৈছে ঠাকৰে ।

নব্বইৰ দশকত প্রথম ঔৰংগাবখদৰ নাম সলনিৰ দাবী তুলিছিল বালাছাহেবে । কিন্তু পৰৱর্তী সময়ত শিৱসেনা-বিজেপি জোঁটৰ মন্ত্রীসভা নাম সলনিৰ বিষয়ত চৰকাৰী স্তৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । ২০১৯ত মহাৰাষ্ট্রত বিধানসভা ভোটৰ পাছত ন্যূনতম অভিন্ন কর্মসূচিৰ ভিত্তিত কংগ্রেছ আৰু এনচিপি-ৰ স’তে জোঁট চৰকাৰ গঠন কৰিছিল শিৱসেনাই । সেই কর্মসূচিৰ অন্যতম অংশ ৰাজ্যত ধর্মনিৰপেক্ষ পৰিৱেশ ৰক্ষা কৰা । মন্ত্রীসভাৰ বৈঠকত ঔৰংগাবাদৰ নাম সলনিৰ প্রস্তাৱ পাছ কৰোৱা সেয়ে ঠাকৰেৰ বাবে সহজ নহ’ব বুলি ধাৰণা কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AurangabadMaharashtraUddhav Thackeray
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d