Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Online Loan : অনলাইনত ১০ হেজাৰ টকা ঋণ লৈ পৰিশোধ কৰিবলগীয়া হ’ল আঢ়ৈ লাখ টকা !

publisher by publisher
June 30, 2022
in India, News
Reading Time: 1 min read
0
Online Loan : অনলাইনত ১০ হেজাৰ টকা ঋণ লৈ পৰিশোধ কৰিবলগীয়া হ’ল আঢ়ৈ লাখ টকা !
3
SHARES
26
VIEWS
ShareShareShareShare

ঋণপ্রদানকাৰী এপৰ মাধ্যমত ১০ হেজাৰ টকা ঋণ লৈছিল এজন ব্যক্তিয়ে । সেই ঋণ তেওঁ পূৰণ কৰিবলগীয়া হ’ল আঢ়ৈ লাখ টকাৰে ! এই আচৰ্যকৰ ঘটনাটো সংঘটিত হৈছে মুম্বাইৰ যোগেশ্বৰীত ।

ADVERTISEMENT

আৰক্ষী সূত্রে খবৰ, যোগেশ্বৰীৰ এজন ব্যক্তিয়ে মে’ত অনলাইনত এপৰ মাধ্যমত ১০ হেজাৰ টকাৰ ঋণৰ বাবে আবেদন কৰিছিল । চর্ত সাপেক্ষে তিনি মাহৰ ভিতৰত সেই টকা উভতাই দিয়াৰ কথা আছিল ।

RelatedPosts

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

Mumbai:মুম্বাইৰ ৰাজপথত মহিলা সংৰক্ষণ বিধেয়কক লৈ আয়োজিত প্ৰতিবাদৰ মাজতে এগৰাকী মহিলাৰ ৰণচণ্ডী ৰূপ

দিল্লীত ব্যৰ্থ ভয়ংকৰ বোমা চক্ৰান্ত : মুম্বাইত গ্ৰেপ্তাৰ দুজন, দেশজুৰি সতৰ্কতা 

অভিযোগ, টকা পোৱাৰ পাঁচদিন পাছৰ পৰাই ব্যক্তিজনৰ তাত বিভিন্ন অচিনাকী নম্বৰৰ পৰা ফোন আহিবলৈ লয় । যিমান বাৰেই তেওঁ ফোন ৰিচিভ কৰে, সিমান বাৰেই তেওঁট হুমকি দি কোৱা হয় শীঘ্ৰে টকা পৰিশোধ নকৰিলে তেওঁৰ ছবি বিকৃত কৰি পৰিয়ালৰ সদস্য আৰু বন্ধুবান্ধৱক দিয়া হ’ব । বাৰে বাৰে একেই হুমকিৰ ফোন পাই সেই ঋণ পৰিশোধ কৰিবলৈ ব্যক্তিজনে অন্য এটা ঋণপ্রদানকাৰী এপৰ পৰা বৃহৎ সুদত ঋণ লয় ।

ভাবিছিল, টকা পৰিশোধ কৰি নিস্তাৰ পাব । কিন্তু ইয়াৰ পৰিৱৰ্তে, হুমকি ফোনৰ সংখ্যা আৰু বাঢ়ি গ’ল । দ্বিতীয়বাৰ যি এপৰ পৰা ঋণ লৈছিল, দুদিন পাছৰ পৰাই এই ঋণ পৰিশোধ কৰিবৰ বাবে চাপ দি ফোন আহিব লয় । লোকজনৰ দাবী, ঠিক একেধৰণেৰে তেওঁক হুমকি দিয়া আৰম্ভ হয় । ঋণ পৰিশোধ কৰিবৰ বাবে ক্রমে তেওঁ প্রতাৰকৰ ফান্দত পৰিব লয় । দ্বিতীয়বাৰ লোৱা ঋণ পৰিশোধ কৰিবলৈ আৰু এটা এপ্ ব্যৱহাৰ কৰি ঋণ লয় । এইদৰে ১০ হেজাথ টকা পৰিশোধ কৰিবলৈ ৪০ হেজাৰ টকা ঋণ লয় । মুঠ ছটা এপ্ ব্যৱহাৰ কৰি এই টকা ঋণ লৈছিল তেওঁ ।

কিন্তু তাতো ৰেহাই নাপায় । ৩১টা অচিনাকী নম্বৰৰ পৰা প্রতি দিনে নানা প্ৰকাৰে হুমকিভৰা ফোন আহিবলৈ লয় । এইদৰে ঋণৰ জালত পৰি তেওঁ অতিষ্ঠ হৈ পৰিছে । তেওঁক ফোনত কোৱা হয়, মূলধন আৰু সুদ মিলাই তেওঁ মুঠ আঢ়ৈ লাখ টকা ঋণ পৰিশোধ কৰিব আছে । এই কথা শুনি ব্যক্তিজনে যেতিয়া টকা দিবলৈ অস্বীকাৰ কৰে, তেতিয়া তেওঁৰ ছবি বিকৃত কৰি পৰিয়লৰ সদস্য, আত্মীয় আৰু বন্ধুবান্ধৱক দিয়ে প্রতাৰকসকলে ।

ব্যক্তিজনে কয়, “এইদৰে বিকৃত ছবি মোৰ পৰিয়াল আৰু পৰিচিতসকলক দিয়াৰ আৰু ভয় কৰিছিলো । অৱশেষত এজন বন্ধুৰ পৰা আঢ়ৈ লাখ টকা ধাৰ কৰি সেই টকা পৰিশোধ কৰিলো ।”

এই বিষয়ত এটা অভিযোগ দাখিল কৰিছে ব্যক্তিজনে । তদন্তত আৰক্ষীয়ে জানিব পাৰে যে, ক্রেজিবি, কেচ্ এড্‌ভান্স, ডাভ কেচ্, ট্রেকো, অনষ্ট্ৰিম, পাপা মানি, শাটল লোন— এই ছটা এপ্ ব্যৱহাৰ কৰি ঋণ লৈছিল অভিযোগকাৰীয়ে । আৰক্ষীয়ে জনাইছে, যি ৩১টা নম্বৰৰ পৰা ফোন আহিছিল সেইবোৰ চিহ্নিত কৰা হৈছে । লগতে আৰক্ষীয়ে পৰামর্শ দিছে, এই ধৰণৰ এপবোৰ যেন কোনো ব্যক্তিয়ে ব্যৱহাৰ নকৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FraudMUMBAIOnline Loan
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d