Sri Lanka Crisis : শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰাজাপক্ষেৰ গৃহ ঘেৰাও বিক্ষোভকাৰীৰ

irmpndcg sri lankan protesters surround presidential residencejuly

অগ্নিগর্ভ দ্বীপৰাষ্ট্র শ্রীলংকা । ৰাজধানী কলম্বোত ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষৰ চৰকাৰী বাসভৱন ঘেৰাও কৰে বিক্ষোভকাৰীসকলে । সংবাদ সংস্থা এএফপি সূত্রে খবৰ, ঘৰ এৰি পলায়ন কৰিছে ৰাষ্ট্ৰপতি গোতাবায়া ৰাজাপক্ষেই ।

সূত্রৰ খবৰ, বিক্ষোভকাৰীসকলে বেৰিকেড ভাঙি ৰাষ্ট্ৰপতিৰ প্রাসাদত প্ৰৱেশ কৰিছে । অৱশ্যে তাৰ আগতেই ৰাজাপক্ষক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে ।

Exit mobile version