Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যৰ নাম ঘোষণা

publisher by publisher
July 19, 2022
in Assam, India, News, Politics
Reading Time: 1 min read
0
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যৰ নাম ঘোষণা
2
SHARES
23
VIEWS
ShareShareShareShare

বহু জল্পনা-কল্পনাৰ অন্তত আজি ঘোষণা কৰা হ’ল ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকলৰ নামৰ তালিকা ৷ যোৱা আঠ জুনত ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন হয় ৷ ১২ জুনত ভোট গণনা অনুষ্ঠিত হয় ।

ADVERTISEMENT

কাৰ্বি আংলং জিলাৰ ২৬টা পৰিষদীয় সমষ্টিত ২৬টাই বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয় । যোৱা ২০ জুনত অসমৰ ৰাজ্যপাল জগদীশ মূখি আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তাৰালাংছত নৱ নিৰ্বাচিত সদস্যসকলে শপতগ্ৰহণ কৰে ৷ শপতগ্ৰহণ সমাৰোহৰ এমাহ পাছত আজি ২০ জুলাইত নিৰ্বাচিত পৰিষদসকলৰ মাজত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সভাগৃহত কাৰ্যবাহী সদস্যৰ লগতে দপ্তৰসমূহ বিতৰণ কৰা হয়, এই সমাৰোহত উপস্থিত থাকে কাৰ্বি পৰিষদৰ অধ্যক্ষ ৰাজু তিছ, কাৰ্বি পৰিষদৰ মূখ্য কাৰ্য্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং, সাংসদ হৰেন সিং বে, বিধায়ক, দৰছিং তেৰণ অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন আৰু কাৰ্বি পৰিষদৰ সদস্যসকল ৷

RelatedPosts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

কাৰ্বি আংলঙত বিধ্বস্ত বায়ুসেনাৰ যুদ্ধবিমান Su-30MKI

প্রকৃতি ধ্বংসযজ্ঞৰ পুৰোহিত কুখ্যাত আৰ এছ গান্ধীকে পুনৰ পৰিৱেশগত অনুমোদন

ঘোষিত কাৰ্যবাহী সদস্যসকল ক্ৰমে, অমৰছিং তিচ’, মঙলছিং তিমুঙ, মুকুট মহন্ত, লুণছিং টেৰণ, ডি উফিম মাছলাই, ৰিতেশ ইংহি, প্ৰভাত চন্দ্ৰ তাৰ’, ৰিচাৰ্ড টকবী, সূৰ্য ৰংফাৰ, কাংবুৰা কিলিঙ, ৰিণা তেৰাঙপী, মধুৰাম লেকথে আৰু বিলি মোহন খাকলাৰী ৷ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে নিৰ্বাচিত কাৰ্যবাহী সদস্যসকলক নিজ নিজ কাৰ্যালয়ত সম্বৰ্ধনা জ্ঞাপন কৰে ৷

সাংবাদিকৰ স’তে হোৱা বাৰ্তালাপত মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে কয় যে ৰাজ্যপালৰ অনুমোদন মৰ্মে ১৩গৰাকী সদস্যক কাৰ্যবাহী সদস্য পদৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ দুগৰাকী কাৰ্যবাহী সদস্য শীঘ্ৰে দিয়া হ’ব বুলি কয় ডাঃ তুলিৰাম ৰংহাঙে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Autonomous CouncilKARBI ANGLONG
publisher

publisher

Related Posts

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত
India

May 1, 2026
আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!
News

আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

May 1, 2026
Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে
News

Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

May 1, 2026
Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’
News

Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

May 1, 2026
বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
India

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

May 1, 2026
Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে
News

Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

May 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d