Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

    সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

    ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

    দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

    টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

    জীৱনযাত্ৰাৰ ব্যয়বৃদ্ধিৰ প্ৰতিবাদত ইটালীত হিংসাত্মক বিক্ষোভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    নিঃশব্দে মাইগ্রেন বৃদ্ধিৰ কাৰক

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    চুলি সৰা কেনেকৈ বন্ধ কৰিব ?

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

প্রকৃতি ধ্বংসযজ্ঞৰ পুৰোহিত কুখ্যাত আৰ এছ গান্ধীকে পুনৰ পৰিৱেশগত অনুমোদন

publisher by publisher
July 25, 2025
in Assam, News
Reading Time: 1 min read
0
প্রকৃতি ধ্বংসযজ্ঞৰ পুৰোহিত কুখ্যাত আৰ এছ গান্ধীকে পুনৰ পৰিৱেশগত অনুমোদন
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

কাৰ্বি আংলঙৰ ৪৪২ হেক্টৰ বনভূমি ধ্বংস কৰি জলবিদ্যুৎ প্রকল্প স্থাপনৰ প্ৰস্তুতি

কাৰ্বি আংলঙত বিধ্বস্ত বায়ুসেনাৰ যুদ্ধবিমান Su-30MKI

পশ্চিম কাৰ্বি আংলঙৰ জেংখাৰ হাৰলংচৰাত শোকাৱহ ঘটনা

Karbi Anglong✒️সেউজীয়া পাহাৰ ধ্বংস কৰি কাৰ্বি আংলঙত শিলৰ খনন অব্যাহত ৰখা কুখ্যাত আৰ এছ গান্ধীৰ মূৰত যে দিছপুৰৰ প্ৰভাৱশালী চক্ৰৰ আশীর্বাদ আছে সেয়া সম্প্ৰতি অধিক স্পষ্ট হ’ল।

ADVERTISEMENT

নীতি-নিয়ম উলংঘাৰে কাৰ্বি পাহাৰত শিলৰ খনন কৰি সৰবৰাহ অব্যাহত ৰখা সত্ত্বেও কুখ্যাত ব্যৱসায়ীজনক শিলৰ খননৰ ক্ষেত্ৰত পুনৰ পৰিৱেশগত অনুমোদন প্রদান কৰিলে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্রণালয়ে।

অভিযোগ অনুসৰি, ৰাজ্যিক বিশেষজ্ঞ মূল্যায়ন সমিতি (এছইএচি) ৰ ৰহস্যজনক ভূমিকাৰ বাবে গান্ধীয়ে পুনৰ পৰিৱেশগত অনুমোদন লাভ কৰিবলৈ সক্ষম হৈছে। সূত্ৰই জনোৱা মতে, শিল খননৰ ক্ষেত্ৰত পৰিৱেশগত অনুমোদন প্রদানৰ পূৰ্বে ৰাজ্যিক বিশেষজ্ঞ মূল্যায়ন সমিতিয়ে শিলৰ মহলত ক্ষেত্ৰভিত্তিক জৰীপ চলাব লাগে।

সেই মর্মে শিলৰ মহলৰ জিপিএছ পইন্ট নিৰীক্ষণ কৰাৰ উপৰি মহলৰ চাৰিওপাশৰ পৰিৱেশৰ জৰীপ চলায় ৰাজ্যিক পৰ্যায়ৰ মূল্যায়ন সমিতিয়ে।

আশ্চর্যজনক যে এই কুখ্যাত ব্যৱসায়ীজনে শিলৰ খনন অব্যাহত ৰখা কাৰ্বি আংলঙৰ পানীমাৰা তিনি নম্বৰ শিলৰ মহলৰ জিপিএছ পইণ্টৰ চাৰিসীমাৰ বাহিৰতো শিল ভাঙি থকা হৈছে।

আনকি পূৰ্বৰ পৰিৱেশগত অনুমোদনপত্ৰত ০.৫০ হেক্টৰ ভূমিত গছ ৰোপণৰ নিয়ম উল্লেখ আছে যদিও তেওঁ নির্বিচাৰ প্ৰকৃতি ধ্বংসৰে পাহাৰ টকলা কৰি শ শ কোটি টকাৰ শিলৰ লুণ্ঠন চলাই আহিছে।

আনকি তেওঁ প্রাকৃতিকভাৱে বৈ অহা পাহাৰীয়া জুৰি, শিলৰে বন্ধ কৰি শিল খনন অব্যাহত ৰাখিছে। তৎসত্ত্বেও ৰাজ্যিক বিশেষজ্ঞ মূল্যায়ন সমিতিয়ে তেওঁক পুনৰ পৰিৱেশগত অনুমোদন প্রদানত সন্মতি জনায়।

গতিকে এই ক্ষেত্ৰত দিছপুৰৰ প্ৰভাৱশালী চক্ৰৰ প্ৰভাৱ অথবা বুজন অংকৰ ধনৰ লেনদেন হোৱা বুলি ব্যাপক চর্চা হৈছে। ২৩ জুলাইৰ পৰা অহা দুই অক্টোবৰলৈ ১০ হেজাৰ ৪২৮ ঘনমিটাৰ শিল খননৰ বাবে ফাইল নম্বৰ ইচি২৪ চি০১০৮ এএছ৫৩৮২৬৪৮এনৰ জৰিয়তে গান্ধীয়ে পৰিৱেশগত অনুমোদন পুনৰ লাভ কৰিছে। ইয়াৰ প্ৰস্তাৱ নম্বৰ এছআইএ/এএছ/এমআইএন/৫৩৯৪৭৯/২০২৫ আছিল।

ইপিনে, অভিযোগ অনুসৰি পানীমৰা তিনি নম্বৰ শিলৰ মহলত সাত বছৰৰ বাবে তিনি লাখ ঘনমিটাৰ শিল খননৰ বাবে গান্ধীয়ে পূর্বে পৰিৱেশগত অনুমোদন পায় যদিও তেওঁ বিগত সাত বছৰত ৭০ লাখৰো অধিক ঘনমিটাৰ শিল অবৈধভাৱে খনন কৰি সৰবৰাহ কৰে।

অর্থাৎ তেওঁ তিনি লাখ ঘনমিটাৰ শিলৰ ৰাজহ আদায় দিয়ে যদিও ৰাজহৰ বুজন অংকৰ ধন ফাকি দিয়ে। তৎসত্ত্বেও সম্প্রতি তেওঁক অহা দুই অক্টোবৰলৈ তিনি মাহৰ বাবে ১০,৪২৮ ঘনমিটাৰ শিল খননৰ বাবে পৰিৱেশগত অনুমোদন জনোৱা হৈছে।

এনে অৱস্থাতে অভিযোগ উত্থাপন হৈছে যে গান্ধী বাহিনীয়ে তিনিদিনতে ১০ হেজাৰ ঘনমিটাৰ শিল খনন কৰি এখন চালানৰে ২০-৩০ খন ট্রাকৰে সৰবৰাহ কৰিছে। স্বাভাৱিকতে এই কুখ্যাত ব্যৱসায়ীজনলৈ চৰকাৰী দৰদ প্ৰদৰ্শনক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

এই ক্ষেত্ৰত সাঙোৰ খাই পৰা ৰাজ্যিক বিশেষজ্ঞ মূল্যায়ন সমিতিৰ বিৰুদ্ধে ক্ষোভৰ সৃষ্টি হৈছে। উল্লেখ্য যে কুখ্যাত গান্ধী বাহিনীয়ে নগাঁৱৰ কাৰ্বি আংলং জিলাৰ সীমামূৰীয়া পানীমাৰাত শিলৰ খনন কৰি শিল ভঙা মেচিনত ভাঙি সৰবৰাহ কৰি আছে।

কাৰ্বি আংলং জিলাৰ এক, দুই আৰু তিনি নম্বৰ পানীমাৰাৰ শিলৰ মহলকেইটা গান্ধীয়ে ১২ বছৰৰ বাবে লীজত লয় যদিও পৰিৱেশগত কাৰণত ইয়াৰে এক আৰু দুই নম্বৰ শিলৰ মহল দুটা বন্ধ হৈ পৰে। পৰৱৰ্তী সময়ত তেওঁ তিনি নম্বৰ পানীমাৰা মহলটোত শিলৰ খনন আৰম্ভ কৰে।

অভিযোগ অনুসৰি, পূব কার্বি আংলং বন সংমণ্ডলৰ উত্তৰ-পশ্চিম পার্কুপ পাহাৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অধীনৰ পানীমাৰা তিনি নম্বৰ শিলৰ মহলত বিভাগীয়ভাৱে নিৰ্ধাৰিত জিপিএছ পইণ্টৰ চাৰিসীমাৰ বাহিৰতো গান্ধীয়ে শিলৰ খনন কৰিছে।

এই শিলৰ মহলত বিভাগীয়ভাৱে নিৰ্ধাৰণ কৰি দিয়া অক্ষাংশৰ ২৬ ডিগ্রী ২৩ মিনিট ৪৮.৬০ ছেকেণ্ড (উত্তৰ), দ্রাঘিমাংশৰ ৯২ ডিগ্রী ৫৪ মিনিট ১৭.৩০ ছেকেণ্ড (পূব)ত চাৰিসীমা আছে। একেদৰে অক্ষাংশৰ ২৬ ডিগ্রী ২৩ মিনিট ৫১.২০ ছেকেণ্ড (উত্তৰ) আৰু দ্রাঘিমাংশৰ ৯২ ডিগ্রী ৫৪ মিনিট ১০.৫০ ছেকেণ্ড (পূব) লৈ চাৰিসীমা নির্ধাৰণ কৰা হৈছে।

এনেদৰে বিভাগে নিৰ্ধাৰণ কৰি দিয়া চাৰিসীমা উলংঘা কৰি আৰএছ গান্ধী বাহিনীয়ে অবৈধভাৱে শিলৰ খনন আৰু সৰবৰাহ কৰি শ শ কোটি টকা লুণ্ঠন কৰি আহিছে। পূৰ্বৰ পৰিৱেশগত অনুমোদন অন্ত পৰাত কেন্দ্ৰীয় বন মন্ত্রণালয়ে চলিত বৰ্ষৰ ন এপ্ৰিলৰ পৰা ২১ মে’লৈ ১৫ হেজাৰ ঘনমিটাৰ শিল খননৰ বাবে পৰিৱেশগত অনুমোদন দিছিল।

সম্প্রতি তেওঁক পুনৰ ২৩ জুলাইৰ পৰা অহা দুই অক্টোবৰলৈ বন মন্ত্রণালয়ে পৰিৱেশগত অনুমোদন প্রদান কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: KARBI ANGLONG
publisher

publisher

Related Posts

ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত মানৱাধিকাৰক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ প্ৰচেষ্টাৰ বিৰুদ্ধে সৰৱ ভাৰত
India

October 21, 2026
এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ
India

এছবিআইত চাইবাৰ আক্ৰমণ! ৩.৮০ লাখ গ্ৰাহকৰ গোপন তথ্য ডাৰ্ক ৱেবত ফাদিল হোৱাৰ অভিযোগ

October 21, 2026
সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি
India

সৌৰভ দাস-আশুতোষ ৰাঙ্কাৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ বৃদ্ধি

October 21, 2026
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ
International

ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তি চূড়ান্ত হোৱাৰ পথত, ৯৯ শতাংশ কাম সম্পূৰ্ণ

October 21, 2026
দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ
India

দেৱালীৰ পৰ্যন্ত সকলো প্ৰতিবাদ স্থগিত ৰখাৰ নিৰ্দেশ অভিজিৎ দীপকেৰ

October 21, 2026
টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা
Entertainment

টাইগাৰ শ্ৰফৰ ওপৰত আক্ৰমণৰ ঘটনাত আৰু চাৰিজনক গ্ৰেপ্তাৰ, ধৃতৰ মাজত দুগৰাকী মহিলা

October 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d