Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

আৰজেডি-জেডিইউ মহাজোঁটবন্ধন চৰকাৰৰ নেতৃত্বত পুনৰ নিতীশ কুমাৰ

মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰী ৰূপে শপত লয় নীতিশ কুমাৰ আৰু লালু তনয় তেজস্বী যাদৱে

publisher by publisher
August 10, 2022
in India, News, Politics
Reading Time: 1 min read
0
আৰজেডি-জেডিইউ মহাজোঁটবন্ধন চৰকাৰৰ নেতৃত্বত পুনৰ নিতীশ কুমাৰ
3
SHARES
30
VIEWS
ShareShareShareShare

সকলো উৎকণ্ঠাৰ অন্ত পেলাই আজি পাটনাত আৰজেডি-জেডিইউৰ মহাজোঁটবন্ধন চৰকাৰৰ মুখ্যমন্ত্ৰী ৰূপে অষ্টমবাৰৰ বাবে শপত লয় নিতীশ কুমাৰে৷ একেদৰে উপ- মুখ্যমন্ত্ৰী হিচাপে শপত লয় লালু তনয় তথা আৰে জেডি বিধায়িনী দলপতি তেজস্বী যাদৱে৷ ইয়াৰ পূৰ্বে মঙলবাৰে বিজেপি নেতৃত্বাধীন এন ডিৰে ২২ মহীয়া মধুচন্দ্ৰিকা অন্ত পেলাই জেডিইউ-এ ৷

ADVERTISEMENT

নিতীশ কুমাৰে আৰজেডি,কংগ্ৰেছ,বাওঁদল আৰু হামৰে মিত্ৰতা গঢ়ি পাটনাত ৰাজনৈতিক পট পৰিৱৰ্তন কৰে ৷ শপত গ্ৰহণ কৰাৰ পিছতে সাংবাদিকে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলো বিৰোধী দল ঐক্যবদ্ধ হোৱাটো সাম্প্ৰতিক সময়ত অতি জৰুৰী হৈ পৰিছে৷ শপত গ্ৰহণ অনুষ্ঠানত দিল্লীত চিকিৎসাধীন হৈ থকা বাবে আৰ জে ডি মুৰব্বী লালু প্ৰসাদ অনুপস্থিত থকাৰ বিপৰীতে প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাবৰী দেৱী, লালু প্ৰসাদৰ জ্যেষ্ঠ জীয়ৰী নিচা যাদৱ সহ পৰিয়ালৰ আটাইকেইগৰাকী সদস্য উপস্থিত থাকে ৷

RelatedPosts

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ

বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে নীতিশ কুমাৰে

Bihar CM Oath:বিহাৰত নতুন চৰকাৰৰ শপত গ্ৰহণ

উল্লেখ্য যে মঙলবাৰে বিয়লী ৪ বজাত নিতীশ কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে৷ তাৰ পিছতে ৰাবৰী দেৱীৰ বাসগৃহত আৰ জেডি ,জে ডিইউ কংগ্ৰেছ ,বাওঁদল আৰু এইছ এ এম ৰ বিধায়কৰ সৈতে এক বৈঠকত মিলিত হৈ মহাজোঁটবন্ধন গঠন কৰে৷নীতিশ কুমাৰক মহাজোঁটবন্ধনৰ নেতা হিচাপে নিৰ্বাচিত কৰা হয়৷ তাৰ পিছতে নীতিশ কুমাৰ আৰু তেজস্বী য়াদৱ সহ মহাজোঁটবন্ধনৰ নেতা সকলে ১৬৩জনীয়া বিধায়কৰ তালিকা প্ৰদান কৰি চৰকাৰ গঠনৰ প্ৰস্তাৱ আগবঢ়াই ৷

উল্লেখ্য যে ২৪৩ জনীয়া বিহাৰ বিধানসভাত চৰকাৰ গঠনৰ বাবে মেজিক নম্বৰ হৈছে ১২২৷এন ডিৰে মিত্ৰতাত বিজেপি ৭৭,জেডি ইউ ৪৫ আৰু এইছ এ এম ৪ সমৰ্থনত মুঠ আসন আছিল ১২৬ ৷

শেহতীয়াকৈ এন ডি এ সম্পৰ্ক ছিন্ন কৰাৰ পিছত জেডিইউ ৪৫,আৰ জে ডি ৭৯,কংগ্ৰেছ ১৯, বাওঁদল১৫ আৰু এইছ এএম ৪ ক লৈ মুঠ আসন হয়গৈ ১৫৯৷ অৰ্থাৎ মেজিক সংখ্যা অতিক্ৰম কৰি ২৭ আসন বেছি হয় আৰ জে ডি-জে ডি ইউ যৌথ মৰ্চাৰ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: JDUNitish KumarRJDSworn Ceremony
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d