Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

    H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

মহানগৰৰ মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত সফল মঞ্চায়ন ‘জোঙালবলহু’

publisher by publisher
August 11, 2022
in Assam, Entertainment, India, News
Reading Time: 1 min read
0
মহানগৰৰ মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত সফল মঞ্চায়ন ‘জোঙালবলহু’
2
SHARES
22
VIEWS
ShareShareShareShare

মহানগৰত কৰ্মৰত হৈ থকা এচাম নাট্যপ্ৰেমী সাংবাদিকৰ সু-প্ৰচেষ্টাত তথা গুৱাহাটী প্ৰেছ ক্লাৱ আৰু জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ গুৱাহাটী মহানগৰ কমিটিৰ সহযোগত কলং নাট্য গোষ্ঠীয়ে বুধবাৰে পান্জাবাৰীৰ মাধৱদেৱ আন্তজাৰ্তিক প্ৰেক্ষাগৃহত সন্ধিয়া সাত বজাত মঞ্চস্হ কৰে অসম বুৰঞ্জী প্ৰসিদ্ধ ‘জোঙালবলহু’ নাটখনি ৷

ADVERTISEMENT

উদীয়মান নাট্যকাৰ মুনমী বৰদলৈ ৰছিত আৰু অসীম কুমাৰ নাথৰ পৰিচালনা আৰু সাংবাদিক-নাট্যকৰ্মী কনক শইকীয়া সামগ্ৰিক পৰিকল্পনাত মঞ্চ সফল নাট খনি শুভ উদ্বোধন কৰে জনপ্ৰিয় সংগীত শিল্পী তথা জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰে৷অনুষ্ঠানত তিৱা সাহিত্য সভাৰ সভাপতি -সম্পাদক,তিৱা জনগোষ্ঠীয় গৱেষক-সাহিত্যিক ড:বিদ্যুৎ বিকাশ সেনাপতি,জাৰ্ণেলিষ্ট ইউনিয়ন অৱ আছামৰ কাৰ্য্যকৰী সভানেত্ৰী চেমিম চুলতানা আহমেদ, জুৱাৰ মহানগৰ কমিটিৰ সভাপতি পলাশ ৰন্জন দাস,গুৱাহাটী প্ৰেছ ক্লাৱৰ সম্পাদক সন্জয় ৰায় উপস্থিত থাকে৷

RelatedPosts

NAGAON:নগাঁৱত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সোণপখিলী মঞ্চস্থ

ৰাজনীতি এৰি পুনৰ ধাৰাবাহিকত স্মৃতি ইৰাণী 

Drama: সামৰণি পৰিল ছয়গাঁৱৰ নাট সমাৰোহৰ

IMG 20220810 WA0106‘জোঙালবলহু’ৰ বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰে অমৰেন্দ্ৰ ডেকা, নাৰায়ণ শইকীয়া,আইচেংফা কোঁৱৰ,মানসজ্যোতি বৰুৱা, ৰিতুমণি বৰা,সৌমিত মজুমদাৰ,ত্ৰিদিপ লহকৰ,হিমাংশু দেউৰী,যুক্তা বৰা,দেৱপ্ৰতিম বৰা,ভোকেশ ৰাভা অংকিত ভূঞা,পল্লৱ দ্বীজেন,অভিলাশ বৰবৰা,পংকজ মেধি,ওখৰাং বসুমতাৰী,শৰৎ শৰ্মা,মীনাক্ষী ফুকন,দীপ হাজৰিকা সোনোৱাল,এন্জেলা চাংমাই আৰু শিশুশিল্পী অনুলদ্যুতি৷তিৱা স্বায়ত্ত্বশাসিত পৰিষদে ব্যৱস্থাপনা কৰা ‘জোঙালবলহু’ৰ নেপথ্য সংগীত পৰিচালক ড:বিদ্যুৎ বিকাশ সেনাপতি,সংগীত সহযোগী প্ৰভাত বণিয়া, ৰহিন বাংঠাই,তপন বৰদলৈ,হৰিচৰণ পাটৰ,বুদ্ধেশ্বৰ বড়ো,দুলেন চন্দ্ৰ দেউৰী,জনাৰ্দন পাটৰ,ৰূপসজ্জা তীব্ৰজ্যোতি বৈৰাগী,পোহৰ তপন বৰুৱা,সাজসজ্জা লালসিং মাডাৰ,মঞ্চসজ্জা পংকজ বৰা৷

উল্লেখ্য যে অসমৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায় হ’ল তিৱা বীৰ জোঙালবলহু ৰজা৷নগাঁও জিলাৰ ৰহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত সুপৰিকল্পিতভাৱে নিৰ্মিত জোঙালবলহু গড়ে বিচক্ষণ প্ৰজাহিতকৰ ৰজাজনৰ স্মৃতি বহন কৰি ৰাখিছে। ৷ জোঙালবলহুৰ বিষয়ে কাষৰীয়া অঞ্চলৰ লোকসকলৰ মাজত প্ৰচলিত অনেক কথা- কাহিনীক সংগ্ৰহ কৰি ৰুদ্ৰ ডেকাই ৰছনা কৰা জোঙালবলহু গীতৰ কথাই নাটক খনৰ মুল কথা৷প্ৰাচী বিনিময় প্ৰথাৰ ঐতিহ্য বহন কৰি অহা তিৱা জনগোষ্ঠীৰ গোভা ৰজাৰ দিনৰ পৰা প্ৰচলিত জোনবিল মেলাৰ লগতে বহুকেইটা উৎসৱ তথা কৃষ্টি- সংস্কৃতিকো নাটখনিত উপস্থাপন কৰা হৈছে ৷

নাটখনিত বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰা নাট্যকৰ্মী সকল গুৱাহাটী মহানগৰত কৰ্মৰত হৈ থকা সাংবাদিক৷ প্ৰতিগৰাকীয়ে নিজ নিজ চৰিত্ৰসমুহ সুন্দৰভাৱে অভিনয় কৰি নাট্যপ্ৰমী দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DramaSrimanta Sankardev Kalakshetra
publisher

publisher

Related Posts

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ
News

April 28, 2026
H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
News

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

April 28, 2026
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d