মহানগৰ আৰক্ষীৰ জালত বহি:ৰাজ্যৰ এটিমএম লুন্ঠনকাৰী৷ গোপনসূত্ৰৰ পমখেদি চাৰ্ভেত এটিএম লুন্ঠন কৰিবলৈ চেষ্টা কৰা যুৱক এজনক আটক কৰে পূব গুৱাহাটী আৰক্ষী জিলাৰ অভিযানকাৰী দল এটাই ৷ মহানগৰীৰ চাৰ্ভেৰ বি.অ.আই.ৰ এটিএমত এটাত লুট কৰাৰ প্ৰয়াস কৰাৰ চেষ্টা চলাইছ ধৃত যুৱকজনে ৷ গ্ৰেপ্তাৰ কৰা লুণ্ঠনকাৰীজনক হাৰিয়ানাৰ বনৱালৰ ইৰফান বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জানিব দিয়া মতে,ধৃত ইৰফানে এটিএম কাৰ্ড আৰু পুলাৰৰ সহায়ত অনন্য কৌশল প্ৰয়োগেৰে এটিএমৰ পৰা ধন লুট কৰিবলৈ গুৱাহাটীলৈ আহিছিল ।
মহানগৰীত হাৰিয়ানাৰ এটিএম লুন্ঠনকাৰীক গ্ৰেপ্তাৰ
-
By publisher

- Categories: Assam, Crime, India, News
- Tags: guwahati police arrest one atm looter
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026