Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    দুমাহে এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকিবলগীয়া হৈছে ছাত্ৰাৱাসৰ আৱাসী

    এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

    ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

    কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

    দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

হুইল চেয়াৰত ছুইগিৰ ডেলিভাৰী এজেন্ট, এগৰাকী যুৱতীৰ হাৰ নমনা যুদ্ধ

publisher by publisher
September 12, 2022
in News, India
Reading Time: 1 min read
0
হুইল চেয়াৰত ছুইগিৰ ডেলিভাৰী এজেন্ট, এগৰাকী যুৱতীৰ হাৰ নমনা যুদ্ধ
1
SHARES
11
VIEWS
ShareShareShareShare

হুইলচেয়াৰ স্কুটাৰত খাদ্য দিছে ছুইগিৰ এগৰাকী ডেলিভাৰী এজেন্টে । বিশেষভাৱে সক্ষম এই ডেলিভাৰী এজেন্টৰ জীৱনযুদ্ধৰ কাহিনী ভাইৰেল হৈছে সামাজিক মাধ্যমত । এনেদৰেও যে সংগ্ৰাম কৰিব পাৰি সেয়া পুনৰবাৰ প্ৰমাণ কৰিলে এই এজেন্টে । দিল্লীৰ মহিলা কমিছনৰ চেয়াৰপাৰ্ছন স্বাতী মালিৱালে এই ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে, সঁচাই জীৱনটো অতি জটিল । আমি হাৰিবলৈ শিকা নাই । এই স্পিৰিটক ছেল্যুট কৰিছো ।

ADVERTISEMENT

গাড়ীৰ পৰা তোলা হৈছে সেই ভিডিঅ’ । ভিডিঅ’ত দেখা গৈছে বিশেষভাৱে সক্ষম যুৱতীগৰাকী হুইলচেয়াৰ স্কুটাৰত গৈ আছে । তেওঁ ছুইগিৰ পোছাক পৰিধান কৰি আছে । এই ছবিয়ে মন ছুই গৈছে অনেকৰ ।

RelatedPosts

Madhya Pradesh: পাৰ্টিত নৃত্য কৰিলে বিশেষভাৱে সক্ষম চৰকাৰী বিষয়াই, ভিডিঅ’ ভাইৰেল , তদন্ত আৰম্ভ

এজনে লিখিছে, পৰিস্থিতি পৰিৱৰ্তন কৰিবলৈ অনেকেই যুদ্ধ চলাই গৈছে । তেওঁলোকৰ ভিতৰত তেঁৱো এজন । তেওঁ যোদ্ধা ।

बेशक मुश्किल है ज़िन्दगी… हमने कौनसा हार मानना सीखा है! सलाम है इस जज्बे को ♥️ pic.twitter.com/q4Na3mZsFA

— Swati Maliwal (@SwatiJaiHind) September 10, 2022

আন এজনে লিখিছে, এইগৰাকী নাৰী আৰু তেওঁৰ সংগ্ৰামক ছেল্যুট কৰিছো । অৱশ্যে আমাৰ চৰকাৰ আৰু সমাজে এই বিশেষভাৱে সক্ষম লোকসকলৰ বাবে একো কৰিব পৰা নাই । সেয়ে তেওঁলোকে এনেদৰে কঠিন পৰিশ্রম কৰিবলগীয়া হয়।

আন এজনে লিখিছে, কঠিন পৰিশ্রম সমস্যাৰ নহয় । অৱশ্যে তেওঁলোকে কিছু সুযোগ পোৱা প্ৰয়োজন । যদি কর্প’ৰেট সংস্থাবোৰ আগুৱাই আহে তেন্তে এই কঠিন পৰিশ্রম কিছু কমিব ।

ইপিনে যোৱা আগষ্টত দেখা গৈছে জ’মেট’ৰ এগৰাকী ডেলিভাৰী এজেন্টে তেওঁৰ সন্তানট লগত লৈ খাদ্য ডেলিভাৰী কৰিছে । সেই ভিডিঅ’ও ভাইৰেল হৈছিল ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Specially AbledSwiggy Delivery AgentWheelchair
publisher

publisher

Related Posts

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
News

দুমাহে এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকিবলগীয়া হৈছে ছাত্ৰাৱাসৰ আৱাসী

May 3, 2026
এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য
News

এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ নামত দুশ গছ কটাৰ লক্ষ্য

May 3, 2026
উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?
News

উৎকণ্ঠা চৰমত! এইবাৰ চৰকাৰ কাৰ?

May 3, 2026
ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই
India

ইন্ধনৰ মূল্যবৃদ্ধিৰ চাপঃ দৈনিক ১০০খন উড়ান কমাব এয়াৰ ইণ্ডিয়াই

May 3, 2026
কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক
India

কাশ্মীৰক পুনৰ ৰক্তাক্ত কৰাৰ চক্ৰ? পুলৱামাত গ্ৰেপ্তাৰ যুৱক

May 3, 2026
দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ
News

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

May 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d