Rupohihat: ৰূপহীহাটৰ কেইবাটাও মাদ্ৰাছা পৰিদৰ্শন কৰিলে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। ৰূপহীহাটৰ তাৰাবাৰীৰ দাৰুল কোৰআন হাফিজীয়া ইছলামীয়া একাডেমী, তাৰাবাৰী দাৰুল ছুন্নত মাদ্ৰাছা পৰিদৰ্শন কৰে সাংসদ গৰাকীয়ে।
ADVERTISEMENT
কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে মাদ্ৰাছা পৰিদৰ্শন কৰি মাদ্ৰাছা সমূহত ধৰ্মীয় শিক্ষাৰ লগে লগে মাদ্ৰাছাৰ ছাত্ৰ সকলক আধুনিক শিক্ষা প্ৰদান কৰাৰ গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰে।