EDUCATION DEPT: ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশ অনুযায়ী এতিয়াৰ পৰা বিদ্যালয়ৰ সকলো অনুষ্ঠানতে জাতীয় সংগীত পৰিবেশন কৰিব লাগিব । অসম সৰ্বশিক্ষা মিছনৰ পৰা প্ৰকাশিত নিৰ্দেশনাত এইকথা জাৰি কৰা হৈছে যে, সকলো বিদ্যালয়তে বাধ্যতামূলভাৱে অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ শীৰ্ষক সংগীত পৰিবেশন কৰিব লাগিব। বিগত সময়ত সকলো বিদ্যালয়ত অসম সংগীত পৰিবেশন কৰাটো বাধ্যতামূলক নাছিল । যাৰ পৰিপ্ৰেক্ষিতত শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুৰ নিৰ্দেশ মৰ্মে অসম সৰ্ব শিক্ষা অভিযান মিছনৰ তৰফৰ পৰা এই নিৰ্দেশনা জাৰি কৰা হৈছে । নিৰ্দেশনাটোত সকলো শিক্ষা প্ৰ্তিষ্ঠানৰ মুৰব্বীক ত্ৎক্ষণাত এই নিয়ম বলৱৎ কৰিবলৈ আহ্বান জনোৱা হৈছে ।
EDUCATION DEPT: শিক্ষা বিভাগৰ নিৰ্দেশ, বিদ্যালয়ৰ সকলো অনুষ্ঠানতে পৰিবেশন হ’ব অসম সংগীত
-
By publisher

- Categories: India, Assam, News
- Tags: EDUCATION DEPTnew rule
Related Content
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
By
publisher
April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
By
publisher
April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
By
publisher
April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
By
publisher
April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
By
publisher
April 29, 2026