GUWAHATI:মহানগৰীৰ স্মাৰ্ট আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই চুৰে চলাই গৈছে চুৰিকাৰ্য ৷ যোৱা নিশা চান্দমাৰী মিলনপুৰত চোৰৰ চাফাই অভিযান ৷ বৰ্ণালী ভৱনত নিশা চোৰে প্ৰৱেশ কৰি শুই থকা অৱস্থাতে গৃহস্থক চেতনানাশক স্প্ৰে মাৰি লেপটপ আৰু ম’বাইল সহ নগদ ধন লৈ উধাও হয় ৷ পিছত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷
GUWAHATI:মহানগৰীৰ চান্দমাৰীত চোৰৰ চাফাই অভিযান
-
By publisher

- Categories: India, Assam, Crime, News
- Tags: GUWAHATI THEFT
Related Content
Delhi Airport:দিল্লী বিমানবন্দৰত দুই শতাধিক যাত্ৰী থকা ছুইছ বিমানত অগ্নিকাণ্ড
By
publisher
April 26, 2026
Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬'ৰ সফল সমাপ্তি
By
publisher
April 26, 2026
Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা
By
publisher
April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পলৈ গুলীচালনা
By
publisher
April 26, 2026