Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

    ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

    ৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

    Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

    Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 

    Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

    অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ROGER_ FEDERER_RETIREMENT : মোৰ কোনো দুখ নাই , মই সুখী : ৰ’জাৰ ফেডেৰা

অশ্ৰসিক্ত নয়নেৰে বিশ্ব টেনিছক বিদায় জনালে ফেডেৰাই # শিশুৰ দৰে কান্দি উঠিছিল ফেডেৰা

publisher by publisher
September 24, 2022
in News, International, Sports
Reading Time: 1 min read
0
ROGER_ FEDERER_RETIREMENT : মোৰ কোনো দুখ নাই , মই সুখী : ৰ’জাৰ ফেডেৰা
2
SHARES
16
VIEWS
ShareShareShareShare

ROGER_ FEDERER_RETIREMENT : এটা যুগৰ অন্ত পেলাই বিশ্ব টেনিছৰ পৰা অশ্ৰুসিক্ত নয়নেৰে বিদায় ললে ৰ’জাৰ ফেডেৰাই । লিভাৰ কাপৰ পিছতেই ফেডেৰাই পেছাদাৰী টেনিছৰ বিদায় লোৱাৰ কথা ঘোষণা কৰিছিল । উল্লেখযোগ্য যে , আঘাতজনিত সমস্যাৰ বাবে উইম্বলডন প্ৰতিযোগিতাত অংশ লোৱাৰ পৰা আতৰি আছিল টেনিছ তাৰকা গৰাকী । ২০ টাকৈ গ্লেণ্ড শ্লেমৰ অধিকাৰী তাৰকা খেলুৱৈ গৰাকীয়ে বৃহস্পতিবাৰে চ’ছিয়েল মিডিয়াৰ যোগে তেওঁৰ এই অৱসৰৰ কথা ঘোষণা কৰে ।

ADVERTISEMENT

WhatsApp Image 2022 09 24 at 20.00.05 1

RelatedPosts

No Content Available

নিজৰ টুইটাৰ একাউণ্টত তেওঁ অৱসৰৰ কথা ঘোষণা কৰি কয় যে , বিগত তিনি বছৰত বহু বাধাৰ সন্মুখীন হৈছো । বাৰে বাৰে আঘাত পাইছো , অস্ত্ৰোপচাৰ হৈছে । খেললৈ উভটিবলৈ বাৰে বাৰে চেষ্টা কৰিছো । কিন্তু শাৰীৰিক সক্ষমতাই আৰু কিমান দূৰ টানিব, সেইয়াও ভালদৰে জানো । বৰ্তমান মই নিজৰ ভৱিষ্যত ভালদৰে বুজি উঠিছো । মোৰ বয়স ৪১ বছৰ । বিগত ২৪ বছৰত ডেৰ হাজাৰৰো অধিক খেল খেলিছো । মই যিমান ভাৱিছিলো , টেনিছে মোক তাতোকৈ অধিক দিলে । এতিয়া প্ৰতিযোগিতামূলক টেনিছত মোৰ সময় শেষ হ’ল । অন্তত: এইবাৰ মই এইকথা বুজি উঠিছো ।

WhatsApp Image 2022 09 24 at 20.00.05

তেওঁ এইবুলিও উল্লেখ কৰে যে , লণ্ডনত হ’ব লগা লিভাৰ কাপেই হ’ব মোৰ অন্তিমখন প্ৰতিযোগিতামূলক খেল । ভৱিষ্যতলৈ মই আৰু টেনিছ খেলিম ঠিকেই কিন্তু গ্লেম শ্লেমত আৰু মোক কোনেও দেখা নাপাব । টেনিছৰ পৰা মই বহুখিনি পাইছো । মই নিজকে বহু ভাগ্যৱান বুলি অনুভৱ কৰিছো । মই যি পৰ্যায়ত টেনিছ খেলিছো আৰু যিমান সময় ধৰি খেলিছো , সেইয়া কোনো দিনে ভাবিব নোৱাৰো । এই ঘোষণাৰ পিছতে কালি নিশা অনুষ্ঠিত হোৱা লিভাৰ কাপৰ অন্তিমখন ডাবোলছ খেলত ৰ’জাৰ ফেডেৰাৰ আৰু ৰাফেল নাডাল যুঁটী পৰাস্ত হোৱাৰ পিছত ফেডেৰাই প্ৰতিযোগিতামূলক টেনিছক বিদায় জনায় । খেলৰ শেষত চকুৰ পানী ৰোধিব নোৱাৰা ফেডেৰাই হুক হুকাই কান্দি উঠা দেখা গ’ল । অত্যন্ত বিষাদেৰে ভৰি পৰা এই বিদায়লগ্নত ষ্টেডিয়ামত উপস্থিত সকলো উচুপি উঠা দেখা গৈছিল ।

WhatsApp Image 2022 09 24 at 20.00.04

ফেডেৰাৰ এই অন্তিমখন খেলত খেল চলি থকাৰ মাজতে ফেডেৰা আৰু নাডালৰ যুঁটী চোফাত বহি পৰা দেখা গৈছিল । বিপৰীতে প্ৰতিপক্ষ যুঁটী এণ্ডি ম’ৰে আৰু ন’ভাক জ’কভিচো অন্য দুখন চোফাত বহি পৰি শূণ্যলৈ দৃষ্টি নিক্ষেপ কৰা পৰিলক্ষিত হৈছিল । শিশুৰ দৰে কান্দি উঠিছিল ফেডেৰাৰ । বাধা দিব নোৱাৰা চকুৰ পানী ঢাকিবলৈ নিজৰ মুখখন দুহাতেৰে ঢাকি ধৰিছিল খেলুৱৈ গৰাকীয়ে । সতীৰ্থক দেখি প্ৰতিপক্ষও শোক বিহ্বল হৈ পৰিছিল । ফেডেৰাৰ এই অৱস্থা প্ৰত্যক্ষ কৰি ‘অৱশিষ্ট বিশ্ব’ দলৰ প্ৰশিক্ষক জন ম্যাকেনাৰে ফেডেৰাক বুকুৰ মাজলৈ টানি আনি সান্তনা দিয়াৰ চেষ্টা কৰে । দৰ্শকৰ জাউৰিয়ে জাউৰিয়ে হাত চাপৰি দি তাৰকা খেলুৱৈ গৰাকীক সম্ভাষণ জনায় । সামৰণি ভাষণত একো ক’ব নোৱাৰা ফেডেৰাই কেৱল নিজৰ মুখ ঢাকিবলৈ চেষ্টা কৰা দেখা গ’ল ।

ফেডেৰাৰ সন্মুখত ইউৰোপ দলৰ প্ৰশিক্ষক বিয়ৰ্ণ বৰ্গ , নাডাল , জ’কোভিজৰ লগতে বাকী সকলো সতীৰ্থ শোকত ম্ৰিয়মাণ হৈ পৰিল । এনেদৰেই অন্ত পৰিল ফেডেৰাৰ ২৪ বছৰীয়া টেনিছ জীৱনৰ সকলো অতীত । ভাঙি পৰা ফেডেৰাক পত্নী এলেন মিৰকাই গালে-মুখে চুমা খাই সান্তনা দিয়াৰ চেষ্টা কৰে । সকলো আনুষ্ঠানিকতা শেষ কৰি দৰ্শকেও ফেডেৰাক উৎসাহ প্ৰদান কৰি বিদায় সম্ভাষণ জনালে । পুনৰ ঘূৰি গৈ খেলুৱৈ গৰাকীয়ে দৰ্শকক ধন্যবাদ জ্ঞাপন কৰি এটা দীঘল শ্বাস লৈ কেৱল ক’লে , মোৰ কোনো দুখ নাই , মই সুখী ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: RETIREMENROGER FEDERER
publisher

publisher

Related Posts

নিউ বঙাইগাঁৱত ৰে’লৰ ঐতিহাসিক ষ্টীম লোকোমোটিভ ৮০১-বি (১৯২৭) ক পুনৰুজ্জীৱিতকৰণ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
News

April 24, 2026
ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!
Assam

ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত উপস্থিত থাকিব প্ৰাণৰ শিল্পী জুবিন গাৰ্গ!

April 24, 2026
৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ
News

৩৩ শতাংশ মহিলা আসন সংৰক্ষণ দাবীত ডিব্ৰুগড়ত বিজেপি মহিলাৰ প্ৰতিবাদ

April 24, 2026
Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক
News

Drugs Seized in Chirang:চিৰাঙত নিষিদ্ধ ড্ৰাগছ সহ এজনক আটক

April 24, 2026
Abhi- Neel Murder Case:সোমবাৰে অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান 
Crime

Abhi- Neel Murder Case Judgement:অভি-নীল হত্যাকাণ্ডৰ দোষীৰ শাস্তি ঘোষণা আদালতৰ

April 24, 2026
অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া
News

অসহায়তাৰ অন্ধকাৰৰ পৰা আত্মনিৰ্ভৰতাৰ পোহৰলৈ : পূর্ণিমা শইকীয়া

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d