Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

চৰকাৰী কামত ইংৰাজীৰ পৰিৱৰ্তে হিন্দী

ভাষা সংক্ৰান্তীয় সংসদীয় সমিতিৰ প্ৰস্তাৱ

publisher by publisher
October 10, 2022
in News, India
Reading Time: 1 min read
0
চৰকাৰী কামত ইংৰাজীৰ পৰিৱৰ্তে হিন্দী
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

ৰাষ্ট্ৰসংঘত ভাৰতৰ চৰকাৰী ভাষাৰূপে হিন্দী ব্যৱহাৰ, কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা প্ৰতিষ্ঠানত শিক্ষাদানৰ ভাষাৰূপে হিন্দীৰ প্ৰয়োগ তথা হিন্দীভাষী অধ্যুষিত ৰাজ্যসমূহত উচ্চ ন্যায়ালয়ৰ কাম-কাজ হিন্দীতে সম্পন্ন কৰাৰ লগতে চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহৰ বাবে সম্প্ৰতি বাধ্যতামূলক ইংৰাজীৰ প্ৰশ্নকাকতৰ পৰিৱৰ্তে হিন্দী প্ৰশ্নকাকত প্ৰৱৰ্তনৰ অনুমোদন আগবঢ়াইছে চৰকাৰী ভাষা সংক্ৰান্তীয় সংসদীয় সমিতিয়ে ।

ADVERTISEMENT

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ক সমিতিয়ে এই অনুমোদন দাখিল কৰা বুলি উচ্চস্তৰীয় চৰকাৰী সূত্ৰত প্ৰকাশ । ইতিমধ্যে যোৱা ছেপ্টেম্বৰতে গৃহ মন্ত্ৰণালয়ে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক এই প্ৰতিবেদন দাখিল কৰিছে । হিন্দীত শিক্ষাদানৰ সন্দৰ্ভত সমিতিয়ে কয় যে শ্ৰেণীকোঠাত শিক্ষাদানৰ মাধ্যম আৰু তাৰ স’তে জড়িত অন্যান্য কাম-কাজৰ ভাষা হিন্দী হোৱাটোৱে বাঞ্ছনীয় ।

ইংৰাজীৰ ব্যৱহাৰ ঐচ্ছিক হ’ব পাৰে বুলি সমিতিয়ে মন্তব্য কৰে । প্ৰযুক্তিবিদ্যাৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰতো একে নীতিৰ কথা কোৱা হৈছে । এই মৰ্মে কেন্দ্ৰীয় বিদ্যালয়, নৱোদয় বিদ্যালয়, কেন্দ্ৰীয় বিশ্ববিদ্যালয়, ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আইআইটি), আই আই এম তথা সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) এই সকলোবোৰ একে নীতিৰ অধীনলৈ অনা উচিত । যিসমূহত হিন্দী প্ৰয়োগৰ কোনো উপায় নাই কেৱল সেই স্থানতহে ইংৰাজীৰ শিক্ষাদান হ’ব পাৰে বুলি সমিতিয়ে প্ৰতিবেদন উল্লেখ কৰে ।

তেনে স্থানসমূহতো পৰ্যায়ক্ৰমে হিন্দী ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা থাকিব লাগে বুলিও মত প্ৰকাশ কৰে । এই নীতিৰ স’তে সামঞ্জস্য ৰক্ষা কৰি চৰকাৰী চাকৰিৰ পৰীক্ষাত বাধ্যতামূলক হৈ থকা ইংৰাজীৰ প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ পৰামৰ্শ দিয়া হৈছে । তাৰ বিপৰীতে হিন্দী প্ৰশ্নকাকত প্ৰৱৰ্তনৰ কথাও কোৱা হৈছে । সমিতিৰ বক্তব্য অনুসৰি বাধ্যতামূলক ইংৰাজীৰ প্ৰশ্নকাকতে এনে এক ধাৰণাৰ সৃষ্টি কৰে যেন ইংৰাজী অতি গুৰুত্বপূৰ্ণ । এনে ধাৰণাৰ সৃষ্টি হ’ব নিদিয়াটোৱে সমিতিৰ লক্ষ্য ।

কেৱল চৰকাৰী চাকৰিৰ নিযুক্তিৰ পৰীক্ষা মাথোঁ নহয়, চৰকাৰী প্ৰতিষ্ঠানৰ কাম-কাজো যাতে হিন্দীতে সম্পন্ন কৰা হয়, সেয়া নিশ্চিত কৰাৰ কথাও কোৱা হৈছে প্ৰতিবেদনত । এই মৰ্মে কৰ্মী বাছনিৰ ক্ষেত্ৰত হিন্দীৰ জ্ঞানে যাতে অন্যতম মাপকাঠী হয় সেই দিশলৈ দৃষ্টি ৰাখিবলৈ কোৱা হৈছে । যিসকল বিষয়া অথবা কৰ্মীয়ে ইচ্ছাকৃতভাৱে হিন্দীত কাম-কাজ নকৰাকৈ থাকে তেওঁলোকক জৱাবদিহি কৰিবলৈ সমিতিয়ে অনুমোদন আগবঢ়াইছে । সন্তোষজনক উত্তৰ অথবা ব্যাখ্যা লাভ নকৰিলে সেই বিষয়টো তেওঁলোকৰ বাৰ্ষিক পাৰদৰ্শিতাৰ প্ৰতিবেদনত নথিভুক্ত হয় সেই কথাও প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হৈছে ।

আনকি প্ৰতিবেদনত অনুমোদন মৰ্মে হিন্দী ভাষাৰ জ্ঞান যিসমূহ চৰকাৰী পদত প্ৰয়োজনীয় তেনে পদ যদি তিনি বছৰৰ অধিক খালি হৈ থাকে তেন্তে প্ৰতিষ্ঠানৰ মুৰব্বীৰে দায়িত্ব ল’ব লাগিব । এই ক্ষেত্ৰত তেওঁৰ বাৰ্ষিক পাৰদৰ্শিতাৰ প্ৰতিবেদনত বিষয়টো অন্তৰ্ভুক্ত হ’ব । এই প্ৰতিবেদনত পৰামৰ্শ দাঙি ধৰা হয় যে যিসমূহ ৰাজ্যত চৰকাৰী ভাষা হিন্দী সেই ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয়ৰ কাম-কাজ হিন্দীতে সম্পন্ন কৰিব লাগে । সাংবিধানিক প্ৰয়োজনীয়তাৰ সৃষ্টি হ’লে হিন্দী কাৰ্যসূচীৰ ইংৰাজীৰ অনুবাদ উচ্চ ন্যায়ালয়ত ব্যৱহাৰ কৰিব পাৰি বুলি প্ৰতিবেদনত উল্লেখ ।

বিশ্বায়ন আৰু উদাৰ নীতিবাদৰ সৌজন্যত হিন্দী ভাষাই আজি বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰা বুলি সমিতিয়ে কয় যে ৰাষ্ট্ৰস‍ংঘত ভাৰতৰ ভাষা হিন্দী হোৱা উচিত । আনহাতে, গৃহভূমিত হিন্দীৰ জনপ্ৰিয়তা অধিক বৃদ্ধিৰ বাবে পৰামৰ্শ দাঙি ধৰিছে যে চৰকাৰী বিজ্ঞাপনত বাজেটৰ অৰ্ধেকৰ বেছি হিন্দী বিজ্ঞাপনত ব্যয় কৰা উচিত । হিন্দী আৰু আঞ্চলিক ভাষাৰ বিজ্ঞাপনক উৎসাহ দিবলৈ প্ৰতিবেদনত কোৱা হৈছে । মাত্ৰ ইয়েই নহয় হিন্দী বিজ্ঞাপন ডাঙৰকৈ প্ৰথম পৃষ্ঠাত আৰু ইংৰাজী বিজ্ঞাপন ভিতৰৰ পৃষ্ঠা বা শেষ পৃষ্ঠাত দিয়াৰ পৰামৰ্শ আগবঢ়াইছে সমিতিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: EnglishOfficial Language Hindi
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d