Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

    Meghalaya:মেঘালয়ত মানৱতাক ভূলুণ্ঠিত কৰা মৰ্মান্তিক ঘটনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Cracked Heel Remedy : শীতকালত কেনেদৰে ল’ব ফটা গোৰোহাৰ যতন ? জানিবলৈ পঢ়ক…

publisher by publisher
October 15, 2022
in Lifestyle
Reading Time: 1 min read
0
Cracked Heel Remedy : শীতকালত কেনেদৰে ল’ব ফটা গোৰোহাৰ যতন ? জানিবলৈ পঢ়ক…
2
SHARES
15
VIEWS
ShareShareShareShare

শৰৎ পাৰ হৈছে, নিশা কিছু কিছু পৰিমাণে ঠাণ্ডাও পৰিছে । শীত পৰাৰ লগে লগে ভৰি ফটাৰ সমস্যাও বাঢ়িছে । অনেকৰেই গোটেই বছৰ কম-বেছি পৰিমাণে ফাটে । অৱশ্যে বতাহত আর্দ্রতা কমিলে যেন এই সমস্যা অধিক হয় । ভৰিৰ পতাই গোটেই শৰীৰৰ ভৰ বহন কৰে, ইয়াৰ উপৰি যিসকলে ৰাস্তাই-ঘাটে ওলায়, তেওঁলোকৰ ক্ষেত্রত থাকে ধূলি-বালিৰ সমস্যা । সেয়ে ৰূপচর্চাৰ লগতে ভৰিৰ পতাৰো যতন ল’ব লাগিব ।

ADVERTISEMENT

এই সময়ছোৱাত কেনেদৰে ভৰিৰ যত্ন ল’ব ?

RelatedPosts

আলিয়া ভাটৰ দৰে সুস্থ, দাগমুক্ত ছাল বিচাৰেনে?

ঋতু সলনিৰ লগে লগে ভৰি ফাটি যোৱা আৰম্ভ হৈছে? ঘৰতে যত্ন লৈ কেনেকৈ সকাহ পাব?

প্ৰসাধন সামগ্ৰীৰ প্ৰয়োজন নাই, এই তিনি টিপছৰ দ্বাৰা ঘৰতে কৰিব পাৰিব দাগমুক্ত ছাল

১। মাউথৱাছ : শুনিবলৈ আচৰিত যেন লাগিলেও ভৰিৰ পতা বা গোৰোহা ফটা সমাধান কৰিব পাৰে মাউথৱাছে । এক ভাগ মাউথৱাছৰ স’তে দুভাগ পানী মিহলাই, তাত ফটা ঠাইডোখৰ ডুবাই ৰাখক । প্ৰকৃততে মাউথৱাছত ভৰিৰ জীৱাণু নাশ কৰাৰ লগতে, আর্দ্রতাও অটুট থাকে ।

২। কল : কলত ভিটামিন এ, বি আৰু চি থাকে । বিভিন্ন খনিজ পদার্থও থাকে । পকা কল ফেনেকি ফটা ঠাইত লগাই থ‌ওক । ২০ মিনিট ৰাখি পৰিষ্কাৰ পানীৰে ভৰি ধুই দিয়ক । মনকৰিবলগীয়া যে, ভৰিৰ পৰিচর্যাত কেঁচা কল ব্যৱহাৰ নকৰিব ।

৩। মৌ আৰু তেল : ভৰি ফটাৰ আৰু এটা সমাধান মৌ । আধা ঘণ্টালৈকে ফটা ঠাইত মৌ লগাই থ‌ওক । নাৰিকল তেলেও ভৰি ফটা নিৰাময় কৰে । ফটা ঠাইত তেল লগাই ৰাখি অন্তত ১৫-২০ মিনিট অপেক্ষা কৰক । তাৰ পাছত ধুই পেলাওক ।

৪। ময়েছাৰাইজাৰ : ভৰি ফটাৰ সমস্যা কমাবলৈ ময়েছাৰাইজাৰ লগাওক । অৱশ্যে ময়েছাৰাইজাৰ লগাই এটা ঠাইতে বহি থাকিব লাগিব । সেয়ে নিশা শুৱাৰ আগতেই এই প্রসাধনী ভৰিত লগাব লাগিব ।

৫। এল’ভেৰা : কেৱল ভৰি ফটাই নহয়, ছালৰ অন্যান্য সমস্যা দূৰ কৰিবলৈও কার্যকৰ এল’ভেৰা । ভৰি ফটাৰ সমস্যা সমাধান কৰিবলৈ সেয়ে ব্যৱহাৰ কৰিব পাৰে এল’ভেৰা । ইচ্ছা কৰিলে এল’ভেৰাৰ জেলৰ স’তে মৌ মিহলি কৰিও লগাব পাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Beauty TipsCracked Heel Care
publisher

publisher

Related Posts

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

May 1, 2026
গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে
Lifestyle

আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

April 25, 2026
ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল
Lifestyle

ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d