Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বি এছ এফ আৰু ওড়িশা আৰক্ষীয়ে যৌথ অভিযানত গ্ৰেপ্তাৰ দুই মাওবাদী

    অমৰনাথ যাত্ৰাপথত কিউআৰ ফিডবেক পদ্ধতি প্ৰৱৰ্তন, তীৰ্থযাত্ৰীয়ে দিব পৰিচ্ছন্নতাৰ ৰেটিং

    Gaurav Gogoi:ডিমা হাছাওৰ জীয়ৰী ৰশ্মিতা হোজাইৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি গৌৰৱ গগৈৰ পত্ৰ উত্তৰাখণ্ড মুখ্যমন্ত্ৰীলৈ

    আহমেদাবাদ দুর্ঘটনাত গাফিলতিৰ অভিযোগ, তদন্তত উচ্চস্তৰীয়া কমিটি গঠন কেন্দ্রৰ 

    Iran-Israel war has disrupted flights around the world: ইৰান-ইজৰাইলৰ যুদ্ধৰ পাছতে বিশ্বজুৰি বিমান চলাচল ব্যাহত

    Iran counter attacks Israel with 100 drones:খামেইনিৰ সকীয়নিৰ পাছত ৰণশিঙা, এশ ড্ৰ’নৰে ইজৰাইলক প্রত্যাক্ৰমণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ ছালখন জিলিকাবলৈ এই শাক-পাচলিত নিৰ্ভৰ কৰক

    এই তিনিটা খাদ্যত আছে চুলিৰ সমস্যাৰ সমাধান !

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    জানেনে এই কেইবিধ মছলাই কমাব আপোনাৰ ওজন! 

    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

KATI BIHU : কৃষিজীৱী অসমীয়াই আজি উদযাপন কৰিব কাতি বিহু

কংক্ৰিটৰ মহানগৰীৰ বজাৰত চাহিদা বৃদ্ধি তুলসীৰ পুলি আৰু মাটিৰ চাকিৰ

publisher by publisher
October 18, 2022
in Assam
Reading Time: 1 min read
0
KATI BIHU : কৃষিজীৱী অসমীয়াই আজি উদযাপন কৰিব কাতি বিহু
6
SHARES
57
VIEWS
ShareShareShareShare

KATI BIHU : আজি অসমীয়াৰ জাতীয় জীৱনৰ অন্যতম কৃষিজীৱী উৎসৱ হেঁপাহৰ কাতি বিহু৷আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু উদযাপনৰ বাবে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিজন অসমীয়াই সাজু হৈছে ৷ একেদৰে কৃষিজীৱী অসমীয়াই পথাৰৰ নিজৰ হাতেৰে ৰোপন কৰা খেতিডৰাৰ শ্ৰীবৃদ্ধি আৰু গৃহস্থৰ মংগল কামনাৰে চাকি বন্তি জ্বলোৱাৰ পূৰ্ণ প্ৰস্তুতি চলোৱাৰ লগতে সন্ধিয়া তুলসী তলত আৰু পথাৰত আকাশ বন্তিৰ জ্বলোৱাৰ বাবে সাজু হৈছে ৷

ADVERTISEMENT

WhatsApp Image 2022 10 18 at 13.37.23 1ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে কংক্ৰিটৰ মহানগৰ গুৱাহাটীতো কাতি বিহু উদযাপনৰ বাবে সাজু হৈছে মহানগৰবাসী৷ মহানগৰৰ গণেশগুৰি বজাৰ, চান্দমাৰী, বেলতলা ,বামুনীমৈদাম,গড়চুক,নাৰেংগী ,দিছপুৰ,মাছখোৱা সহ বহু বজাৰত তুলসীৰ পুলি,ধানৰ মুঠি,মাটিৰ চাকি,তামোল- পান,কুহিঁয়াৰ সহ আন আন সামগ্ৰী বিক্ৰী কৰা পৰিলক্ষিত হয়৷পুৱাৰে পৰা সামগ্ৰী সমূহ কিনাৰ বাবে ক্ৰেতাই ভীৰ কৰিছে বজাৰ ৷

RelatedPosts

Tax evasion: তিনি বছৰে পাঁচ কোটিৰ কৰ ফাকি, ফাঁচীবজাৰৰ ব্যৱসায়ী ধৃত

Gaurav Gogoi Pressmeet:ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন এপিচিচিৰ সভাপতি গৌৰৱ গগৈ

Cm Pressmeet:অসমত ২৮৯৫টা ফেচবুক একাউন্ট ইছলামাবাদ, ঢাকা আদিৰ পৰা সক্ৰিয় হৈ আছে:মুখ্যমন্ত্ৰী

উল্লেখ্য মাটি চাকি ক্ৰয় কৰিবলৈ ক্ৰেতাৰ ভীৰ দেখি মৃৎশিল্পী সকল উৎসাহিত হৈ পৰিছে ৷ একেদৰে পাঁচদিনৰ পিছত দীপাৱলীৰ প্ৰতি লক্ষ্য ৰাখি মৃৎশিল্পী সকলে বিভিন্ন ডিজাইনৰ মাটিৰ চাকি বজাৰত মুকলি কৰিছে ৷ অৱশ্যে সৰু আৰু ডাঙৰ চাকিৰ দাম পূৰ্বতকৈ কিছূ বৃদ্ধি হৈছে যদিও থলুৱা মৃৎশিল্পৰ স্বাৰ্থত গ্ৰাহক সকলে ক্ৰয় কৰিছে ৷ আনহাতে পূৰ্বতকৈ তুলসীৰ পুলি চাহিদা বৃদ্ধি পোৱাত থলুৱা বিক্ৰেতা সকল হৈ পৰিছে উৎসাহিত ৷

আনহাতে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কাতি বিহুৰ শুভেচ্ছা জনাইছে ৰাজ্যবাসীক ৷ মুখ্যমন্ত্ৰী য়ে তেওঁৰ শুভেচ্ছা বাৰ্তাত কয় , অসমৰ সমাজ জীৱনৰ এক অবিচ্ছেদ্য অংগ কাতি বিহুৰ এই পৱিত্ৰ ক্ষণত অসমবাসীৰ মংগল কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে তুলসী তলৰ বন্তিগছিৰ আলোকেৰে আলোকিত হওক সকলোৰে জীৱন।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CELEBRATION IN ASSAMCMOGuwahatikati bihu
publisher

publisher

Related Posts

Gaurav Gogoi:ডিমা হাছাওৰ জীয়ৰী ৰশ্মিতা হোজাইৰ ৰহস্যজনক মৃত্যুৰ তদন্ত বিচাৰি গৌৰৱ গগৈৰ পত্ৰ উত্তৰাখণ্ড মুখ্যমন্ত্ৰীলৈ
News

June 14, 2025
Cm Himanta Viswa Sarma:ধুবুৰীত মুখ্যমন্ত্ৰীৰ শ্বুট এট ছাইটৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

June 13, 2025
ATLU Protest in Tinsukia:দাইচাজান চাহ বাগিছাৰ চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ

Nagaon:নগাঁৱৰ মোলাপট্টি,শেনচোৱা আৰু চিভিলৰ ৰে’লগেটত তীব্ৰ যানজঁট

Jayanta Malla- Hagrama’s secret meeting In chirang:চিৰাঙৰ বাথৌখেৰাই ৰিজোৰ্টত অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ গোপন বৈঠক !

June 12, 2025
Child Sold by Father: মাতৃৰ কোলাৰ পৰা আঠ মহীয়া শিশু সন্তানক কাঢ়ি নি অন্য লোকৰ ওচৰত বিক্ৰী কৰিলে পাষাণ পিতৃয়ে

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d