Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

    নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

    নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

    এন এফ ৰে’লৱে মজদুৰ ইউনিয়নত বিসম্বাদ তুংগত

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    ঘাইপথ প্ৰাধীকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    ঘাইপথ প্ৰাধিকৰণৰ হেমাহিৰ বিৰুদ্ধে এজাহাৰ দাখিল ডিমৰীয়া দল- সংগঠনৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Iran counter attacks Israel with 100 drones:খামেইনিৰ সকীয়নিৰ পাছত ৰণশিঙা, এশ ড্ৰ’নৰে ইজৰাইলক প্রত্যাক্ৰমণ

ইৰানত জুম্মাৰ নামাজৰ পাছতে যুদ্ধৰ নিচান উৰুৱালে

publisher by publisher
June 14, 2025
in International, News
Reading Time: 4 mins read
0
Iran counter attacks Israel with 100 drones:খামেইনিৰ সকীয়নিৰ পাছত ৰণশিঙা, এশ ড্ৰ’নৰে ইজৰাইলক প্রত্যাক্ৰমণ
1
SHARES
5
VIEWS
ShareShareShareShare

RelatedPosts

ইৰাণৰ ৰাষ্ট্ৰপতিৰ স’তে ফোনযোগে বাৰ্তালাপ মোডীৰ!

ইৰান-ইজৰাইল যুদ্ধত হস্তক্ষেপ কৰিলে ভয়াৱহ হ’ব পৰিণাম: মস্কো

Iran counter attacks Israel with 100 drones:

ইজৰাইলৰ আকস্মিক আক্ৰমণৰ প্ৰত্যুত্তৰ দিলে ইৰানে। ইহুদী ৰাষ্ট্ৰখনে দুশ যুদ্ধ বিমানৰে কৰা বোমাবর্ষণে বিশ্বজুৰি আলোড়ন তোলাৰ সময়তে ইৰানে ড্ৰ’নৰে প্ৰত্যাক্ৰমণ কৰে ইজৰাইলক। শুকুৰবৰীয়া জুম্মাৰ নামাজৰ পাছতে ইৰানৰ সামৰিক বাহিনীয়ে ইজৰাইললৈ ড্র’ন নিক্ষেপ কৰে। ইয়াৰ পূৰ্বে দেশখনৰ ধৰ্মীয় আৰু সাংস্কৃতিক ৰাজধানীৰূপে পৰিচিত কোম চহৰস্থিত মছজিদত যুদ্ধৰ নিচানৰূপে ৰঙা পতাকা উৰুওৱা হয়। দেশখনৰ চিয়া ধৰ্মাৱলম্বীসকলৰ প্ৰধান মছজিদৰূপে পৰিচিত এই মছজিদত যুদ্ধৰ নিচান উৰুওৱাৰ পাছতে ইৰানৰ সামৰিক বাহিনীয়ে ইজৰাইলক ড্র’নৰে আক্ৰমণ কৰে। ইৰানে প্রত্যাক্ৰমণ কৰাৰ কথা নিশ্চিত কৰিছে ইজৰাইলৰ সামৰিক মুখপাত্র ব্রিগেডিয়াৰ জেনেৰেল এফি ডেফ্রিনে।

ADVERTISEMENT

এই সম্পর্কত সামৰিক মুখপাত্ৰজনে কয়, ‘ইজৰাইলৰ ভূখণ্ডৰ দিশে ইৰানে কমেও এশ ড্র’ন নিক্ষেপ কৰে। আমি এইসমূহ ধৰা পেলাবলৈ চেষ্ট কৰো। সমগ্র ইৰানৰ এশ স্থানত আমি দুশ যুদ্ধবিমানৰে আঘাত হানো।’ আনহাতে, ইৰানৰ সামৰিক বাহিনীয়ে কয় যে ইজৰাইলক প্ৰত্যুত্তৰত কোনো সীমা নাই। ইজৰাইলৰ বোমা আক্ৰমণত ইৰানৰ শিশু আৰু মহিলাকে ধৰি বহুসংখ্যক সাধাৰণ লোকৰো প্ৰাণহানি ঘটে বুলি দেশখনৰ চৰকাৰে প্ৰকাশ কৰিছে।

তদুপৰি এই আক্রমণত কমেও ৯৫ জন লোক আহত হয়। ইয়াৰ পোটক তোলা হ’বই বুলি দেশখনৰ ধৰ্মীয় মুৰব্বী আয়াতোল্লা খামেইনিয়ে হুংকাৰ দিয়াৰ পাছতে ইহুদী ৰাষ্ট্ৰখনলৈ ইৰানৰ সামৰিক বাহিনীয়ে ড্র’ন নিক্ষেপ আৰম্ভ কৰে। এই কথা প্রকাশ কৰি দেশখনৰ সামৰিক বাহিনীয়ে কয়, ‘অল-কুদছ (জেরুজালেম) দখল কৰা সন্ত্রাসবাদী শাসক (ইজৰাইল)-এ এতিয়া সকলো সীমা অতিক্রম কৰিলে। এই অপৰাধৰ প্ৰত্যুত্তৰত কোনো সীমা নাথাকে।’

# আমি নীৰৱ হৈ নাথাকো: ৰাষ্ট্ৰপতি পেজেশকিয়ান

ইজৰাইলক শক্তিশালী প্ৰত্যুত্তৰ দিয়া হ’ব বুলি হুংকাৰ দিছে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশকিয়ানে। কৃতকৰ্মৰ বাবে ইজৰাইলে অনুশোচনা কৰিব লাগিব বুলি ৰাষ্ট্ৰপতিজনে মন্তব্য কৰিছে। তেওঁ কয়, ‘এই ইছলামিক গণৰাজ্যই শক্তিশালী প্রত্যুত্তৰ দিব। মূর্খামিৰে ভৰা কামৰ বাবে শত্ৰুৱে অনুশোচনা কৰিব লাগিব।’ ইজৰাইলক প্রত্যাক্ৰমণ কৰাটো বৈধ আৰু ইৰানৰ ন্যায়সংগত অধিকাৰ বুলি দেশখনৰ বৈদেশিক মন্ত্রণালয়ে প্রকাশ কৰিছে।

এই সম্পর্কত বৈদেশিক মন্ত্রণালয়ে আৰু কয়, ‘ৰাষ্ট্ৰসংঘৰ চনদৰ ৫১ অনুচ্ছেদ অনুসৰি আগ্ৰাসনৰ প্ৰত্যুত্তৰ দিয়াটো ইৰানৰ বৈধ আৰু ন্যায়সংগত অধিকাৰ। এই ৰাষ্ট্ৰক প্ৰতিৰক্ষা দিবলৈ ইৰানৰ সশস্ত্র বাহিনীসমূহে পূর্ণ শক্তি প্রয়োগ কৰিবলৈ সংকোচ নকৰে।’ ইজৰাইলে কৰা এই আক্ৰমণৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰও দায় বুলি ইৰানৰ বৈদেশিক মন্ত্রণালয়ে অভিযোগ উত্থাপন কৰিছে। বৈদেশিক মন্ত্রণালয়ৰ মতে মার্কিন প্রশাসনৰ বাবে ইহুদী ৰাষ্ট্ৰখন এনে দুঃসাহসী কার্যত লিপ্ত হৈছে।

একেদৰে দেশখনৰ সামৰিক বাহিনীয়ে হুংকাৰ দিছে যে ইজৰাইলৰ আক্ৰমণৰ সমুচিত প্ৰত্যুত্তৰ দিয়াই হ’ব। সামৰিক বাহিনীৰ মুখপাত্র আবুল ফজল শেকার্চিয়ে কয়, ‘ইহুদী আক্ৰমণৰ নিশ্চিতভাৱে ইৰানৰ সামৰিক বাহিনীয়ে প্রত্যুত্তৰ দিব। ইজৰাইলে চৰম মূল্য ভৰিব লাগিব।’ অৱশ্যে ইৰানৰ সামৰিক বাহিনীয়ে দিয়া প্রত্যুত্তৰত ইজৰাইলৰ হোৱা ক্ষয়-ক্ষতি সম্পৰ্কীয় তথ্য পোহৰলৈ অহা নাই। ইজৰাইলী বাহিনীৰ আক্ৰমণত ইৰানৰ ৰিভল্যুচনাৰী গাৰ্ডৰ মুৰব্বী হোছেইন ছালামি নিহত হোৱাৰ ঘটনাৰো প্রতিশোধ লোৱা হ’ব বুলিও বাহিনীটোৱে হুংকাৰ দিছে। বাহিনীটোৱে এক বিবৃতিত কয়, ‘আমি উত্তৰ নিদিয়াকৈ নাথাকো আৰু ইজৰাইলে ৰূঢ় আৰু অনুশোচনা কৰিবলগীয়া প্ৰতিশোধৰ অপেক্ষা কৰি থাকক।

# ইণ্টাৰনেটত প্রতিবন্ধকতা আৰোপ

ইজৰাইলৰ বিধ্বংসী বোমাবর্ষণৰ পাছত ইৰানে দেশখনত ইণ্টাৰনেটত প্রতিবন্ধকতা আৰোপ কৰিছে। এই কথা সদৰী কৰি দেশখনৰ যোগাযোগ মন্ত্রণালয়ে এক বিবৃতিত কয়, ‘ইণ্টাৰনেটত সাময়িক প্রতিবন্ধকতা আৰোপ কৰা হৈছে। স্বাভাৱিক অৱস্থা ঘূৰি অহাৰ পাছত প্রতিবন্ধকতা প্রত্যাহাৰ কৰা হ’ব।’

# তেলৰ মূল্য বৃদ্ধিৰ আশংকা

ইৰান-ইজৰাইলৰ মাজত যুদ্ধৰ অৱতাৰণা হোৱাত বিশ্বত তেলৰ দাম বৃদ্ধিৰ আশংকা প্ৰবল হৈছে। ইজৰাইলে পাৰস্য উপসাগৰীয় দেশখনত বোমাবর্ষণ কৰাৰ পাছতে আজি খাৰুৱা তেলৰ মূল্য ১২ শতাংশৰো অধিক বৃদ্ধি পায়। গতিকে ইৰান-ইজৰাইলৰ যুদ্ধই সমগ্ৰ বিশ্বজুৰি শংকাৰ সৃষ্টি কৰিছে। উল্লেখ্য যে দুবছৰ পূৰ্বে ২০২৩ত ইৰান আৰু ছৌদি আৰব সংঘাতত লিপ্ত হোৱাৰ সময়ত চীনে বিষয়টোত হস্তক্ষেপ কৰি দুয়োপক্ষক বুজাবুজি স্তৰত উপনীত কৰায়।

# বিশ্বজুৰি দূতাবাস বন্ধ ঘোষণা ইজৰাইলৰ

ইৰানৰ পাৰমাণৱিক কেন্দ্ৰ আৰু সামৰিক ঘাটিত নিখুঁত আক্রমণ সংঘটিত কৰাৰ পাছত ইজৰাইলে দেশখনৰ বিশ্বৰ বিভিন্ন দেশত থকা দূতাবাসসমূহৰ বন্ধ ঘোষণা কৰিছে। এনেদৰে পূৰ্ণাংগ যুদ্ধৰ বাবে দেশখনে প্রস্তুতি চলোৱা বুলি চর্চিত হৈছে। যুদ্ধ । যুদ্ধ পৰিস্থিতিত দেশখনৰ কূটনৈতিক বিষয়াবৰ্গ আক্ৰমণৰ সম্মুখীন হোৱাৰ আশংকা কৰি তেওঁলোকৰ নিৰাপত্তাৰ স্বার্থত বেঞ্জামিন নেতানিয়াহু চৰকাৰে ইজৰাইলী দূতাবাসসমূহ বন্ধৰ সিদ্ধান্ত গ্রহণ কৰা বুলি সূত্রই ইংগিত দিছে।

এই সম্পৰ্কত ইজৰাইলৰ বিদেশ মন্ত্রণালয়ে এক বিবৃতিত কয়, ‘সাম্প্রতিক পৰিস্থিতিলৈ লক্ষ্য ৰাখি ইজৰাইলৰ দূতাবাসসমূহ সাময়িকভাৱে বন্ধ কৰা হৈছে।’ অৱশ্যে দেশখনৰ বিশ্বৰ বিভিন্ন দেশত থকা দূতাবাসসমূহ কিমানদিনলৈ বন্ধ থাকিব তাৰ তথ্য ইজৰাইলী চৰকাৰে প্ৰকাশ কৰা নাই। আনহাতে, একাংশ সামৰিক আৰু কূটনৈতিক বিশ্লেষকৰ মতে ইৰানৰ প্রতিশোধমূলক আক্ৰমণৰ আশংকাত ইজৰাইলে নিজৰ দূতাবাসসমূহ বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। কেৱল সেয়াই নহয়, বিশ্বৰ বিভিন্ন দেশত থকা ইজৰাইলী নাগৰিকসকলক সাৱধানতা অৱলম্বন কৰি চলিবলৈ নেতানিয়াহু চৰকাৰে পৰামৰ্শ আগবঢ়াইছে |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Iran counter attacksiran's Supreme Leader KhameneiIsrael- Iran War
publisher

publisher

Related Posts

শিক্ষকৰ স্বীকৃতি নাপায় টিউটৰে: অৱশেষত শিক্ষা বিভাগে স্পষ্ট কৰিলে
Assam

September 5, 2026
দিখৌৰ পাৰৰ ভয়ার্ত মানুহবোৰে এতিয়া ৰাতি সাৰে থাকে আকৌ বানৰ শংকাত

নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব
International

নেপালত সকলো সুৰংগত অভিযান শেষ কৰিবলৈ তিনি-চাৰি মাহ লাগিব

September 5, 2026
Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান
Assam

Theft incident in Hengerabari:মহানগৰীৰ হেঙেৰাবাৰীত চোৰৰ চাফাই অভিযান

September 5, 2026
নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত
India

নেপালতকৈও ভয়াৱহ পৰিস্থিতিৰ সৃষ্টিৰ আশংকা উত্তৰ-পূবৰ দুই পাহাৰীয়া ৰাজ্যত

September 5, 2026
নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন
International

নেপালত উদ্ধাৰ তিনি ভাৰতীয়, এতিয়াও সন্ধানহীন ২৭৫ জন

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d