Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Death Hotel : শোক নহয়, ইয়াত মৃত্যুক উদ্‌যাপন কৰা হয়, দেশত এই হোটেলত মৃত্যু হ’লে ‘মোক্ষলাভ’ হয় !

publisher by publisher
October 19, 2022
in India, News
Reading Time: 1 min read
0
Death Hotel : শোক নহয়, ইয়াত মৃত্যুক উদ্‌যাপন কৰা হয়, দেশত এই হোটেলত মৃত্যু হ’লে ‘মোক্ষলাভ’ হয় !
1
SHARES
11
VIEWS
ShareShareShareShare

Death Hotel : ‘মৃত্যুৰ হোটেল’ । নামটো শুনিলেই গা কঁপি উঠে । প্রশ্ন উদয় হয় যে, এই হোটেলত কেৱল মৃত্যু হয় নেকি ? কোনো অপমৃত্যু নহয়, দেশৰ নানা প্রান্তৰ পৰা ইয়াত ‘নিশ্চিন্তে’ শেষ নিশ্বাস কৰিবলৈ আহে অনেকে ।

ADVERTISEMENT

অনেকৰে অন্তিম বয়সত ইচ্ছা থাকে, যদি মৃত্যু নিশ্চিত, তেনেহ’লে ‘মৃত্যু হোটেল’-তেই যেন তেওঁৰ প্রাণ যায় । সেই ইচ্ছা পূৰণ কৰিবলৈ ব্যস্ত হৈ পৰে পৰিয়ালৰ সদস্যসকলো । এই পর্যন্ত শুনি কোনো কাল্পনিক গল্প যেন লাগিব পাৰে । কিন্তু আচৰ্যকৰ বিষয় যে, এই দেশতেই আছে এনে এখন হোটেল ।

RelatedPosts

যোগী ৰাজ্যৰ ফটকা কাৰখানাত বিস্ফোৰণ, তিনি জন শ্ৰমিকৰ মৃত্যু

বৰষুণ-বজ্রপাতত তিনিখন ৰাজ্যত মৃত কমেও ১০৬!

যুৱতীক দলবদ্ধ ধৰ্ষণ ঘটনাত চাঞ্চল্য উত্তৰপ্রদেশ !

মৃত্যুৰ স’তে যুঁজি থকা লোকসকলক এই হোটেললৈ লৈ অহা হয় । প্রচলিত বিশ্বাস মতে, এই হোটেলত মৃত্যু হ’লে মুক্তি লাভ হয় । সেই বিশ্বাসতেই শতাধিক কিলোমিটাৰ অতিক্ৰম কৰি মৃত্যুৰ স’তে যুঁজি থকা লোকসকলৰ ইচ্ছাপূৰণ কৰাৰ চেষ্টা কৰে পৰিয়ালৰ সদস্যসকলে ।

হোটেলখনৰ নাম কাশীলাভ মুক্তি ভৱন । উত্তৰ প্রদেশৰ বাৰাণসীত অৱস্থিত এই হোটেল । ইয়াত মৃত্যু হ’লে মোক্ষলাভ হয়, এই বিশ্বাসৰ বাবেই হোটেলখন ‘মুক্তি ভৱন’ নামে পৰিচিত । ১৯০৮ত এই ভৱনটো নিৰ্মাণ কৰা হৈছিল । ১৯৫৮ত ভৱনটো মৃত্যুশয্যাত থকা লোকসকলৰ সেৱা-শুশ্রূষাৰ বাবে হাস্পতালত পৰিণত কৰে উদ্যোগপতি জইদ দয়াল ডালমিয়াই । এটা দুমহলীয়া ভৱন । এই ভৱনতেই আছে ১০টা বৃহৎ কোঠা ।

মৃত্যুৰ লগত এক বিষণ্ণতা জড়িত হৈ থাকে । যিকোনো মৃত্যুৱে বেদনাদায়ক । কিন্তু মোক্ষ ভৱনত মৃত্যুক ‘উদ্‌যাপন’ কৰা হয় । হোটেলৰ ১০টা কোঠাৰ কোনোটোৱেই প্রায় খালি নাথাকে । হোটেলৰ ভাড়াও বেছি নহয় । প্রতি দিনে ২০ টকা । এই ২০ টকাত বিদ্যুৎবিলো সংলগ্ন হৈ আছে । বাকী ব্যয় বহন কৰে ডালমিয়া ট্রাষ্টে ।

WhatsApp Image 2022 10 19 at 19.53.58

একমাত্র মৃত্যুশয্যাত থকা বয়স্ক লোকৰ বাবে এই হোটেল । সকলো ধর্মৰ লোকৰ বাবে মুকলি এই হোটেলৰ দুৱাৰ । অৱশ্যে হোটেলখনত কোনো বুকিঙৰ ব্যৱস্থা নাই । মুক্তি ভৱন কর্তৃপক্ষৰ দাবী, কোনো ধৰণৰ অনুদানো লোৱা নহয় । এই হোটেলত থকা লোকৰ শেষকৃত্যৰ ভাৰো বহন কৰে হোটেল কর্তৃপক্ষ‌ই ।

মুক্তি ভৱনৰ মেনেজাৰ অনুৰাগ শুক্ল‌ই সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয়, “ইয়াত মৃত্যুক বিষণ্ণতাৰ চকুৰে চোৱা নহয় । ইয়াত মৃত্যুক উদ্‌যাপন কৰা হয় । ইয়াত কাৰো মৃত্যু দেখি শোকাকুল পৰিৱেশৰ সৃষ্টি নহয় । কাৰণ আমি ভাবো যে, এই মৃত্যু তেওঁৰ মোক্ষলাভ ।”

WhatsApp Image 2022 10 19 at 19.53.57

শুক্ল‌ই জনায়, কোনোৰ মৃত্যুশ্বাস দেখিও চিকিৎসক, হাস্পতালৰ ব্যৱস্থা কৰা নহয় । কেৱল তেওঁৰ মৃত্যুৰ বাবে অপেক্ষা কৰা হয় । অনুৰাগ শুক্ল‌ই আৰু জনায়, মৃত্যুশয্যাত থকা প্রতিজন ব্যক্তিৰ বাবে দুসপ্তাহ আবণ্টন থাকে । এই সময়ৰ ভিতৰত মৃত্যু নহ’লে হোটেল খালি কৰিবলৈ অনুৰোধ কৰা হয় ব্যক্তিজনৰ পৰিয়ালৰ সদস্যসকলক ।

WhatsApp Image 2022 10 19 at 19.53.59

মৃত্যুশয্যাত থকা ব্যক্তিৰ স’তে তেওঁৰ পৰিয়ালৰ দুই সদস্যক মুক্তি ভৱনত থকাৰ অনুমতি দিয়া হয় । তেওঁলোকৰ খোৱা-বোৱা, বিছনা— সকলো ব্যৱস্থা কৰি দিয়ে মুক্তি ভৱন কর্তৃপক্ষ‌ই । প্রতি বছৰে এই হোটেলত তিনিশ লোক আহে । হোটেলৰ চাৰি কর্মী আৰু এজন পুৰোহিতে তেওঁলোকৰ পৰিচৰ্যা কৰে ।

কেৱল দেশে নহয়, বিদেশৰ পৰাও বহু লোক এই হোটেলত মৃত্যুৰ বাবে আহে বুলি দাবী মুক্তি ভৱনৰ মেনেজাৰৰ । তেওঁৰ দাবী, মৃত্যুশয্যাত থকা ১৫ হেজাৰৰো অধিক লোক এই হোটেলত লৈ অহা হৈছে । যাৰ ভিতৰত ৯০ শতাংশৰ মৃত্যু হৈছে । ‘মোক্ষলাভ’ হৈছে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Death HotelKASHINATH MUKTI BHAWANUttar PradeshVaranasi
publisher

publisher

Related Posts

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 
India

May 10, 2025
ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 
India

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

May 10, 2025
ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d