Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Death Hotel : শোক নহয়, ইয়াত মৃত্যুক উদ্‌যাপন কৰা হয়, দেশত এই হোটেলত মৃত্যু হ’লে ‘মোক্ষলাভ’ হয় !

publisher by publisher
October 19, 2022
in India, News
Reading Time: 1 min read
0
Death Hotel : শোক নহয়, ইয়াত মৃত্যুক উদ্‌যাপন কৰা হয়, দেশত এই হোটেলত মৃত্যু হ’লে ‘মোক্ষলাভ’ হয় !
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

উত্তৰপ্ৰদেশত ভয়াবহ দুৰ্ঘটনা, যমুনাত ডুবিল নৌকা; সন্ধানহীন ছয়জন

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

Death Hotel : ‘মৃত্যুৰ হোটেল’ । নামটো শুনিলেই গা কঁপি উঠে । প্রশ্ন উদয় হয় যে, এই হোটেলত কেৱল মৃত্যু হয় নেকি ? কোনো অপমৃত্যু নহয়, দেশৰ নানা প্রান্তৰ পৰা ইয়াত ‘নিশ্চিন্তে’ শেষ নিশ্বাস কৰিবলৈ আহে অনেকে ।

ADVERTISEMENT

অনেকৰে অন্তিম বয়সত ইচ্ছা থাকে, যদি মৃত্যু নিশ্চিত, তেনেহ’লে ‘মৃত্যু হোটেল’-তেই যেন তেওঁৰ প্রাণ যায় । সেই ইচ্ছা পূৰণ কৰিবলৈ ব্যস্ত হৈ পৰে পৰিয়ালৰ সদস্যসকলো । এই পর্যন্ত শুনি কোনো কাল্পনিক গল্প যেন লাগিব পাৰে । কিন্তু আচৰ্যকৰ বিষয় যে, এই দেশতেই আছে এনে এখন হোটেল ।

মৃত্যুৰ স’তে যুঁজি থকা লোকসকলক এই হোটেললৈ লৈ অহা হয় । প্রচলিত বিশ্বাস মতে, এই হোটেলত মৃত্যু হ’লে মুক্তি লাভ হয় । সেই বিশ্বাসতেই শতাধিক কিলোমিটাৰ অতিক্ৰম কৰি মৃত্যুৰ স’তে যুঁজি থকা লোকসকলৰ ইচ্ছাপূৰণ কৰাৰ চেষ্টা কৰে পৰিয়ালৰ সদস্যসকলে ।

হোটেলখনৰ নাম কাশীলাভ মুক্তি ভৱন । উত্তৰ প্রদেশৰ বাৰাণসীত অৱস্থিত এই হোটেল । ইয়াত মৃত্যু হ’লে মোক্ষলাভ হয়, এই বিশ্বাসৰ বাবেই হোটেলখন ‘মুক্তি ভৱন’ নামে পৰিচিত । ১৯০৮ত এই ভৱনটো নিৰ্মাণ কৰা হৈছিল । ১৯৫৮ত ভৱনটো মৃত্যুশয্যাত থকা লোকসকলৰ সেৱা-শুশ্রূষাৰ বাবে হাস্পতালত পৰিণত কৰে উদ্যোগপতি জইদ দয়াল ডালমিয়াই । এটা দুমহলীয়া ভৱন । এই ভৱনতেই আছে ১০টা বৃহৎ কোঠা ।

মৃত্যুৰ লগত এক বিষণ্ণতা জড়িত হৈ থাকে । যিকোনো মৃত্যুৱে বেদনাদায়ক । কিন্তু মোক্ষ ভৱনত মৃত্যুক ‘উদ্‌যাপন’ কৰা হয় । হোটেলৰ ১০টা কোঠাৰ কোনোটোৱেই প্রায় খালি নাথাকে । হোটেলৰ ভাড়াও বেছি নহয় । প্রতি দিনে ২০ টকা । এই ২০ টকাত বিদ্যুৎবিলো সংলগ্ন হৈ আছে । বাকী ব্যয় বহন কৰে ডালমিয়া ট্রাষ্টে ।

একমাত্র মৃত্যুশয্যাত থকা বয়স্ক লোকৰ বাবে এই হোটেল । সকলো ধর্মৰ লোকৰ বাবে মুকলি এই হোটেলৰ দুৱাৰ । অৱশ্যে হোটেলখনত কোনো বুকিঙৰ ব্যৱস্থা নাই । মুক্তি ভৱন কর্তৃপক্ষৰ দাবী, কোনো ধৰণৰ অনুদানো লোৱা নহয় । এই হোটেলত থকা লোকৰ শেষকৃত্যৰ ভাৰো বহন কৰে হোটেল কর্তৃপক্ষ‌ই ।

মুক্তি ভৱনৰ মেনেজাৰ অনুৰাগ শুক্ল‌ই সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত কয়, “ইয়াত মৃত্যুক বিষণ্ণতাৰ চকুৰে চোৱা নহয় । ইয়াত মৃত্যুক উদ্‌যাপন কৰা হয় । ইয়াত কাৰো মৃত্যু দেখি শোকাকুল পৰিৱেশৰ সৃষ্টি নহয় । কাৰণ আমি ভাবো যে, এই মৃত্যু তেওঁৰ মোক্ষলাভ ।”

শুক্ল‌ই জনায়, কোনোৰ মৃত্যুশ্বাস দেখিও চিকিৎসক, হাস্পতালৰ ব্যৱস্থা কৰা নহয় । কেৱল তেওঁৰ মৃত্যুৰ বাবে অপেক্ষা কৰা হয় । অনুৰাগ শুক্ল‌ই আৰু জনায়, মৃত্যুশয্যাত থকা প্রতিজন ব্যক্তিৰ বাবে দুসপ্তাহ আবণ্টন থাকে । এই সময়ৰ ভিতৰত মৃত্যু নহ’লে হোটেল খালি কৰিবলৈ অনুৰোধ কৰা হয় ব্যক্তিজনৰ পৰিয়ালৰ সদস্যসকলক ।

মৃত্যুশয্যাত থকা ব্যক্তিৰ স’তে তেওঁৰ পৰিয়ালৰ দুই সদস্যক মুক্তি ভৱনত থকাৰ অনুমতি দিয়া হয় । তেওঁলোকৰ খোৱা-বোৱা, বিছনা— সকলো ব্যৱস্থা কৰি দিয়ে মুক্তি ভৱন কর্তৃপক্ষ‌ই । প্রতি বছৰে এই হোটেলত তিনিশ লোক আহে । হোটেলৰ চাৰি কর্মী আৰু এজন পুৰোহিতে তেওঁলোকৰ পৰিচৰ্যা কৰে ।

কেৱল দেশে নহয়, বিদেশৰ পৰাও বহু লোক এই হোটেলত মৃত্যুৰ বাবে আহে বুলি দাবী মুক্তি ভৱনৰ মেনেজাৰৰ । তেওঁৰ দাবী, মৃত্যুশয্যাত থকা ১৫ হেজাৰৰো অধিক লোক এই হোটেলত লৈ অহা হৈছে । যাৰ ভিতৰত ৯০ শতাংশৰ মৃত্যু হৈছে । ‘মোক্ষলাভ’ হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Death HotelKASHINATH MUKTI BHAWANUttar PradeshVaranasi
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d