বিগত ২৪ ঘণ্টাত ১৯৪৬টা নতুন কৰ’না সংক্রমণৰ সন্ধান পোৱা গৈছে ভাৰতত ।
ADVERTISEMENT
প্ৰায় পাঁচটা নতুন প্রজাতি চিহ্নিত হৈছে, যাৰ ভিতৰত আছে চীনৰ মংগোলিয়াত সদ্য সন্ধান পোৱা ‘অ’মিক্রন স্পন’ প্রজাতিও ।
নতুন সংক্রমণৰ নিৰিখত ৰাজ্যসমূহৰ ভিতৰত শীর্ষত মহাৰাষ্ট্র ।
আসন্ন শীতকালত শংকা দ্রুত হাৰত সংক্রমণ বৃদ্ধিৰ ।