Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Salal dam gates opened:জল বিস্ফোৰণেৰে পাকিস্তানক নিঃশেষ কৰাৰ চেষ্টা ভাৰতৰ !

    National Defence Fund:ভাৰতীয় প্ৰতিৰক্ষা পুঁজিলৈ সাহায্য লণ্ডনস্থ প্ৰবাসী অসমীয়া ইলিয়াছ হুছেইন আনছাৰিৰ

    Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

PRIME MINISTER TO VISIT THE CLEANEST LAST INDIAN VILLAGE: দেশৰ শেষৰখন গাঁৱত কাইলৈ উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী

উন্নয়নৰ বাবে বিশেষ পেকেজ ঘোষণা কৰাৰ সম্ভাৱনা

samimsultana by samimsultana
October 21, 2022
in India, Travel
Reading Time: 1 min read
0
PRIME MINISTER
2
SHARES
15
VIEWS
ShareShareShareShare

PRIME MINISTER TO VISIT REMOTEST BORDER VILLAGE:

দেশৰ শেষৰ খন বুলি ক’লেই সকলোৱে নিশ্চয় আচৰিত হ’ব ৷ কিন্ত সেইয়াই সঁচা৷ জনশ্ৰুতি মতে দেশৰ শেষৰখন গাৱঁৰ মাজৰে স্বৰ্গলৈ যাত্ৰা কৰিছিল পঞ্চ পাণ্ডৱে৷ বৈশিষ্ট্যপূৰ্ণ গাওঁখনক ইতিমধ্যে স্বীকৃতি দিছে ভাৰত চৰকাৰে ৷

ADVERTISEMENT
Prime Minister to Visit Last Village in India
Mana Village is best clean an iconic tourist destination near Indo-China border

সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা গাঁওখন আছে হিমালয়ান ৰাজ্য উত্তৰাখণ্ডৰ চামেলী জিলাত ৷ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৩২১৯ মিটাৰ উচ্চতাত ভাৰত-তিৰ্বতৰ সীমাত অৱস্থিত গাঁও ‘মানা’৷ উত্তৰাখণ্ডৰ পৰ্যটন বিভাগে মান্যতা দিছে ‘পৰ্যটন গাঁও’ হিচাপে ৷

RelatedPosts

‘অপাৰেচন সিন্দূৰ’ পাছত মন্ত্ৰীসভাৰ বৈঠকত মোদী! 

অপাৰেচন সিন্দূৰ পাছত ইউৰোপ ভ্ৰমণ স্থগিত মোদীৰ

উত্তৰাখণ্ডৰ তীৰ্থস্থলী হিচাপে পৰিচিত বদ্ৰীনাথৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ দূৰৰ পুৰাণ প্ৰসিদ্ধ সৰস্বতী নদীৰ পাৰতে আছে মানা গাঁও৷ দেশ-বিদেশৰ পৰ্যটকক সদায় যেন ৰিঙিয়াই মাতে মানা’ই ৷ উল্লেখ্য যে হিমালয়ৰ বুকুত সগৌৰৱেৰে জিলিকি থকা মানা গাঁৱতে আছে ব্যাস নামৰ বিশেষ গুহাটো ৷পৌৰাণিক তথ্য অনুসৰি এই গুহাতে ঋষি ব্যাসদেৱ বসবাস কৰিছিল৷ ইয়াতে তেওঁ বিশ্ববিখ্যাত’ মহাভাৰত’ খন ৰছনা কৰিছিল ৷ আনহাতে এই গাৱঁৰ কাষতে থকা সৰস্বতী নদীখন পাৰ হ’বলৈ ভীমে নিৰ্মাণ কৰিছিল শিলৰ সেঁতু ৷ সিখন আজিও সজীৱ হৈ আছে ৷

Prime Minister
Mana Village is located at 3219 above sea level

এই পুৰাণ প্ৰসিদ্ধ বিশেষ গাঁও ‘মানা’ৰ বুকুত শুক্ৰবাৰে উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে গাঁওখনত পদাৰ্পণ কৰাৰ পূৰ্বে দৰ্শন কৰিব বদ্ৰীনাথ আৰু কেদাৰনাথ মন্দিৰ ৷ ইতিমধ্যে দেশৰ শেষৰ গাঁও সজাই পৰাই তুলিছে চামেলী জিলা প্ৰশাসনে ৷একেদৰে প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতিলক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷

স্থানীয় লোক সকলৰ মতে,শুক্ৰবাৰে মানাত পদাৰ্পণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে উন্নয়নৰ বাবে বিশেষ পেকেজ ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: KedarnathLast VillageManaNarendra ModiNational News
samimsultana

samimsultana

Related Posts

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

May 10, 2025
Salal dam gates opened:জল বিস্ফোৰণেৰে পাকিস্তানক নিঃশেষ কৰাৰ চেষ্টা ভাৰতৰ !
India

Salal dam gates opened:জল বিস্ফোৰণেৰে পাকিস্তানক নিঃশেষ কৰাৰ চেষ্টা ভাৰতৰ !

May 10, 2025
BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ

যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d