Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী

    মহানগৰীৰ বোন্দাজানত নিশা অঘটন

    মহানগৰীৰ বোন্দাজানত নিশা অঘটন

    ত্ৰিশূলী জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা ন দিন পাছত জীৱিত উদ্ধাৰ দুই শ্ৰমিক

    নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে

    Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ

    Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

PRIME MINISTER TO VISIT THE CLEANEST LAST INDIAN VILLAGE: দেশৰ শেষৰখন গাঁৱত কাইলৈ উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী

উন্নয়নৰ বাবে বিশেষ পেকেজ ঘোষণা কৰাৰ সম্ভাৱনা

samimsultana by samimsultana
October 21, 2022
in India, Travel
Reading Time: 1 min read
0
PRIME MINISTER
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Free Coaching Scheme:বিনামূলীয়া ক’চিং আঁচনি ৰূপায়ণত মোদী চৰকাৰৰ ব্যর্থতা ফাদিল

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

PRIME MINISTER TO VISIT REMOTEST BORDER VILLAGE:

দেশৰ শেষৰ খন বুলি ক’লেই সকলোৱে নিশ্চয় আচৰিত হ’ব ৷ কিন্ত সেইয়াই সঁচা৷ জনশ্ৰুতি মতে দেশৰ শেষৰখন গাৱঁৰ মাজৰে স্বৰ্গলৈ যাত্ৰা কৰিছিল পঞ্চ পাণ্ডৱে৷ বৈশিষ্ট্যপূৰ্ণ গাওঁখনক ইতিমধ্যে স্বীকৃতি দিছে ভাৰত চৰকাৰে ৷

ADVERTISEMENT
Prime Minister to Visit Last Village in India
Mana Village is best clean an iconic tourist destination near Indo-China border

সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা গাঁওখন আছে হিমালয়ান ৰাজ্য উত্তৰাখণ্ডৰ চামেলী জিলাত ৷ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ৩২১৯ মিটাৰ উচ্চতাত ভাৰত-তিৰ্বতৰ সীমাত অৱস্থিত গাঁও ‘মানা’৷ উত্তৰাখণ্ডৰ পৰ্যটন বিভাগে মান্যতা দিছে ‘পৰ্যটন গাঁও’ হিচাপে ৷

উত্তৰাখণ্ডৰ তীৰ্থস্থলী হিচাপে পৰিচিত বদ্ৰীনাথৰ পৰা মাত্ৰ তিনি কিলোমিটাৰ দূৰৰ পুৰাণ প্ৰসিদ্ধ সৰস্বতী নদীৰ পাৰতে আছে মানা গাঁও৷ দেশ-বিদেশৰ পৰ্যটকক সদায় যেন ৰিঙিয়াই মাতে মানা’ই ৷ উল্লেখ্য যে হিমালয়ৰ বুকুত সগৌৰৱেৰে জিলিকি থকা মানা গাঁৱতে আছে ব্যাস নামৰ বিশেষ গুহাটো ৷পৌৰাণিক তথ্য অনুসৰি এই গুহাতে ঋষি ব্যাসদেৱ বসবাস কৰিছিল৷ ইয়াতে তেওঁ বিশ্ববিখ্যাত’ মহাভাৰত’ খন ৰছনা কৰিছিল ৷ আনহাতে এই গাৱঁৰ কাষতে থকা সৰস্বতী নদীখন পাৰ হ’বলৈ ভীমে নিৰ্মাণ কৰিছিল শিলৰ সেঁতু ৷ সিখন আজিও সজীৱ হৈ আছে ৷

Prime Minister
Mana Village is located at 3219 above sea level

এই পুৰাণ প্ৰসিদ্ধ বিশেষ গাঁও ‘মানা’ৰ বুকুত শুক্ৰবাৰে উপস্থিত হ’ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে গাঁওখনত পদাৰ্পণ কৰাৰ পূৰ্বে দৰ্শন কৰিব বদ্ৰীনাথ আৰু কেদাৰনাথ মন্দিৰ ৷ ইতিমধ্যে দেশৰ শেষৰ গাঁও সজাই পৰাই তুলিছে চামেলী জিলা প্ৰশাসনে ৷একেদৰে প্ৰধানমন্ত্ৰীৰ আগমনৰ প্ৰতিলক্ষ্য ৰাখি কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে ৷

স্থানীয় লোক সকলৰ মতে,শুক্ৰবাৰে মানাত পদাৰ্পণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে উন্নয়নৰ বাবে বিশেষ পেকেজ ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: KedarnathLast VillageManaNarendra ModiNational News
samimsultana

samimsultana

Related Posts

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Delhi:আলফা (স্বাধীন)ৰে সম্পৰ্কৰ অভিযোগত দিল্লীত গ্রেপ্তাৰ এজন যুৱকক
Assam

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

BELONGING:সম্পাদনাৰ কেঁচী চলাবলৈ নিদিলে অনুমতি ! ছোনিয়াৰ স্মৃতিকথা প্রকাশ নকৰে পেংগুইনে

August 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d