Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Guhya Kali : ‘’লোক বিশ্বাস’’ জাগ্ৰত দেৱী গুহ্যকালী !

যাৰ ইতিহাস জানিলে আপুনিও চমকি উঠিব ----

publisher by publisher
October 23, 2022
in India, News
Reading Time: 1 min read
0
Guhya Kali : ‘’লোক বিশ্বাস’’ জাগ্ৰত দেৱী গুহ্যকালী !

The-history-of-akalipur-guhakali

5
SHARES
53
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Guhya Kali :

বীৰভূমিৰ বিভিন্ন অঞ্চলত বহুত কালী দেৱীৰ মন্দিৰ আছে । কিন্তু জাগ্ৰত মন্দিৰৰ সংখ্যা কম। মানুহৰ বিশ্বাস অনুসৰি সেই ঠাইতে এটা জাগ্ৰত কালী মন্দিৰ আছে , যাৰ নাম হ’ল গুহ্য কালী মন্দিৰ ।

ADVERTISEMENT

6b35e678 9752 4aef 97f0 22bff9ed2e7a

বীৰভূমিৰ নলহাটিৰ আকালিপুৰত এই মন্দিৰ অৱস্থিত । এই অঞ্চলটো মহাৰজা নন্দকুমাৰৰ জন্মস্থান বুলি জনা যায় । প্ৰচলিত ধাৰণা অনুযায়ী , এই গুহ্যকালী মন্দিৰ প্ৰতিষ্ঠা কৰিছিল স্বয়ং মহাৰাজ নন্দকুমাৰে । ইয়াত কালী দেৱীৰ ৰূপক অন্যধৰণে প্ৰতিষ্ঠা কৰা হৈছে । ইয়াত দেৱীক দেখা যায় মন্দিৰৰ গৰ্ভ গৃহৰ পঞ্চমূৰ্ত্তিৰ সৰ্প দেৱীৰ আসনত অথবা সৰ্পৰ বেশ-ভূষাত । পাথৰৰ পৰা কাটি উলিওৱা এই মূৰ্ত্তিৰ আছে অসংখ্য ইতিহাস ।

Akalipur gujjya kali temple

প্ৰচলিত কথা অনুসৰি , জৰাসন্ধে পাতালত এই দেৱী মূৰ্ত্তিত দৈনিক পূজা কৰিছিল । জৰাসন্ধৰ মৃত্যুৰ পিছত ৰাণী অহল্যাই এই মূৰ্ত্তিটো মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে । পিছত এই মূৰ্ত্তিটো চৈত সিংহক দান কৰে । পৰৱৰ্তী সময়ত নন্দকুমাৰ মহাৰাজে শাসনভাৰ লোৱাৰ সময়ত সপোনত এই মূৰ্ত্তিৰ সন্ধান লাভ কৰে । এই সপোনৰ পম খেদি নন্দকুমাৰে এই বিখ্যাত গুহ্যকালিকা মন্দিৰ স্থাপন কৰে ।

download 1

বীৰভূমিৰ বাসিন্দাৰ মতে , এই মন্দিৰক লৈ আৰু প্ৰচলিত মতবাদ আছে । এক মতবাদ অনুসৰি , এই গুহ্যকালী ইমানেই জাগ্ৰত যে , ইয়ালৈ গ’লে কোনো লোক খালী হাতে উভটি নাহে । সকলোৰে মনোবাঞ্চা পূৰণ হয় । দেৱীৰ এই মন্দিৰটো ইটাৰে তৈয়াৰ কৰা হৈছে আৰু ই দক্ষিণমুখী । মন্দিৰৰ গৰ্ভগৃহৰ চাৰিওদিশে প্ৰদক্ষিণ কৰা পথ আছে । মুঠ তিনিটা প্ৰৱেশপথ থকা মন্দিৰটো সম্পুৰ্ণৰূপে পাথৰেৰে নিৰ্মাণ কৰা হৈছে ।

gZapE

কথিত আছে , এই মন্দিৰ নিৰ্মাণ কৰোতে চাৰিও কাষৰ দেৱালসমূহ ফাটি গৈছিল । পিছত দেৱালসমূহ মেৰামতি কৰোতে দেৱীয়ে সপোনত দেখা দি নিৰ্দেশ দিয়ে যে তেওঁৰ কাৰণে মন্দিৰৰ প্ৰয়োজন নাই ।

akali 1

দেৱীৰ সেই নিৰ্দেশক প্ৰতি সন্মান জনাই মন্দিৰৰ কাম আধাতে বন্ধ কৰি দিয়া হৈছিল আৰু এতিয়াও মন্দিৰৰ উত্তৰ-পূৱৰ দুই দিশত ফটা দেৱাল দুখন স্পষ্ট হৈ আছে । প্ৰতি বছৰে কালী পূজাৰ সময়ত দূৰ-দূৰণিৰ পৰা অহা ভক্তৰ সমাগমে সমগ্ৰ অঞ্চলটো ভক্তি ৰসেৰে ভৰাই তোলে । বিশেষকৈ অমাৱশ্যাৰ ৰাতি মহা আড়ম্বৰপূৰ্ণভাৱে দেৱীৰ আৰধানা কৰা হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Akalipur Guhya KaliKali Maa
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d